কামেং নদী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{coord|26|38|N|92|53|E|display=title}} {{Geobox | River <!-- *** Heading *** --> | name = কামেং নদী | other_name1 = জীয়া ভৰলী...
 
No edit summary
60 নং শাৰী:
| mouth_coordinates_note =
<!-- *** Dimensions *** -->
| length = 264
| length = ২৬৪ কিঃমিঃ (১৬৪ মাইল)
| length_round = -
| length_note =
80 নং শাৰী:
 
==উৎপত্তি আৰু গতিপথ==
অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ গৌৰী ছেন পৰ্বতৰ এটা হিমবাহৰ পৰা কামেং নদীৰ উৎপত্তি হৈছে। ইয়াৰ অৱস্থান হৈছে {{coord|27|48|36|N|92|26|38|E}}<ref>Alpine Club Library - Himalayan Index - [http://www.alpine-club.org.uk/hi/screen2b_2.php?s=80&np=24 Results of Search by latitude/longitude]</ref> কামেং নদীখন দক্ষিণ তিব্বতৰ [[:en:McMahon Line|ভাৰত-তিব্বত সীমান্ত]]ত উৎপত্তি হৈ [[অৰুণাচল প্ৰদেশ]]ৰ [[:en:West Kameng District|পশ্চিম কামেং জিলা]]ৰ মাজেদি বৈ গৈছে। ইয়াৰ পিছত ই [[অসম]]ৰ [[শোণিতপুৰ জিলা]]ত প্ৰৱেশ কৰিছে। [[কলিয়াভোমোৰা সেতু]]ৰ পূব দিশে [[তেজপুৰ]]ত ই [[ব্ৰহ্মপুত্ৰ নদী]]ৰ লগত মিলি গৈছে।<ref>[http://www.clsp.jhu.edu/people/zak/ramana/wapMiscLogistics.htm#WapLayoutMap Eaglenest Biodiversity Project map of Western Arunachal Pradesh]</ref>
 
==উপনদী==
ভালুকপুঙ-ব’মডিলা পথত তিপ্পি নামৰ গাঁৱত তিপ্পি নদী কামেং নদীৰ লগ হৈছে। তিপ্পি নদী ঈগলনেষ্ট-ছেছা অভয়াৰণ্যৰ মাজেদি বৈ গৈছে। কামেং নদীৰ আন উপনৈ সমূহ হৈছে ''টেঙা'', ''বিচম'', ''ডিৰাঙ ছু'' ইত্যাদি।<ref>Nandy S.N. District Profile: WEST KAMENG DISTRICT, G.B. Pant Institute of Himalayan Environment and Development, Kosi-Katarmal, Almora 263643, India
[http://www.webcitation.org/query?url=http://www.geocities.com/himenvis/vol72/vol72-Nandy.htm&date=2009-10-26+00:00:59 WEST KAMENG DISTRICT]</ref>
 
==ভূগোল==
Line 90 ⟶ 86:
 
কামেং নদীখনে অৰুণাচল প্ৰদেশৰ [[:en:East Kameng|পূব কামেং জিলা]] আৰু [[:en:West Kameng|পশ্চিম কামেং জিলা]]ৰ সীমা নিৰ্ধাৰিত কৰিছে। ইয়াৰ উপৰিও ই দুখন বনাঞ্চলৰ মাজত সীমা নিৰ্ধাৰিত কৰিছে। কামেং নদীৰ পূবে [[:en:Dafla Hills|ডফলা পাহাৰ]] আৰু পশ্চিমে [[:en:Aka Hills|অকা পাহাৰ]] অৱস্থিত।নদীখনৰ পশ্চিমে [[:en:Eaglenest Wildlife Sanctuary|ছেছা আৰু ঈগলনেষ্ট অভয়াৰণ্য]] আৰু পূবে [[:en:Pakke tiger reserve|পক্কে ব্ৰাঘ্য প্ৰকল্প]] অৱস্থিত।<ref>[http://www.clsp.jhu.edu/people/zak/ramana/wapLocEaglenest.htm#EaglenestMap Eaglenest Biodiversity Project map of Eaglenest Wildlife Sanctuary ]</ref>
 
==উপনদী==
ভালুকপুঙ-ব’মডিলা পথত তিপ্পি নামৰ গাঁৱত তিপ্পি নদী কামেং নদীৰ লগ হৈছে। তিপ্পি নদী ''ঈগলনেষ্ট-ছেছা অভয়াৰণ্যৰঅভয়াৰণ্য''ৰ মাজেদি বৈ গৈছে। কামেং নদীৰ আন উপনৈ সমূহ হৈছে ''টেঙা'', ''বিচম'', ''ডিৰাঙ ছু'' ইত্যাদি।<ref>Nandy S.N. District Profile: WEST KAMENG DISTRICT, G.B. Pant Institute of Himalayan Environment and Development, Kosi-Katarmal, Almora 263643, India
[http://www.webcitation.org/query?url=http://www.geocities.com/himenvis/vol72/vol72-Nandy.htm&date=2009-10-26+00:00:59 WEST KAMENG DISTRICT]</ref>
 
==সংৰক্ষিত বনাঞ্চল==
"https://as.wikipedia.org/wiki/কামেং_নদী"ৰ পৰা অনা হৈছে