কামেং নদী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
85 নং শাৰী:
কামেং নদীৰ দৈৰ্ঘ্য প্ৰায় ২৬৪ কিঃমিঃ (১৬৪ মাইল)। এই নদীৰ উপত্যকা প্ৰায় ১১,৮৪৩ বৰ্গ কিঃমিঃ (৪,৫৭৩ মাইল) জুৰি বৃস্তিত হৈ আছে।<ref name="Rao1979">{{cite book|last=Rao|first=K.L.|title=India's Water Wealth|url=http://books.google.com/books?id=DZNrXuA2y3MC&pg=PA78|accessdate=1 May 2011|year=1979|publisher=Orient Blackswan|isbn=978-81-250-0704-3|page=78}}</ref>
 
কামেং নদীখনে অৰুণাচল প্ৰদেশৰ [[:en:East Kameng|পূব কামেং জিলা]] আৰু [[:en:West Kameng|পশ্চিম কামেং জিলা]]ৰ সীমা নিৰ্ধাৰিত কৰিছে। ইয়াৰ উপৰিও ই দুখন বনাঞ্চলৰ মাজত সীমা নিৰ্ধাৰিত কৰিছে। কামেং নদীৰ পূবে [[:en:Dafla Hills|ডফলা পাহাৰ]] আৰু পশ্চিমে [[:en:Aka Hills|অকা পাহাৰ]] অৱস্থিত।নদীখনৰনদীখনৰ পশ্চিমে [[:en:Eaglenest Wildlife Sanctuary|ছেছা আৰু ঈগলনেষ্ট অভয়াৰণ্য]] আৰু পূবে [[:en:Pakke tiger reserve|পক্কে ব্ৰাঘ্য প্ৰকল্প]] অৱস্থিত।<ref>[http://www.clsp.jhu.edu/people/zak/ramana/wapLocEaglenest.htm#EaglenestMap Eaglenest Biodiversity Project map of Eaglenest Wildlife Sanctuary ]</ref> কামেং নদীৰ পূবে [[:en:Dafla Hills|ডফলা পাহাৰ]] আৰু পশ্চিমে [[:en:Aka Hills|অকা পাহাৰ]] অৱস্থিত।
 
==উপনদী==
"https://as.wikipedia.org/wiki/কামেং_নদী"ৰ পৰা অনা হৈছে