ৱিকিপিডিয়া:সততে উদিত প্ৰশ্নসমূহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

আপডেট
3 নং শাৰী:
 
== ৱিকিপিডিয়া কি? ==
ৱিকিপিডিয়া এখন ইন্টাৰনেট বিশ্বকোষ। পৃথিৱীৰ বিভিন্ন স্বেচ্ছাসেৱক লিখকে পাৰস্পৰিক সহযোগিতাৰ জৰিয়তে ইয়াক সংকলিত কৰি উলিয়াইছে। প্রায় ৩৯ লক্ষ্যাধিক প্রবন্ধৰে ইংৰাজী ৱিকিপিডিয়াখনেই বিভিন্ন ভাষাৰ ভিতৰত সৰ্ববৃহৎ ৱিকিপিডিয়া। ২০ টা ভাৰতীয় ভাষাকে ধৰি এতিয়ালৈকে পৃথিৱীৰ ২৮৪২৮৫ টা ভাষাত (মাৰ্চনৱেম্বৰ,২০১২ৰ তথ্য অনুসৰি)ৱিকিপিডিয়া প্রকাশিত হৈছে। ৱিকিপিডিয়াৰ প্রায় প্রতিটো প্রবন্ধই একাধিক লেখকৰ "[[সহযোগিতামূলক সংকলন]]"।
 
 
ৱিকিপিডিয়াৰ সহ-প্ৰতিস্থাপক জিমী ৱেলচৰ মতে ৱিকিপিডিয়া হৈছে "পৃথিৱীৰ প্রত্যেক ব্যক্তিৰ মাতৃভাষাতে এখন উৎকৃষ্ট মানৰ বহুভাষীকবহুভাষিক মুক্ত বিশ্বকোষ ৰচনাৰ প্রয়াস।" ৱিকিপিডিয়াৰ লক্ষ্য হৈছে সকলোৱে বিনামূলীয়াকৈ পাবপৰাকৈ জ্ঞানৰ বিতৰণ।
 
== ৱিকি মানে কি? ==
সাধাৰণতে যিকোনো ৱেবচাইটত লিখিবলৈ আমাক কাৰিকৰী জ্ঞান আৰু ইয়াৰ মালিকৰ অনুমতিৰ প্রয়োজন হয়। ৱিকি চফ্ট্‌ৱেৰৰচফ্টৱেৰৰ সহায়ত আমি এনে বাধ্যবাধকতা আৰু কাৰিকৰী জ্ঞান নোহোৱাকৈ মুক্তভাৱে লিখিব, সলনি কৰিব বা মচিব পাৰোঁ। সেয়ে, বহুতো মানুহে ইজনে সিজনৰ লগত তাল-মিল ৰাখি সহজে ৱিকিত "[[সহযোগিতামূলক সম্পাদনা]]" কৰি ৱেবচাইটৰ সমল (content) লিখি উলিয়াব পাৰে।
 
১৯৯৪ চনত ৱাৰ্ড কানিংহামে প্রথম ৱিকি চফ্ট্‌ৱেৰচফ্টৱেৰ উদ্ভাৱন কৰে। WikiWikiweb নামৰ এই চফ্‌টৱেৰচফ্টৱেৰ ১৯৯৫ চনৰ ২৫ মাৰ্চ তাৰিখৰ পৰা www.c2.com নামৰ এটা ৱেবচাইটতৱেবছাইটত প্রথমতে ব্যৱহাৰ কৰা হয়। ৱিকি নামটোও তেখেতেই দিয়া। হনুলুলুৰ এক বিমান বন্দৰত লগপোৱা এজন কৰ্মচাৰীৰ মুখত তেখেতে প্রথম "ৱিকি ৱিকি" শব্দটো শুনিছিল। হাৱাইৰ ভাষাত '''''ৱিকি ৱিকি''''' মানে হৈছে '''''খৰকৈ''''' বা '''''বেগ'''''।
 
