ৱিকিপিডিয়া:আপল’ড: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ভাঙনি শেষ হ'ল চাগে
বানান আদি
8 নং শাৰী:

'''আপুনি লগ্‌ ইন্‌প্ৰৱেশ কৰা নাই।'''

ক্ষমা কৰিব, এই আপল'ড প্ৰপত্ৰ ব্যৱহাৰ কৰি ফাইল আপল'ড কৰিবলৈ আপুনি আপোনাৰ একাউণ্টৰ জৰিয়তে লগ্‌ ইন্‌প্ৰৱেশ কৰিব লাগিব। অনুগ্ৰহ কৰি '''[[Special:UserLogin|লগ্‌ ইন্‌প্ৰৱেশ কৰক]]''' আৰু পুনৰ চেষ্টা কৰক।

45 নং শাৰী:

|colspan="2"|অনুগ্ৰহ কৰি ৱিকিপিডিয়াত জনাব্যৱহাৰৰ যাবলৈসুবিধাৰ্থে আপোনাৰ ফাইলটোৰ এটা প্ৰাঞ্জল, বৰ্ণনামূলক নাম দিয়ক।

|class="uwLegend"|
|style=""|
এই নামটো সকলো ৱিকিপিডিয়াৰ ভিতৰত অদ্বিতীয় হ'ব লাগিব। গতিকে অনুগ্ৰহ কৰি ইয়াক তথ্যপূৰ্ণ আৰু সহজে বিচাৰিব পৰা কৰক।
অলপ দীঘল নাম দিলেও একো সমস্যা নহয়। ইয়াত খালী ঠাই, ক'মা আৰু আন কিছুমান যতিচিহ্ন থাকিব পাৰে।
'''ভাল:''' "গুৱাহাটী নগৰ, নীলাচল পাহাৰৰ ওপৰৰ পৰা বৃহংগম দৃষ্টিৰে, অক্টোঅক্টোবৰ ২০১১.jpg"। '''বেয়া''': "দৃশ্য.jpg", "DSC0001234.jpg"।

84 নং শাৰী:

|style=""|
|'''নহয়''', মই ইতিমধ্যে থকা ফাইলটো অ'ভাৰৰাইট কৰিবলৈ বিচাৰিছোঁ। মোৰ ফাইলটো একে কামৰে এটা নতুন, উন্নত আৰু অবিতৰ্কিত ভাৰ্চন।সংস্কৰণ। পুৰণা বিৱৰণ পৃষ্ঠা, উৎস আৰু কপিৰাইট তথ্য নতুন ফাইলটোৰ বাবে একেই থাকিব।

|style=""|
|'''হয়''', মই ইতিমধ্যে থকা ফাইলটো অ'ভাৰৰাইট কৰিবলৈ বিচাৰিছোঁ, আৰু মই এই ৱিজাৰ্ড ব্যৱহাৰ কৰি নতুন বৰ্ণনা আৰু উৎস তথ্য যোগ কৰিবলৈ বিচাৰিছোঁ। আগৰ ভাৰ্চনটোসংস্কৰণটো মোৰ নিজা আপল'ড আছিল, বা এই সালসলনিত আগৰ আপল'ডাৰজনে একো আপত্তি নকৰাটো মই নিশ্চিত কৰিছোঁ।

120 নং শাৰী:
'''অনুগ্ৰহ কৰি [[:commons:Special:UploadWizard|আপোনাৰ ফাইলটো কমন্সত আপল'ড]] কৰাৰ কথা বিবেচনা কৰক।'''

যদি আপুনি ইয়াতেই কৰিবলৈ বিচাৰিছে, আপুনি এই প্ৰপত্ৰ পূৰণ কৰিব পাৰে। নাইবা আপুনি এই প্ৰপত্ৰখন ফাইলটোৰ বিষয়ে তথ্য যোগ কৰিবলৈ আৰু তাৰপিছত সেয়া ইয়াৰপৰা কমন্সলৈ পঠিয়াবৰ বাবে bযৱহাৰব্যৱহাৰ কৰিব পাৰে।

132 নং শাৰী:

|style=""|
|এইখন এখন ছবি বা কোনো পেইণ্টং, ৰেখাচিত্ৰ, প'ষ্টাৰ, পাণ্ডুলিপি, প্ৰিণ্ট বা আন দ্বিমাত্ৰীয় সৃজনীমূলক কৰ্মৰ নমুনা, বা ইতিমধ্যে ইয়াত থকা এখন বা ততোধিক ছবিৰ সংশোধিত ভাৰ্চন।সংস্কৰণ।

অনুগ্ৰহ কৰি মনত ৰাখিব যে ইয়াৰ কপিৰাইট (যদি কিবা আছে) মূল কামটোৰ স্ৰষ্টাৰ,আপোনাৰ বা এই নমুনা তৈয়াৰ কৰাজনৰ '''নহয়'''! যদি আপুনি নিশ্চিত যে মূল কামটো কপিৰাইট মুক্ত, তেতিয়াহে [[#detailsFreeStatus|"কপিৰাইট অৱস্থা"]]ৰ বিকল্পসমূহলৈ যাওক! যদি এইটো মুক্ত নহয়, তেন্তে তলৰ [[#Non-free section|"কপিৰাইটযুক্ত অ-মুক্ত কৰ্ম"ৰ অনুচ্ছেদ]] চাওক।

563 নং শাৰী:
|style=""|
(এই ছবিখন কোনে সৃষ্টি কৰিছিল?)

|style=""|Originalমূল
প্ৰকাশ:
|style=""|
(ক'ত, কেতিয়া আৰু কেনেকৈ এই ছবিখন প্ৰথম প্ৰকাশ হৈছিল?)

