শৰাইঘাট দলং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

আপডে'ট (edited with ProveIt)
সজ্জা, লিংক আদি
56 নং শাৰী:
| extra =
}}
'''শৰাইঘাট দলং''' ({{lang-en|Saraighat Bridge}}) [[অসম]]ৰ [[গুৱাহাটী]]ত [[ব্ৰহ্মপুত্ৰ]]ৰ ওপৰত নিৰ্মিত প্ৰথমখন ৰে'লপথযুক্ত দলং। দলংখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল ১৯৫৯ চনৰ জানুৱাৰী মাহত। সা-সামগ্ৰী কঢ়িওৱাৰ বাবে দলংখন ১৯৬২ চনৰ অক্টোবৰ মাহত মুকলি কৰা হয়। ১৯৬৩ চনৰ ৭ জুনত সেই সময়ৰ প্ৰধানমন্ত্ৰী [[জৱাহৰলাল নেহৰু]]ৱে দলংখন আনুষ্ঠানিকভাৱে যাত্ৰীৰ বাবে মুকলি কৰে।<ref name="dipak">{{cite newsgroup | title=পঞ্চাছ বছৰীয়া হ'ল শৰাইঘাট | date=৮ জুন, ২০১২ | author=দীপক কুমাৰ বৰ্মন | newsgroup=আমাৰ অসম}}</ref> এই দলঙখনৰ ওপৰেদি ৰাষ্ট্ৰীয় ঘাইপথ আৰু তলেদি আছে ৰেলপথ। বৰ্তমান দলঙখনৰ চোৱা-চিতাৰ কৰাৰ দায়িত্বত আছে [[উত্তৰ-পূব সীমান্ত ৰেলৱে]]।<ref name="স্বৰ্ণ জয়ন্তী" />
 
 
'''শৰাইঘাট দলং''' [[অসম]]ৰ [[গুৱাহাটী]]ত [[ব্ৰহ্মপুত্ৰ]]ৰ ওপৰত নিৰ্মিত প্ৰথমখন ৰে'লপথযুক্ত দলং। দলংখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল ১৯৫৯ চনৰ জানুৱাৰী মাহত। সা-সামগ্ৰী কঢ়িওৱাৰ বাবে দলংখন ১৯৬২ চনৰ অক্টোবৰ মাহত মুকলি কৰা হয়। ১৯৬৩ চনৰ ৭ জুনত সেই সময়ৰ প্ৰধানমন্ত্ৰী [[জৱাহৰলাল নেহৰু]]ৱে দলংখন আনুষ্ঠানিকভাৱে যাত্ৰীৰ বাবে মুকলি কৰে।<ref name="dipak">{{cite newsgroup | title=পঞ্চাছ বছৰীয়া হ'ল শৰাইঘাট | date=৮ জুন, ২০১২ | author=দীপক কুমাৰ বৰ্মন | newsgroup=আমাৰ অসম}}</ref> এই দলঙখনৰ ওপৰেদি ৰাষ্ট্ৰীয় ঘাইপথ আৰু তলেদি আছে ৰেলপথ। বৰ্তমান দলঙখনৰ চোৱা-চিতাৰ কৰাৰ দায়িত্বত আছে [[উত্তৰ-পূব সীমান্ত ৰেলৱে]]।<ref name="স্বৰ্ণ জয়ন্তী" />
 
প্ৰথমতে দলঙখনৰ নাম ''ব্ৰহ্মপুত্ৰ দলং'' আছিল। পাছত ইয়াক ''শৰাইঘাট দলং'' নামেৰে নামাকৰণ কৰা হয়।<ref name="কিছু কথা">{{cite news | url=http://ajirdainikbatori.com/magazine.htm | title=শৰাইঘাট দলঙৰ কিছু কথা | date=দেওবাৰ ২৯ জানুৱাৰী ২০১২ | agency=আজিৰ দৈনিক বাতৰি | accessdate=October 21, 2012 | author=কুমুদেশ্বৰ হাজৰিকা | location=অসম}}</ref>
Line 77 ⟶ 75:
 
