শৰাইঘাট দলং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

আপডে'ট (edited with ProveIt)
3 নং শাৰী:
| native_name = শৰাইঘাট দলং
| native_name_lang = অসমীয়া
| image = Saraighat Bridge1Bridge 50 Years by Vikramjit Kakati.jpg
| image_size = 200 px
| alt =
| caption = শৰাইঘাট দলঙৰ ভিতৰৰস্বৰ্ণজয়ন্তী ভাগউপলক্ষে কৰা আলোকসজ্জা
| official_name =
| other_name =
63 নং শাৰী:
 
==ইতিহাস==
[[Image:Saraighat_bridge1.jpg|thumb|200px|<center>পথৰ সৈতে শৰাইঘাট দলং<center>]]
১৯১০ চনতেই ব্ৰহ্মপুত্ৰৰ ওপৰত দলং এখন নিৰ্মাণ কৰাৰ কথা চিন্তা-চৰ্চা কৰা হৈছিল।<ref name="আশাৰে চাকি">{{cite journal | title=আশাৰে চাকিটি জ্বলে | author=ববেন্দ্ৰ কুমাৰ দাস | journal=বসুন্ধৰা | year=২০১২ | month=৯ ছেপ্তেম্বৰ | pages=১১, ১২}}</ref> ব্ৰহ্মপুত্ৰ নদীয়ে অসমখনক দুটা ভাগত ভাগ কৰিছে: উত্তৰপাৰ আৰু দক্ষিণপাৰ। পঞ্চাছ দশকলৈকে এই নদীৰ ওপৰত এখনো দলঙ নাছিল। নদীখনৰ ইপাৰ-সিপাৰ হ’বৰ বাবে একমাত্ৰ মাধ্যম আছিল নাও। সেয়ে ব্ৰহ্মপুত্ৰৰ ওপৰত দলঙৰ বাবে বিভিন্ন আৱেদন কৰা হৈছিল।<ref name="শৰাইঘাট">{{cite journal | title=শৰাইঘাট! শৰাইঘাট! | author=বাদল দাস | journal=বসুন্ধৰা | year=২০১২ | month=৯ ছেপ্তেম্বৰ | pages=১০}}</ref> ‌ইয়াৰ কোনো ফল নোপোৱাত অৱশেষত আন্দোলনৰ পথ বাছি লোৱা হয়। [[হেম বৰুৱা]], কমিউনিষ্ট গৌৰীশংকৰ ভট্টাচাৰ্য্য, ছ’ছিয়েলিষ্ট নেতা হৰেশ্বৰ গোস্বামীৰ দৰে ব্যক্তিয়ে এই আন্দোলনৰ গুৰি ধৰিছিল।<ref name="শৰাইঘাট" />
 
Line 75 ⟶ 74:
 
==বৰ্তমান শৰাইঘাট দলঙৰ অৱস্থা==
বৰ্তমান [[উত্তৰ-পূব সীমান্ত ৰেলৱে]]-এ দলঙখনৰ চোৱা-চিতা কৰে। ৰেলৱে বিভাগে [[আই আই টি, গুৱাহাটী]]ৰ বিশেষজ্ঞৰ এটা দলক দলঙখনৰ বৰ্তমানৰ অৱস্থা পৰীক্ষা কৰিবলৈ দায়িত্ব দিছিল। বিশেষজ্ঞৰ দলটোৱে জনায় যে, দলঙখন বৰ্তমানেও সম্পূৰ্ণ নিৰাপদ অৱস্থাত আছে।<ref name="স্বৰ্ণ জয়ন্তী" /> ইয়াৰ ১১ টা খুটাই ভাল অৱস্থাত আছে।<ref name="স্বৰ্ণ জয়ন্তী" /> বৰ্তমানৰ যাতায়তৰ বৰ্ধিত হেঁচা আৰু সঘন যান-জঁটৰ প্ৰতি লক্ষ্য ৰাখি তিনিটা লেনযুক্ত আৰু এখন নতুন দলঙদলং শৰাইঘাটৰ সমীপতে নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লোৱা হয়। বৰ্তমান এই দলঙৰ কাম পূৰ্ণগতিত চলি আছে।<ref name="স্বৰ্ণ জয়ন্তী" /><ref name="কিছু কথা" />
 
