ৰমেন বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
Babulbaishya (আলোচনা | বৰঙণি) অNo edit summary |
Babulbaishya (আলোচনা | বৰঙণি) No edit summary |
||
27 নং শাৰী:
| website =
}}
'''ৰমেন বৰুৱা''' অসমীয়া চলচ্চিত্ৰৰ এগৰাকী সঙ্গীত পৰিচালক আৰু কণ্ঠশিল্পী। ১৯৪০ চনত তেখেতৰ জন্ম হয়। মাত্ৰ ঊনৈশ বছৰ বয়সত তেখেতে জেষ্ঠ ভাতৃ ব্ৰজেন বৰুৱাৰ সৈতে যুটীয়া ভাবে নিপ বৰুৱা পৰিচালিত ছবি [[আমাৰ ঘৰ|আমাৰ ঘৰত]] সংগীত পৰিচালনা কৰে। ১৯৬৯ত মুক্তিপ্ৰাপ্ত ব্ৰজেন বৰুৱাৰ [[ডক্তৰ বেজবৰুৱা|ডক্তৰ বেজবৰুৱাত]] তেখেতে প্ৰথম স্বতন্ত্ৰৰূপত সংগীত পৰিচালনা কৰে। ডক্তৰ বেজবৰুৱাৰ সুৰীয়া গীতসমূহ ছবিখন চুপাৰ হিট হোৱাৰ অন্যতম কাৰণ আছিল। এই ছবিখনৰ এই ছবিখনত তেখেতে কণ্ঠদানো কৰে। তেখেতে মুঠতে ২৭ খন ছবিত স্বতন্ত্ৰৰূপত সংগীত পৰিচালনা কৰিছে। ইয়াৰ দুখন বাংলা ছবি। এই ছবিদুখন আছিল অসমীয়া ছবি [[সোণমা]] আৰু [[ককাদেউতা
==জন্ম আৰু পৰিয়াল==
44 নং শাৰী:
! টোকা
|-
| [[আমাৰ ঘৰ ]] ||[[অসমীয়া ভাষা|অসমীয়া]] || [[নিপ বৰুৱা]] ||১৯৫৯ ||ব্ৰজেন বৰুৱাৰ সৈতে যুটীয়া পৰিচালনা
|-
| [[ ডক্তৰ বেজবৰুৱা]] || অসমীয়া || [[ব্ৰজেন বৰুৱা]] ||১৯৬৯ ||
96 নং শাৰী:
| [[ অজলা ককাই]] || অসমীয়া || দ্বিবন বৰুৱা ||১৯৮৯ ||
|-
| [[ মনিমা]] || [[বাংলা ভাষা|বাংলা]] || [[নিপ বৰুৱা]] || ||'সোণমা'ৰ বাংলা ৰূপান্তৰ
|-
| [[দাদু, নাতি-হাতী ]] || বাংলা || [[নিপ বৰুৱা]] || ||'ককাদেউতা, নাতি আৰু হাতী'ৰ<br /> বাংলা ৰূপান্তৰ
|