== ৱিকি আৰু ৱিকিপিডিয়া একে নেকি? ==
নহয়। ৱিকি হৈছে "সহযোগিতামূলক সম্পাদনা" কৰি লিখিব পৰাৰ ব্যৱস্থা থকা ৱেবচাইট চফ্ট্‌ৱেৰ।চফ্টৱেৰ। "ৱিকিপিডিয়া"ই নিজৰ ৱেবচাইটৰ কাৰণে "মিডিয়াৱিকি" নামৰ ৱিকি চফ্ট্‌ৱেৰচফ্টৱেৰ ব্যৱহাৰ কৰে। এনে বিভিন্ন ৱিকি চফ্ট্‌ৱেৰচফ্টৱেৰ ব্যৱহাৰ কৰা অগণন ৱিকি ৱেবচাইটৰ ভিতৰত ৱিকিপিডিয়াই সকলোতকৈ জনপ্রিয় আৰু তথ্যসমৃদ্ধ ৱেবচাইট।ৱেবছাইট।
 
== ৱিকিপিডিয়াৰ ইতিহাস ==
সকলোৱে লিখিব পৰা বিশ্বকোষৰ ধাৰণাটো প্রথমে আগবঢ়াইছিল ৰিক গেট্‌চ-এ। কিন্তু ই আঁচনি স্তৰতকৈ বেছি আগ নাবাঢ়িল। অন্য এটা উদাহৰণ হৈছে "ন্যুপিডিয়া"। [[জিমী ৱেল্‌চ]] আৰু [[লেৰী ছেংগাৰ]]-এ ইয়াক আৰম্ভ কৰিছিল। প্রবন্ধসমূহৰ গুণগত মানত অত্যন্ত গুৰুত্ব আৰোপ কৰা হৈছিল বাবে ইয়াৰ কাম লাহে-লাহেহে আগবাঢ়ি্ছিল।আগবাঢ়িছিল। গতিকে কামৰ বেগ বঢ়োৱাৰ উদ্দেশ্যে জিমী আৰু চেংগাৰে সকলোৱে লিখিব বা সম্পাদনা কৰিব পৰাকৈ ৱিকিপিডিয়া বিশ্বকোষ প্রকল্প আৰম্ভ কৰিলে। অচিৰেই ৱিকিপিডিয়াৰ বেগে তথ্যসংগ্রহ আৰু জনপ্ৰিয়তাত ন্যুপিডিয়াক চেৰ পেলাই গ'ল। আজি ৱিকিপিডিয়াক আনকি "বিশ্বকোষ" শব্দৰ সমাৰ্থক শব্দ হিছাপেও ব্যৱহাৰ কৰা হয়।
 
বৰ্তমান '''[[ৱিকিমিডিয়া ফাউণ্ডেশ্যন]]''' সংস্থানে ৱিকিপিডিয়া পৰিচালনা কৰে। (http://wikimediafoundation.com)
30 নং শাৰী:
 
== ৱিকিপিডিয়াত কি লিখিব লাগে বা নালাগে তাৰ কোনো নিৰ্দেশনা আছে নেকি?==
 
আপুনি ৱিকিপিডিয়াত যিকোনো বিষয়ৰ ওপৰত প্ৰবন্ধ লিখিব পাৰে, মাত্ৰ ই বিশ্বকোষত অন্তৰ্ভুক্ত হোৱাৰ উপযুক্ত হ'ব লাগিব। ৱিকিপিডিয়াত সন্নিবিষ্ট হ'ব পৰা বিষয় আৰু তাৰ লিখাৰ ধৰণৰ ওপৰত কেতবোৰ নীতি-নিৰ্দেশনা আছে।
 
== ৱিকিপিডিয়াত মই সৃষ্টি কৰা প্ৰবন্ধটো অনেকে সম্পাদনা কৰিলে। কিয় এনে হ'ল?==
 
ৱিকিপিডিয়াৰ থকা প্ৰবন্ধৰ ওপৰত কোনো এজন মানুহৰে অধিকাৰিতা নাই। ই এক সহযোগিতামূলক প্ৰচেষ্টা আৰু কোনোৱেই প্ৰবন্ধৰ অংশবিশেষ বা গোটেইটোৰ ওপৰত হস্তক্ষেপ কৰিব নালাগে। প্ৰবন্ধ সংশোধন, যোগ বা বিলোপ কৰা হ'ব পাৰে। যদি কোনো সদস্যই কৰা সালসলনি ৱিকিপিডিয়াৰ বাবে গ্ৰহণযোগ্য নহয় বা তাৰ উত্‍স বিশ্বাসযোগ্য নহয়, তেন্তে সেই ক্ষেত্ৰত ৱিকিপিডিয়াৰ কিছু নিজা নীতি আছে।
 