২০১২ চনৰ অক্টোবৰ মাহত শৰাইঘাট দলঙৰ পঞ্চাশ বছৰ সম্পূৰ্ণ হয়।<ref name="ত্ৰিবিউন">{{cite web | url=http://www.assamtribune.com/scripts/detailsnew.asp?id=nov0612/at092 | title=Saraighat bridge completes 50 years | publisher=The Assam Tribune | date=November 5, 2012 | accessdate=November 10, 2012}}</ref> [[উত্তৰ-পূব সীমান্ত ৰেলৱে]]ই এই উপলক্ষে ৬ নৱেম্বৰত আয়োজন কৰা সভাত অসমৰ ৰাজ্যপাল জে বি পাটনায়ক আৰু মুখ্যমন্ত্ৰী [[তৰুণ গগৈ]] উপস্থিত থাকে। ৰাজ্যপালগৰাকীয়ে দলংখনক "[[লাচিত বৰফুকন দলং]]" বুলি পুনৰ্নামাকৰণ কৰাৰ প্ৰস্তাৱ দিয়ে।<ref name="TOI">{{cite newsgroup | url=http://articles.timesofindia.indiatimes.com/2012-11-07/guwahati/34971728_1_bridge-stretches-assam-governor-brahmaputra | title=50 years of Saraighat bridge | date=November 7, 2012 | accessdate=November 10, 2012 | author=Kangkan Kalita | newsgroup=The Times of India}}</ref>
==শৰাইঘাট দলঙ ধ্বংস কৰাৰ আঁচনি==
 
সত্তৰ দশকত বাংলাদেশৰ স্বাধীনতা সংগ্ৰাম হৈছিল। ভাৰতবৰ্ষই [[পূব পাকিস্তান|বাংলাদেশ]]ক স্বাধীনতাৰ বাবে সহায় কৰিছিল।<ref name="ধ্বংস">{{cite journal | title=শৰাইঘাট! শৰাইঘাট! | author=বাদল দাস | journal=বসুন্ধৰা | year=২০১২ | month=৯ ছেপ্তেম্বৰ | pages=১০}}</ref> [[ভাৰতীয় বিমান বাহিনী]]ৰ বিমানে [[তেজপুৰ]]ৰ [[শালনী বিমানবন্দৰ]]ৰ পৰা উৰা মাৰি [[ঢাকা]]ৰ বিমানবন্দৰত আক্ৰমণ কৰিছিল। এই আক্ৰমণত পাকিস্তানৰ কেইবাখনো আমেৰিকান যুঁজাৰু বিমান ধ্বংস হৈছিল।<ref name="ধ্বংস" /> ইয়াৰ প্ৰতিশোধ ল’বৰ বাবে পাকিস্তানী বিমান বাহিনীয়ে একেদিনাই শৰাইঘাট দলঙ ধ্বংস কৰাৰ আঁচনি কৰিছিল। শৰাইঘাট দলঙৰ ওপৰত বোমা বৰ্ষণ কৰিব বুলি ভাৰতীয় চোৰাংচোৱাই আগতীয়াকৈ গোপন বাৰ্তা পাইছিল।<ref name="ধ্বংস" /> পাকিস্তানী সৈন্যৰ প্ৰথম লক্ষ্য শৰাইঘাট দলঙ আৰু দ্বিতীয় লক্ষ্য [[গুৱাহাটী]] আছিল।<ref name="ধ্বংস" /> কাৰণ, সেই সময়ৰ [[উত্তৰ-পূৰ্বাঞ্চল]]ৰ মূল কেন্দ্ৰ আছিল [[গুৱাহাটী]] আৰু ভাৰতৰ অন্য স্থানৰ লগত ইয়াৰ যোগাযোগৰ একমাত্ৰ পথ আছিল শৰাইঘাট দলঙ।
==শৰাইঘাট দলঙদলং ধ্বংস কৰাৰ আঁচনি==
সত্তৰ দশকত বাংলাদেশৰ স্বাধীনতা সংগ্ৰাম হৈছিল। ভাৰতবৰ্ষই [[পূব পাকিস্তান|বাংলাদেশ]]ক স্বাধীনতাৰ বাবে সহায় কৰিছিল।<ref name="ধ্বংস">{{cite journal | title=শৰাইঘাট! শৰাইঘাট! | author=বাদল দাস | journal=বসুন্ধৰা | year=২০১২ | month=৯ ছেপ্তেম্বৰ | pages=১০}}</ref> [[ভাৰতীয় বিমান বাহিনী]]ৰ বিমানে [[তেজপুৰ]]ৰ [[শালনী বিমানবন্দৰ]]ৰ পৰা উৰা মাৰি [[ঢাকা]]ৰ বিমানবন্দৰত আক্ৰমণ কৰিছিল। এই আক্ৰমণত পাকিস্তানৰ কেইবাখনো আমেৰিকান যুঁজাৰু বিমান ধ্বংস হৈছিল।<ref name="ধ্বংস" /> ইয়াৰ প্ৰতিশোধ ল’বৰ বাবে পাকিস্তানী বিমান বাহিনীয়ে একেদিনাই শৰাইঘাট দলঙ ধ্বংস কৰাৰ আঁচনি কৰিছিল। শৰাইঘাট দলঙৰ ওপৰত বোমা বৰ্ষণ কৰিব বুলি ভাৰতীয় চোৰাংচোৱাই আগতীয়াকৈ গোপন বাৰ্তা পাইছিল।<ref name="ধ্বংস" /> পাকিস্তানী সৈন্যৰ প্ৰথম লক্ষ্য শৰাইঘাট দলঙ আৰু দ্বিতীয় লক্ষ্য [[গুৱাহাটী]] আছিল।<ref name="ধ্বংস" /> কাৰণ, সেই সময়ৰ [[উত্তৰ-পূৰ্বাঞ্চল]]ৰ মূল কেন্দ্ৰ আছিল [[গুৱাহাটী]] আৰু ভাৰতৰ অন্য স্থানৰ লগত ইয়াৰ যোগাযোগৰ একমাত্ৰ পথ আছিল শৰাইঘাট দলঙ।দলং।
 
