শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

29 নং শাৰী:
}}
 
'''শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ''', অসমৰ উল্লেখযোগ্য ধৰ্মীয় স্থানসমূহৰ ভিতৰত অন্যতম। ১৬৮১ চনত আহোম ৰজা গদাপানিয়ে এই নামঘৰটো নিৰ্মাণ কৰোৱাইছিল।<ref name="ইতিহাস">{{cite web | url=http://athkhelianamghar.org/history.php | title=শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ ইতিহাস | publisher=শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | work=Merrylook Technologies Private Limited | accessdate=November 03, 2012}}</ref> ই [[গোলাঘাট জিলা]]ৰ ঘিলাধাৰী মৌজাৰ বচা গাঁওত অৱস্থিত। ই উজনি অসমৰ [[কাকডোঙা নদী]]ৰ পাৰত অৱস্থিত।<ref name="বিষয়ে">{{cite web | url=http://athkhelianamghar.org/about.php | title=শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ বিষয়ে | publisher=শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | work=Merrylook Technologies Private Limited | accessdate=November 03, 2012}}</ref> ভাদ মাহত (আগষ্ট-ছেপ্তেম্বৰ) নামঘৰলৈ লাখ লাখ ভক্তৰ সমাগম হয়। শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত উৎযাপন কৰা উল্লেখযোগ্য উৎসৱ সমূহ হৈছে ''শংকৰদেৱৰ তিথি'', ''মাধৱদেৱৰ তিথি'', ''শংকৰ জন্মোৎসৱ''।
==আৰম্ভণি==
'''শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ''', অসমৰ উল্লেখযোগ্য ধৰ্মীয় স্থানসমূহৰ ভিতৰত অন্যতম। ই [[গোলাঘাট জিলা]]ৰ ঘিলাধাৰী মৌজাৰ বচা গাঁওত অৱস্থিত। ই উজনি অসমৰ [[কাকডোঙা নদী]]ৰ পাৰত অৱস্থিত।<ref name="বিষয়ে">{{cite web | url=http://athkhelianamghar.org/about.php | title=শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ বিষয়ে | publisher=শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | work=Merrylook Technologies Private Limited | accessdate=November 03, 2012}}</ref> ভাদ মাহত (আগষ্ট-ছেপ্তেম্বৰ) নামঘৰলৈ লাখ লাখ ভক্তৰ সমাগম হয়। শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত উৎযাপন কৰা উল্লেখযোগ্য উৎসৱ সমূহ হৈছে ''শংকৰদেৱৰ তিথি'', ''মাধৱদেৱৰ তিথি'', ''শংকৰ জন্মোৎসৱ''।
 
==নামৰ উৎপত্তি==