== ৱিকিপিডিয়ালৈ কোনে বৰঙণি আগবঢ়াব পাৰে? ==
জাতি, সংস্কৃতি, অৰ্হতা নিৰ্বিশেষে জ্ঞানৰ প্ৰতি ধাউতি থকা সকলো মানুহেই ৱিকিপিডিয়ালৈ বৰঙণি আগবঢ়াব পাৰে, লাগিলে তেওঁ পঢ়াশলীয়া ছাত্ৰ, পূৰ্বৰ সৈনিক, শিক্ষক, খেতিয়ক, গৃহিণী, ছফ্ট্‌ৱেৰছফ্টৱেৰ বিশেষজ্ঞ, চৰকাৰী চাকৰিয়ালেই হওক। জ্ঞান বিলাবলৈ আগ্ৰহ কৰা সকলো মানুহেই ৱিকিপিডিয়াত মিলিত হৈছে আৰু জ্ঞানৰ আদান-প্ৰদানেৰে বৰ্তমান বা ভৱিষ্যত প্ৰজন্মলৈ এক সুন্দৰ উপহাৰ আগবঢ়াইছে।
 
জাতি, সংস্কৃতি, অৰ্হতা নিৰ্বিশেষে জ্ঞানৰ প্ৰতি ধাউতি থকা সকলো মানুহেই ৱিকিপিডিয়ালৈ বৰঙণি আগবঢ়াব পাৰে, লাগিলে তেওঁ পঢ়াশলীয়া ছাত্ৰ, পূৰ্বৰ সৈনিক, শিক্ষক, খেতিয়ক, গৃহিণী, ছফ্ট্‌ৱেৰ বিশেষজ্ঞ, চৰকাৰী চাকৰিয়ালেই হওক। জ্ঞান বিলাবলৈ আগ্ৰহ কৰা সকলো মানুহেই ৱিকিপিডিয়াত মিলিত হৈছে আৰু জ্ঞানৰ আদান-প্ৰদানেৰে বৰ্তমান বা ভৱিষ্যত প্ৰজন্মলৈ এক সুন্দৰ উপহাৰ আগবঢ়াইছে।
 
== ইংৰাজীৰ বাহিৰে আন ভাষাত ৱিকিপিডিয়া আছেনে? অসমীয়া বা আন ভাৰতীয় ভাষাত ৱিকিপিডিয়া আছেনে? ==
 
বৰ্তমানলৈ পৃথিৱীৰ ২৮৪টা২৮৫টা ভাষাত ৱিকিপিডিয়া প্ৰকাশিত হৈছে। অসমীয়া ভাষাটো এখন ৱিকিপিডিয়া আছে। প্ৰথমখন ৱিকিপিডিয়া আছিল ইংৰাজী ভাষাৰ, ২০০১ চনৰ ১৫ জানুৱাৰীত ইয়াৰ আৰম্ভণি হৈছিল। তাৰ দুমাহ পিছত ২০০১ চনৰ মাৰ্চত জাৰ্মান ভাষাত ৱিকিপিডিয়া আৰম্ভ হ'ল। তাৰ পিছত লাহে লাহে ফ্ৰেঞ্চ, চীনা, ডাট্‌ছ, হিব্ৰু, ইটালিয়ান, ৰাছিয়ান আদি ভাষাৰ ৱিকিপিডিয়াৰ বিকাশ হ'ল।
 
প্ৰথম বছৰত কোনো ভাৰতীয় ভাষাৰে নিজা ৱিকিপিডিয়া নাছিল। ২০০২ চনৰ জুন মাহত অসমীয়া, পাঞ্জাবী আৰু উৰিয়া ৱিকিপিডিয়াৰ শুভাৰম্ভ হ'ল। সেই বছৰৰে ডিচেম্বৰত মালায়ালম ৱিকিপিডিয়া আৰম্ভ হ'ল। ২০০৩ চনত ব্যস্ততা আৰু বাঢ়িল। ফেব্ৰুৱাৰীত ভোজপুৰী, মে' মাহত মাৰাঠী, জুনত কন্নড়, জুলাইত হিন্দী, ছেপ্তেম্বৰত তামিল, তেলেগু, গুজৰাটী আৰু পিছৰ বছৰৰ জানুৱাৰীত বাংলা ৱিকিপিডিয়াৰ আৰম্ভণি হ'ল। এতিয়া সংস্কৃত আৰু পালিকে ধৰি বিশটা ভাৰতীয় ভাষাত ৱিকিপিডিয়া উপলব্ধ।
 