===ভাৰতীয় সেনা বাহিনীৰ প্ৰত্যুত্তৰ===
Line 86 ⟶ 87:
অসমৰ অৰ্থনীতিত অপৰিসীমভাৱে গুৰুত্বপূৰ্ণ [[৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ|৩১]] আৰু [[৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ]]ক সংযোগ কৰি আছে শৰাইঘাট দলঙে।<ref name="অৰ্থনীতি">{{cite journal | title=শৰাইঘাটৰ দলঙ আৰু অসমৰ অৰ্থনীতি | author=জয়দীপ বৰুৱা | journal=বসুন্ধৰা | year=২০১২ | month=৯ ছেপ্তেম্বৰ | pages=পৃষ্ঠা: ২০}}</ref> ১৯৫৮ চনলৈকে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে বিকাশ হোৱা ৰেলপথ আৰু স্থলপথসমূহৰ সংযোগী একমাত্ৰ নদীখন আছিল ব্ৰহ্মপুত্ৰ নদ। এই নদীৰ ঘাটসমূহেই অসমৰ বেপাৰ বাণিজ্য তথা পৰিবহন ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। ১৯৬২ চনত শৰাইঘাট দলঙ হোৱাৰ পিছত পৰিবহন ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন ঘটিছিল। ইয়াৰ ফলত ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ আভ্যন্তৰীণ জল পৰিবহনৰ বাণিজ্যিক গুৰুত্ব ক্ৰমাৎ হ্ৰাস পাইছিল।<ref name="অৰ্থনীতি" /> লগতে পাণ্ডু আৰু আমিনগাঁৱৰ গুৰুত্বও বহু পৰিমাণে হ্ৰাস পাইছিল।<ref name="অৰ্থনীতি" /> এয়েই শৰাইঘাট দলঙৰ মৌলিক অৰ্থনৈতিক গুৰুত্ব আৰু তাৰ ঐতিহাসিক পটভূমি।
 
==দ্বিতীয়খন দলঙদলং নিৰ্মাণৰ প্ৰস্তুতি==
বৰ্তমানৰ যাতায়তৰ বৰ্ধিত হেঁচা আৰু সঘন যান-জঁটৰ প্ৰতি লক্ষ্য ৰাখি শৰাইঘাটৰ সমীপতে এখন নতুন দলঙ নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লোৱা হয়।<ref name=" চাকি">{{cite journal | title=আশাৰে চাকিটি জ্বলে | author=ববেন্দ্ৰ কুমাৰ দাস | journal=বসুন্ধৰা | year=২০১২ | month=৯ ছেপ্তেম্বৰ | pages=পৃষ্ঠা:১২, ১৮}}</ref> ২০০৭ চনৰ ৮ এপ্ৰিল তাৰিখে এই নিৰ্মাণৰ কাম শুভাৰম্ভ কৰা হয়। আমিনগাঁৱৰ ''ৰাজীৱ গান্ধী ইনড’ৰ ষ্টেডিয়াম''ত প্ৰধান মন্ত্ৰী ড০ [[মনমোহন সিঙ|মনমোহন সিঙে]] ইয়াৰ আধাৰশিলা স্থাপন কৰে।<ref name=" চাকি" /> বৰ্তমান মূল দলঙ আৰু তাৰ লগত সংযোগমূলক অন্য কামসমূহ পূৰ্ণগতিত চলি আছে।<ref name="স্বৰ্ণ জয়ন্তী" /><ref name="কিছু কথা" /><ref name=" চাকি" />