→‎চিত্ৰ যোগ: নতুন অনুচ্ছেদ
88 নং শাৰী:
==পোখালি==
"[[ মাও জে দঙ]]"ৰ নিচিনা প্ৰবন্ধত পোখালি টেগ্ নলগালেও হয়। অসমীয়া ৱিকিপিডিয়াত পোখালি বুলিলে অতিমাত্ৰা চুটি বা এটাও স্বয়ংসম্পূৰ্ণ পৰিচ্ছেদ নথকা প্ৰবন্ধ বুলি ধৰা হয়। পোখালিৰ বিষয়ে এবাৰ কৰা আলোচনা [http://as.wikipedia.org/wiki/%E0%A7%B1%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A6%AA%E0%A6%BF%E0%A6%A1%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE:%E0%A7%B0%E0%A6%BE%E0%A6%87%E0%A6%9C%E0%A7%B0_%E0%A6%9A%27%E0%A7%B0%E0%A6%BE_%28%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%B8%E0%A7%8D%E0%A6%A4%E0%A6%BE%E0%A7%B1%E0%A6%B8%E0%A6%AE%E0%A7%82%E0%A6%B9%29/Archive_1#.E0.A6.A8.E0.A6.A4.E0.A7.81.E0.A6.A8_.E0.A6.AA.E0.A7.8D.E0.A7.B0.E0.A6.AC.E0.A6.A8.E0.A7.8D.E0.A6.A7 ইয়াত] পাবা। [[সদস্য:Gitartha.bordoloi|— গীতাৰ্থ বৰদলৈ]] ([[সদস্য বাৰ্তা:Gitartha.bordoloi|talk]]) 15:18, 30 অক্টোবৰ 2012 (UTC)
 
== চিত্ৰ যোগ ==
 
অনিমেষ, তুমি [[:en:Wikipedia:Non-free content|এইখন]] এবাৰ থুলমূলভাৱে পঢ়ি চোৱাচোন| তুমি আজি আপল’ড কৰা চিত্ৰ দুখনমান মুক্ত নহয়| কোনোৱে পাছত আপত্তি কৰাৰ থল আছে| <span style="white-space:nowrap;text-shadow:#00BFFF 0em 0em 0.8em,#EE82EE -0.8em -0.8em 0.9em,#1D6B00 0.7em 0.7em 0.8em;color:#FF0000">'''[[User:Bishnu_Saikia|বিষ্ণু শইকীয়া]]'''⇒<span style="font-size: 25px;">[[User talk:Bishnu_Saikia|✉]]</span></span> 20:35, 2 নৱেম্বৰ 2012 (UTC)