২০১২ চনৰ মাৰ্চলৈকেনৱেম্বৰলৈকে ৩৯ লক্ষাধিকনিযুততকৈও অধিক প্ৰবন্ধৰে ইংৰাজী ৱিকিপিডিয়াই বৰ্তমান সৰ্ববৃহত্‍ ৱিকিপিডিয়া। অসমীয়া ৱিকিপিডিয়াত একে তাৰিখলৈ ১২৩৮টাপ্ৰায় ১৬০০টা প্ৰবন্ধ আছে।
 
== মই ইংৰাজীত পাৰ্গত। অসমীয়া ৱিকিপিডিয়াত মই কিয় লিখিব লাগে? ==
 
আপুনি ইংৰাজী ভালদৰে জানিব পাৰে, কিন্তু ই নিজৰ মাতৃভাষাক অৱহেলা কৰাৰ কাৰণ হ'ব নালাগে। আপুনি ইংৰাজী ভাষাত নিজৰ দখলেৰে তথ্য গোটাই নিজৰ মাতৃভাষাত পুনৰ প্ৰকাশ কৰিব পাৰে। ইংৰাজী নজনা বা অসমীয়াতে প্ৰবন্ধ পঢ়িবলৈ ভাল পোৱা মানুহৰ বাবে ই অতিকৈ সহায়ক হ'ব।
 
Line 58 ⟶ 54:
 
== মই অসমীয়া ৱিকিপিডিয়াত লিখিবলৈ বিছাৰিছোঁ। কিন্তু মই অসমীয়া টাইপ কৰিব নাজানো। কি কৰিম?==
 
অসমীয়া ৱিকিপিডিয়াত টাইপ কৰিবলৈ বহুতো উপায় আছে। বাহিৰা সঁজুলিৰ সহায় নোহোৱাকৈ অসমীয়া ৱিকিপিডিয়াত লিখিবৰ বাবে এটা অন্তৰ্ৱৰ্তী সঁজুলি সন্নিবিষ্ট কৰা হৈছে। বৰ্তমান ইয়াত 'লিপ্যন্তৰ', 'অভ্ৰ', 'বৰ্ণনা' আৰু 'অসমীয়া ইন্‌স্ক্ৰিপ্ট' টাইপিঙৰ সুবিধা আছে। তাৰ বাহিৰেও আপুনি ইণ্টাৰনেটত উপলব্ধ বাহিৰা টাইপিং সঁজুলি ব্যৱহাৰ কৰিব পাৰে। অধিক তথ্যৰ বাবে অসমীয়া ৱিকিপিডিয়াৰ "সহায়:Assamese script display and Input help" পৃষ্ঠাখনৰ শেষ অংশ চাব পাৰে।
 
== মই ৱিকিপিডিয়াত কিয় প্ৰবন্ধ লিখিব লাগে? মোৰ কি লাভ হ'ব? ==
 
আমি বিভিন্ন সময়ত বিভিন্ন সূত্ৰৰ পৰা নানা জ্ঞান লাভ কৰোঁ। সেইবোৰ হেৰাই যাবলৈ নিদি ভালদৰে সাঁচি থোৱাটো আৰু আনৰ মাজত বিতৰণ কৰাটো এক সামাজিক দায়িত্ব। সঞ্চয় কৰি নোথোৱাৰ দোষতে বহু মূল্যৱান তথ্য হেৰাই যায়। ৱিকিপিডিয়াৰ যোগেদি আমাৰ একত্ৰিত জ্ঞান সমাজলৈ মুকলি কৰি দি আমি উত্তৰ-প্ৰজন্মৰ বাবে আমাৰ স্বাভাৱিক দায়িত্ব পালন কৰিছোঁ।
 
Line 70 ⟶ 64:
 
==ৱিকিপিডিয়াত লিখাৰ বাবে মই কিবা মাননি পাম নেকি?==
 
ৱিকিপিডিয়ালৈ বৰঙণি আগবঢ়োৱাৰ বাবদ আপুনি কোনোধৰণৰ মাননি লাভ নকৰে। ই এক জ্ঞানৰ আদান-প্ৰদানৰ ক্ষেত্ৰহে। সময়ে পাহৰাই দিব পৰা জ্ঞান বা তথ্য আনৰ মাজত বিলাই দিবলৈ আৰু তাৰ লগতে নিজৰো জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিবলৈ ৱিকিপিডিয়াই আপোনাক সহায় কৰিব।
 
