চাবোন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
'''চাবোন''' এবিধ পৰিস্কাৰক ৰাসায়নিক দ্ৰব্য। ইয়াৰ বুৰঞ্জী অতি প্ৰাচীন৷ খৃষ্টপূৰ্ব ২৮০০ চনৰ বেবিলন সভ্যতাৰ দিনৰ পৰা চাবোন মানুহৰ উপযোগী হৈ থকাৰ প্ৰমাণ পোৱা গৈছে৷<ref>{{cite book | last = Willcox | first = Michael | editor = Hilda Butler | title = Poucher's Perfumes, Cosmetics and Soaps|url=http://books.google.com/books?id=4HI8dGHgeIQC&pg=PA453|isbn=0-7514-0479-9| edition = 10th | year = 2000 | publisher = Kluwer Academic Publishers | location = Dordrecht | page = 453 | chapter = Soap | quote =The earliest recorded evidence of the production of soap-like materials dates back to around 2800 BCE in ancient Babylon.}}</ref> তেতিয়া ইয়াক বনোৱা হৈছিল জন্তুৰ চৰ্বিক ছাঁইৰ সৈতে উতলাই৷ খৃষ্টপূৰ্ব ২২০০চনত জন্তুৰ চৰ্বিৰ সলনি কেচিয়া গছৰ তেলক পানী আৰু খাৰৰ সৈতে মিহলাই সিজাই চাবোন বনোৱা পদ্ধতিৰ আৰম্ভ হ'ল৷ খৃষ্টপূৰ্ব ৫৫৬-৫৩৯ চনত বেবিলন সভ্যতাৰ শেষ সম্ৰাট নবোনিডাচৰ দিনত চাইপ্ৰাচ তেল, চিচামি তেল আৰু ছাইৰ দ্বাৰা তৈয়াৰী চাবোন দাসীবিলাকক শিলৰ আচবাব পৰিষ্কাৰ কৰিবলৈ ব্যৱহাৰ কৰিব দিয়া হৈছিল৷<ref>Noted in {{cite journal|author=Martin Levey|title=Gypsum, salt and soda in ancient Mesopotamian chemical technology|journal=Isis|volume=49|issue=3|year=1958|pages=336–342 (341)|jstor=226942|doi=10.1086/348678}}</ref>
[[Image:Generic Soap.jpg|thumb|right|এটাএটুকুৰা চাবোন]]
==নামকৰণ (etymology)==
"https://as.wikipedia.org/wiki/চাবোন"ৰ পৰা অনা হৈছে