666 নং শাৰী:

|style="width:12em;"|
|'''হয়''', মই এই ফাইলটো সকলো ভাষাৰ সকলো ৱিকিমিডিয়া প্ৰকল্পত উপলব্ধ কৰাবলৈ বিচাৰিছোঁ। মই এইটো '''ৱিকিমিডিয়া কমন্স'''ত আপল'ড কৰিম।
এই বুটামটো ক্লিক কৰিলে আপোনাক কমন্সৰ এখন পৃষ্ঠালৈ পুনৰ্নিৰ্দেশ কৰিব। আপুনি ইতিমধ্যে তাত লগ্‌ ইন্‌প্ৰৱেশ কৰি ৰাখিলেহে এই উপায়ে কাম দিব। যদি আপোনাৰ [[:en:WP:SUL|একত্ৰিত একাউণ্ট]] আছে তেন্তে অসুবিধা নাই। আপুনি লগ্‌ ইন্‌প্ৰৱেশ কৰিছেনে নাই [[:commons:Special:UserLogin|ইয়াত]] পৰীক্ষা কৰক।

|style="width:12em;"|
|'''নহয়''', মই এই ফাইলটো স্থানীয়ভাৱে আপল'ড কৰিব বিচাৰিছোঁ।
এনে কৰিলে ফাইলটো কেৱল অসমীয়া ৱিকিপিডিয়াতহে ব্যৱহাৰ কৰিব পৰা যাব। কিন্তু কোনোৱে আন ঠাইত ব্যৱহাৰ কৰিবলৈ এইটো কমন্সলৈ কপীপ্ৰতিলিপি কৰিব পাৰে।

677 নং শাৰী:

|এই প্ৰপত্ৰ ৰিছে'টবাতিল কৰি পুনৰায় আৰম্ভ কৰক।

696 নং শাৰী:
বিশেষকৈ এইবোৰ আপল'ড নকৰিব:
*কোনো ৱেবছাইটত পোৱা কিবা ফাইল, যাৰ স্ৰষ্টা বা কপিৰাইট অধিকাৰী সম্পৰ্কে আপুনি একো নাজানে।
*ক'ৰবাত পোৱা কিবা ফাইল, স্ৱত্ৱাধিকাৰীয়েস্বতাধিকাৰীয়ে যিটো ব্যৱহাৰত একো আপত্তি নকৰে বুলি আপুনি ভাবিছে কিন্তু এই সম্পৰ্কে আপোনাৰ ওচৰত একো অনুজ্ঞাপত্ৰৰ নমুনা নাই।
*ৰাজহুৱা অভিপ্ৰায়ত স্বত্বাধিকাৰীয়ে মুকলি কৰা কোনো ফাইল যিটোৰ সম্পূৰ্ণ মুক্ত অনুজ্ঞাপত্ৰ বা সকলো ব্যৱহাৰৰ বাবে মুক্ত পুনৰ্ব্যৱহাৰৰ অনুমতি নাই।
*ব্যৱসায়িক চিত্ৰ এজেন্সী যেনে ৰিউটাৰ, এপি বা গেট্টী ইমেজৰ হাতত থকা কোনো ফাইল। কোনো বিৰল কাৰণৰ বাহিৰে "ভাল ব্যৱহাৰ" নীতিৰ আধাৰত সেইবোৰ সাধাৰণতে ব্যৱহাৰ কৰিব নোৱাৰি।
750 নং শাৰী:

ফাইলটো এটা প্ৰবন্ধত অন্তৰ্ভুক্ত কৰিব খুজিলে তলত দেখুওৱাৰ দৰে সংকেত ব্যৱহাৰ কৰক:
<nowiki>[[</nowiki>File:Example.jpg|thumb|right|ইয়াত এটা কেপ্‌‍চনশিৰোনাম লিখক<nowiki>]]</nowiki>

যদি আপুনি ছবিখন নেদেখুৱাকৈ পাঠ্যত ফাইলটোৰ এটা লিংক দিব খুজিছে (যেনে- ছবিখনৰ বিষয়ে আলোচনা পৃষ্ঠাত কথা পাতোঁতে), আপুনি তলত দিয়াৰ দৰে সংকেত ব্যৱহাৰ কৰিব পাৰে (আৰম্ভণিৰ বন্ধনীৰ পিছত ":" মন কৰিব!):