== অসমীয়া ৱিকিপিডিয়াৰ ইতিহাসৰ বিষয়ে অলপ ক'ব পাৰিবনে?==
 
এই শতিকাৰ প্ৰথম দশকৰ আৰম্ভণিৰ বছৰকেইটাত অসমীয়া টাইপিং সজুঁলি আৰু পদ্ধতি সহজলভ্য নাছিল। গতিকে ২০০২ চনৰ ২ জুনত অসমীয়া ৱিকিপিডিয়া মুকলি কৰা হোৱাৰ পিছতো ইয়াৰ কাম অলপো আগবঢ়া নাছিল। তাৰ কিছুবছৰ পিছত যেতিয়া প্ৰতিটো আখৰ বা সংখ্যাক এক অদ্বিতীয় চিহ্ন প্ৰদান কৰা পদ্ধতি বা "ইউনিক'ড" জনপ্ৰিয় হ'বলৈ ধৰিলে তেতিয়াৰ পৰাহে অসমীয়া ৱিকিপিডিয়াৰ প্ৰকৃত কাম-কাজ আৰম্ভ হ'ল।
 
Line 81 ⟶ 73:
তাৰ পিছত অসমীয়া ৱিকিপিডিয়াৰ প্ৰতি মানুহৰ আগ্ৰহৰ অভাৱত দীৰ্ঘ সময় ধৰি কাম-কাজৰ গতি স্থবিৰ হৈ পৰে। সামাজিক যোগাযোগৰ মাধ্যম ফে'চবুকত অসমীয়া ৱিকিপিডিয়াৰ গোট এটাও মুকলি কৰা হয়। ছেগোছেৰোকাকৈ দুই-একে প্ৰবন্ধ লিখি থকাৰ ফলত ২০১০ চনৰ ফেব্ৰুৱাৰীত প্ৰবন্ধ সংখ্যা ২৫০ হয়। সেই সময়তে ভাৰতীয় ৱিকি প্ৰকল্পসমূহৰ উন্নয়নৰ বাবে খাটি থকা অনা-অসমীয়া ৱিকিপিডিয়ান এজনৰ প্ৰচেষ্টাত অসমীয়া ৱিকিপিডিয়া পুনৰ সক্ৰিয় হৈ পৰে। সহায় পৃষ্ঠা, দৰকাৰী সাঁচ আৰু প'ৰ্টেলসমূহৰ কাম-কাজো আৰম্ভ হয়।
 
২০১১ চনৰ ১০ চেপ্তেম্বৰত অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধ সংখ্যা ৬০০ টা হয় আৰু ২০১২ চনৰ ৭ জানুৱাৰীত ১০০০টা হয়। ২০১২ চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত ক্ৰমে গুৱাহাটী আৰু তেজপুৰত দুখন ৱিকিপিডিয়া কৰ্মশালা অনুষ্ঠিত হয়। ২০১২ চনৰ জুন মাহত অসমীয়া ৱিকিপিডিয়াৰ দশম বৰ্ষপূৰ্তী অনুষ্ঠান উদ্‌যাপন কৰা হয়। অক্টোবৰ মাহত "অসমীয়া ৱিকিপিডিয়া শিক্ষা প্ৰকল্প"ৰ শুভাৰম্ভ কৰা হয়। শেহতীয়াকৈ সক্ৰিয় ব্যৱহাৰকাৰীৰ সংখ্যা লাহে-লাহে বাঢ়ি আহিছে আৰু ন-ন সদস্যই এই কামত যোগ দিছে।
 
