শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

36 নং শাৰী:
==ইতিহাস==
শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ কোনো লিখিত ইতিহাস নাই। কিন্তু, ইয়াৰ বিষয়ে শুনিবলৈ পোৱা যায়। কাহিনীটো এনেধৰণৰ:
 
বৰ্তমানৰ নামঘৰটো য’ত অৱস্থিত, সেই ঠাইত পূৰ্বতে এখন তপোবন আছিল। এই ঠাইখন বনৰীয়া জীৱ-জন্তুৰে ভৰা আছিল। কেইঘৰমান মানুহে সকলো সমস্যাৰ মাজেৰে এই অঞ্চলত বাস কৰিছিল।
অবৈধভাৱে [[ল’ৰা ৰজা]]ই আহোম ৰাজপাট দখল কৰে। তেওঁৰ উপদ্ৰৱত আহোম ৰাজকুমাৰ [[গদাপানি]] (আহোম নাম: গদাধৰ সিংহ) [[নগা পাহাৰ]]লৈ পলাই যাবলগীয়া হ’ল। হাবি-জংঘলত ঘূৰি ফুৰোঁতে গদাপানি সেই তপোবনত উপস্থিত হ’ল আৰু তাত বহুত দিন কটালে।
 
১৬৮১ চনত গদাপানি আহোম ৰাজপাটত উঠে। তেওঁৰ দুঃখৰ দিনৰ সময়ত তাত দিন কটোৱাৰ কথা তেওঁ পাহৰা নাছিল। তাৰ পিছতে তেওঁ সেই তপোবন খনৰ সন্ধান কৰিলে। কিন্তু বিচাৰি নাপালে। সেই অঞ্চলটোত মানুহৰ বসতি বৃদ্ধি পালে। সেয়ে [[গদাধৰ সিংহ]]ই তপোবন খনৰ স্মৃতি ৰাখিবৰ বাবে ঠিৰাং কৰে। সেই অঞ্চলত আঠটা খেল বাস কৰিছিল। প্ৰত্যেকটো খেলক কুড়ি বুলিও কোৱা হৈছিল। তাৰপৰাই ইয়াৰ নাম আঠকুড়িয়া হয়। পাছত, সেই নামটোৱেই আঠখেলীয়া লৈ পৰিৱৰ্তিন হয়।<ref name="ইতিহাস" />
 
আঠটা খেল বা কুড়িসমূহ হৈছে:
 
আঠটা ''খেল'' বা কুড়িসমূহ''কুড়ি'' সমূহ হৈছে:
# ''বচাকুড়ি'' : ৰজাই বিভিন্ন কামৰ বাবে এই খেলৰ লোকসকলক নিযুক্তি কৰিছিল।
#''বৈৰাগীকুড়ি'' : এই খেলৰ লোকসকলক অন্যন্য ৰাজ্য বা বিদেশৰ ৰজালৈ বাৰ্তা পঠিয়াবলৈ ৰজাৰ দূত হিচাপে নিযুক্তি দিয়া হৈছিল।
52 নং শাৰী:
# ''কাকতিকুড়ি'' : কাকতি হৈছে আহোম ৰজাই দিয়া এটা উপাধি। মাটি লগত সম্পৰ্কীয় বিভিন্ন হিচাপ তেওঁলোকে চোৱা-চিতা কৰিছিল। এই কাকতিসকল লগ লাগি এই খেলৰ সৃষ্টি কৰে।
 
অন্যহাতে, অসম বুৰঞ্জীত সেই ঠাইত নামঘৰ প্ৰতিষ্ঠা কৰাৰ কোনো কথা উল্লেখ নাই। [[গদাপানি]]ৰো [[বৈষ্ণৱ ধৰ্ম]]ৰ প্ৰতি কোনো ভাল ভাৱ নাছিল। গদাপানিয়ে সেই অঞ্চলত নামঘৰ প্ৰতিষ্ঠা কৰাৰ কথা বিশ্বাসযোগ্য নহয়। সেয়ে, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ প্ৰতিষ্ঠাৰ কথা সঠিককৈ জনা নাযায়। ১৬০০ শতিকাত এই অঞ্চলটো কছাৰী ৰাজ্যৰ অন্তৰ্গতহে আছিল।<ref name="ইতিহাস" />
 
== অৱস্থান আৰু পৰিবহন==