==ৱিকিপিডিয়াৰ বাহিৰে আন কি কি ৱিকি প্ৰকল্প আছে?==
 
মুক্ত ইণ্টাৰনেট বিশ্বকোষ ৱিকিপিডিয়াৰ অপাৰ সফলতাৰ পাছত ৱিকিমিডিয়া ফাউণ্ডেশ্যনে আন আন জ্ঞানদায়ী প্ৰকল্প আৰম্ভ কৰিবলৈ মন মেলিলে। তাৰে কিছুমান হৈছে- এখন বহুভাষিক মুক্ত অভিধান "ৱিক্সনেৰী" (Wiktionary), ৰাজহুৱা প্ৰান্ত আৰু বিনামূলীয়া অনুজ্ঞাপত্ৰ থকা গ্ৰন্থ সাঁচি ৰখা স্থান "ৱিকিচ'ৰ্ছ" (Wikisource), বিনামূলীয়া বিষয়বস্তুৰ পাঠ্যপুথিৰ স্থান "ৱিকিবুক্‌ছ" (Wikibooks), সহযোগিতামূলক সাংবাদিকতাৰে মুক্ত উত্‍সৰ বা-বাতৰিৰ ক্ষেত্ৰ "ৱিকিনিউজ" (Wikinews), বিভিন্ন বিখ্যাত উক্তিৰ সংগ্ৰহ "ৱিকিকোৱ'ট" (Wikiquote), অনলাইন মাল্টিমিডিয়া ফাইলৰ ভঁৰাল "কমন্স" (Commons) আদি।
 
ইয়াৰ ভিতৰত "ৱিকিঅভিধান" (Wiktionary) আৰু "ৱিকিউদ্ধৃতি" (Wikiquote) অসমীয়াত ভাষাত আৰম্ভ কৰা হৈছিল যদিও দীৰ্ঘসময়ৰ নিক্ৰিয়তাৰ বাবে সেইখনসেইবোৰ এতিয়া বন্ধ কৰি ৰখা হৈছে। বৰ্তমান "ৱিকিউৎস" (Wikisource)ৰ কাম-কাজ আৰম্ভ কৰা হৈছে যদিও তাৰ নিজা উপ-ডমেইন পোৱা হোৱা নাই।
 
==ইংৰাজী ৱিকি প্ৰকল্প থকাৰ পিছত অসমীয়া ৱিকি প্ৰকল্পৰ গুৰুত্ব কি?==
 
ৱিকিমিডিয়া ফাউণ্ডেশ্যন বা ৱিকিপিডিয়াৰ উদ্দেশ্য হৈছে জ্ঞানৰ উত্‍স মুকলি কৰা আৰু সকলোৰে মাজত বিলাই দিয়া। অসমীয়া ৱিকিপিডিয়াৰ তাৰ লগতে আন এক উদ্দেশ্য হৈছে চাইবাৰ যুগত অসমীয়া ভাষা জীয়াই ৰখা আৰু ইণ্টাৰনেটত অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰা।
 
Line 98 ⟶ 88:
 
==মই ৱিকিপিডিয়াত থকা ভুল তথ্যৰ ওপৰত প্ৰবন্ধ এটা লিখিব খুজিছোঁ। ৱিকিপিডিয়াৰ সম্পাদকসকলে সেই বিষয়ে বা কি কয়?==
 
ৱিকিপিডিয়াক আন পৰম্পৰাগত জ্ঞানৰ উত্‍সৰ লগত তুলনা কৰিলে এই সমস্যা আহিব পাৰে। পৰম্পৰাগত জ্ঞানৰ উত্‍সত (যেনে বাতৰি কাকত, কিতাপ, ব্ল'গ, দূৰদৰ্শন আদি) তথ্যৰ ত্ৰুটি শুধৰাবলৈ সুবিধা পোৱা নাযায় আৰু কেতিয়াবা সেইবোৰ আঙুলিয়াই দিবলৈ সঠিক শ্ৰোতাও পোৱা নাযায়। ৱিকিপিডিয়াৰ পাৰ্থক্য এইটোৱেই যে ই মুক্ত আৰু সকলোৱে ইয়াক সম্পাদনা কৰিব পাৰে। ৱিকিপিডিয়াই আপোনাৰ চকুত পৰা যিকোনো ভুল শুধৰাবলৈ অধিকাৰ প্ৰদান কৰে। গতিকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি তথ্যগত ভুল শুদ্ধ কৰাটো সকলো সদস্যৰে দায়িত্ব।
 
Line 104 ⟶ 93:
 
==ৱিকিপিডিয়াৰ সুবিধা আৰু অসুবিধাসমূহ কি?==
 
ৱিকিপিডিয়াৰ প্ৰবন্ধসমূহ বহু স্বেচ্ছাসেৱকে লিখি উলিয়ায়। তাৰে কিছুমানৰ জ্ঞান বেছি থাকিব পাৰে, কিছুমানৰ ভাষাৰ দখল হয়তো বেছি, কিছুমান প্ৰুফ চোৱাত ভাল, কোনো কোনো কাৰিকৰী কামত পাৰ্গত হ'ব পাৰে। এই সকলোৱে একেলগে কাম কৰিলেহে প্ৰবন্ধ এটাই নিখুঁত ৰূপ পায়।
 
Line 117 ⟶ 105:
 
"ৱিকিঅভিধান" কিছুবছৰ আগতে আৰম্ভ কৰা হৈছিল যদিও দীৰ্ঘসময়ৰ নিষ্ক্ৰিয়তাৰ বাবে ইয়াক বন্ধ কৰি ৰখা হৈছে। শেহতীয়াকৈ ৱিকিঅভিধান পুনৰ মুকলি কৰিবলৈ আবেদন জনোৱা হৈছে।
<!--
*'''Wikipedia (http://ml.wikipedia.org)'''
 
Most active and important wikimedia wiki project is Malayalam Wikipedia. We have discussed a lot about wikipedia.
 
*'''Wikigranthashala (http://ml.wikisource.org)- Malayalam wiki source'''
 
Wikigranthashala is an online library of textual contents, which are available in 'public domain or in free licence'. Mainly three types of books are available in wikisource. First, text from ancient source which are outside coupyright range, second is text with expired copyright status and third is text with copyright status but copyright holder released it to public domain. Anybody can add Malayalam texts to wikigranthashala, which passed any of the above constraint.
 
Wikigranthashala started on 2006 march 29. ''Njanappaana'' writen by Poonthanam was the first work added to wikigranthashala. ''Adhyathmaramayanam Kilippattu'' also started to add later that year. In 2008-2009, ''Bible'', ''Khuran'', ''Keralapaanineeyam'', ''Indulekha'', ''Krishnagadha'' are some works completely included in Wikigranthashala at that time. Later ''Sree Narayana Guru's Complete books'' are also included there. ''Muhyudeen mala'' writen by Khasi Muhamed, which is considered as a first Arabic-Malayalam verses and Christian praise verses from K.V. Simon, P.M. Kochukaru, P.V. Thommi, Mosavalsalam, V. Nagal and Kochu Kunju Upadeshi are some unique works available in Wikigranthashala.
 
Wikisource editors are now collecting works by famous writers. Kunchan Nambyar, Kumranashan, Changampuzha, Poonthanam, Ezhuthachan, Melppathoor are some writers in focus. ''Bhagavatham Kilippattu'', ''Narayaneeyam'', ''Geethagovindam'', ''Rigvedam'' are some works now partially included. There is also a strong effort to include ''Thyagaraja Kritis'', ''Swathi Thirunal Kritis'' and ''Ulloor Kritis''.
 
Before print era, many noble books were limited to a small group of people. Printing was a revolution, favour to the majority. But now increased number of printed books and profit oriented publishing methodology ended in catastrophe, which drag people away from many valued books. Ofcourse there is republishing of old books happens, but it is impossible to reprint all books from past. Increased number of paper use also causing environmental loss. This situation gives a special importance to wikisource (Wikigranthashala). Wikigranthashala aims to share all works, covering all topics - including religion, science, literature etc - to Malaylees. It will be all pleasure to Malayalees when they get ''Ramacharitham'' writen by Cheeramakavi or ''Keralasahithya charithram'' written by Ulloor in a single click. Wikigranthashala is a podium to this dream. If everybody contribute any help whatever possible by them, this pleasure is not far.
 
*'''Wikinighandu (http://ml.wiktionary.org) Malayalam wiktionary'''
 
Wikinighandu is a wikimedia project in Malayalam to create a knowledge base which include definitions of words, synonyms, antonyms, etymology etc. Definitions of words includes meaning in Malayalam as well as other languages. Now around 60,000 words are included in Wikinighandu. Lion's share of words are from Malayalam language, but definitions of the words from languages like English, Japanese, Korean, Hindi, Tamil, Chinese are also available.
 
*'''Wikipadasala (http://ml.wikibooks.org)Malayalam wiki books'''
 
Provide a brief introduction to Malayalam wiki books and its current status
 
*'''Wiki chollukal (http://ml.wikiquote.org)Malayalam wiki chollukal.'''
 
Provide a brief introduction to Malayalam quote and its current status.
-->
 
==ৱিকিপিডিয়াত লিখা বা সম্পাদনাৰ ক্ষেত্ৰত মোৰ খোকোজা লাগিলে কাৰ লগত যোগাযোগ কৰিম?==
 
অসমীয়া ৱিকিপিডিয়াৰ সহায় পৃষ্ঠাসমূহত বেছিভাগ প্ৰশ্নৰে উত্তৰ দিয়া হৈছে। ইয়াৰ লগতে আপুনি যিকোনো এজন সক্ৰিয় অসমীয়া ৱিকিপিডিয়ানক বাৰ্তা বা ই-মেইল পঠিয়াব পাৰে। তাৰোপৰি আপুনি ফে'কবুকৰ অসমীয়া ৱিকিপিডিয়া গোটটোৰো সদস্যপদ ল'ব পাৰে। আমি আপোনাৰ যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু।
 
==মই ইংৰাজী ৱিকিপিডিয়াত এটা লগ্‌ইন আই.ডি. সৃষ্টি কৰিছিলোঁ। অসমীয়া ৱিকিপিডিয়াতো একেটা আই.ডি. ব্যৱহাৰ কৰিব পাৰিমনে?==
 
হয়। তাৰ বাবে আপুনি সকলো ৱিকিমিডিয়া প্ৰকল্পৰ বাবে আপোনাৰ একাউণ্ট এককৰণ কৰিব লাগিব। অধিক তথ্যৰ বাবে [http://meta.wikimedia.org/wiki/SUL help page on metawiki] চাওক।
 
==ৱিকি প্ৰকল্পৰ বিষয়ে আলোচনা কৰিবলৈ ৱিকিপিডিয়াৰ বাহিৰত কোনো গোট আছে নেকি?==
হয়। সামাজিক যোগাযোগৰ মাধ্যম ফে'চবুকত অসমীয়া ৱিকিপিডিয়াৰ বিষয়ে আলোচনা কৰিবলৈ [https://www.facebook.com/groups/assamwikigroup/342846152420612/?notif_t=group_activity '''Assamese Wikipedia Community'''] নামৰ এটা গোট খোলা হৈছে। তাত আপুনি সক্ৰিয় ৱিকিপিডিয়ানসকলৰ লগত কথা পাতিব পাৰিব। ইয়াৰ উপৰিও অসমীয়া ৱিকিপিডিয়াৰ [https://lists.wikimedia.org/mailman/listinfo/wikipedia-as মেইলিং লিষ্ট]]লৈকো আপুনি বাৰ্তা পঠিয়াব পাৰে।
 
হয়। সামাজিক যোগাযোগৰ মাধ্যম ফে'চবুকত অসমীয়া ৱিকিপিডিয়াৰ বিষয়ে আলোচনা কৰিবলৈ [https://www.facebook.com/groups/assamwikigroup/342846152420612/?notif_t=group_activity '''Assamese Wikipedia Community'''] নামৰ এটা গোট খোলা হৈছে। তাত আপুনি সক্ৰিয় ৱিকিপিডিয়ানসকলৰ লগত কথা পাতিব পাৰিব।
 
<!--
Yes. Malayalam wikimedia community has its own mailing list. You can communicate with active users of Malayalam wikimedia community by subscribing to this mailing list. Please visit https://lists.wikimedia.org/mailman/listinfo/wikiml-l to subscribe the mailing list.
 
A freenode Internet Relay Chat (IRC) channel is available for Malayalam wiki community in which you can can engage in real-time discussions with active Malayalam wikimedians.
 
*Server: irc.freenode.net
 
*Channel: #wikipedia-ml
 
Please see [http://ml.wikipedia.org/wiki/%E0%B4%B8%E0%B4%B9%E0%B4%BE%E0%B4%AF%E0%B4%82:%E0%B4%90.%E0%B4%86%E0%B5%BC.%E0%B4%B8%E0%B4%BF. help page in Malayalam wikipedia] for more details.
 
For your any other queries regarding malayalam wikimedia projects, please send an email to help@mlwiki.in
-->
 
[[শ্ৰেণী:ৱিকিপিডিয়া প্ৰশ্নোত্তৰ]]