২০১২ চনৰ অক্টোবৰ মাহত শৰাইঘাট দলঙৰ পঞ্চাশ বছৰ সম্পূৰ্ণ হয়।<ref name="ত্ৰিবিউন">{{cite web | url=http://www.assamtribune.com/scripts/detailsnew.asp?id=nov0612/at092 | title=Saraighat bridge completes 50 years | publisher=The Assam Tribune | date=November 5, 2012 | accessdate=November 10, 2012}}</ref> [[উত্তৰ-পূব সীমান্ত ৰেলৱে]]ই এই উপলক্ষে ৬ নৱেম্বৰত আয়োজন কৰা সভাত অসমৰ ৰাজ্যপাল জে বি পাটনায়ক আৰু মুখ্যমন্ত্ৰী [[তৰুণ গগৈ]] উপস্থিত থাকে। ৰাজ্যপালগৰাকীয়ে দলংখনক "[[লাচিত বৰফুকন দলং]]" বুলি পুনৰ্নামাকৰণ কৰাৰ প্ৰস্তাৱ দিয়ে।<ref name="TOI">{{cite newsgroup | url=http://articles.timesofindia.indiatimes.com/2012-11-07/guwahati/34971728_1_bridge-stretches-assam-governor-brahmaputra | title=50 years of Saraighat bridge | date=November 7, 2012 | accessdate=November 10, 2012 | author=Kangkan Kalita | newsgroup=The Times of India}}</ref>
[[চিত্ৰ:Saraighat Bridge, Guwahati, Assam, India .jpg|thumb|right|সন্ধিয়া সময়ত দলংখনৰ এক দৃশ্য]]
 
==শৰাইঘাট দলং ধ্বংস কৰাৰ আঁচনি==
সত্তৰ দশকত বাংলাদেশৰ স্বাধীনতা সংগ্ৰাম হৈছিল। ভাৰতবৰ্ষই [[পূব পাকিস্তান|বাংলাদেশ]]ক স্বাধীনতাৰ বাবে সহায় কৰিছিল।<ref name="ধ্বংস">{{cite journal | title=শৰাইঘাট! শৰাইঘাট! | author=বাদল দাস | journal=বসুন্ধৰা | year=২০১২ | month=৯ ছেপ্তেম্বৰ | pages=১০}}</ref> [[ভাৰতীয় বিমান বাহিনী]]ৰ বিমানে [[তেজপুৰ]]ৰ [[শালনী বিমানবন্দৰ]]ৰ পৰা উৰা মাৰি [[ঢাকা]]ৰ বিমানবন্দৰত আক্ৰমণ কৰিছিল। এই আক্ৰমণত পাকিস্তানৰ কেইবাখনো আমেৰিকান যুঁজাৰু বিমান ধ্বংস হৈছিল।<ref name="ধ্বংস" /> ইয়াৰ প্ৰতিশোধ ল’বৰ বাবে পাকিস্তানী বিমান বাহিনীয়ে একেদিনাই শৰাইঘাট দলঙ ধ্বংস কৰাৰ আঁচনি কৰিছিল। শৰাইঘাট দলঙৰ ওপৰত বোমা বৰ্ষণ কৰিব বুলি ভাৰতীয় চোৰাংচোৱাই আগতীয়াকৈ গোপন বাৰ্তা পাইছিল।<ref name="ধ্বংস" /> পাকিস্তানী সৈন্যৰ প্ৰথম লক্ষ্য শৰাইঘাট দলঙ আৰু দ্বিতীয় লক্ষ্য [[গুৱাহাটী]] আছিল।<ref name="ধ্বংস" /> কাৰণ, সেই সময়ৰ [[উত্তৰ-পূৰ্বাঞ্চল]]ৰ মূল কেন্দ্ৰ আছিল [[গুৱাহাটী]] আৰু ভাৰতৰ অন্য স্থানৰ লগত ইয়াৰ যোগাযোগৰ একমাত্ৰ পথ আছিল শৰাইঘাট দলং।
Line 90 ⟶ 89:
বৰ্তমানৰ যাতায়তৰ বৰ্ধিত হেঁচা আৰু সঘন যান-জঁটৰ প্ৰতি লক্ষ্য ৰাখি শৰাইঘাটৰ সমীপতে এখন নতুন দলঙ নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লোৱা হয়।<ref name=" চাকি">{{cite journal | title=আশাৰে চাকিটি জ্বলে | author=ববেন্দ্ৰ কুমাৰ দাস | journal=বসুন্ধৰা | year=২০১২ | month=৯ ছেপ্তেম্বৰ | pages=পৃষ্ঠা:১২, ১৮}}</ref> ২০০৭ চনৰ ৮ এপ্ৰিল তাৰিখে এই নিৰ্মাণৰ কাম শুভাৰম্ভ কৰা হয়। আমিনগাঁৱৰ ''ৰাজীৱ গান্ধী ইনড’ৰ ষ্টেডিয়াম''ত প্ৰধান মন্ত্ৰী ড০ [[মনমোহন সিঙ|মনমোহন সিঙে]] ইয়াৰ আধাৰশিলা স্থাপন কৰে।<ref name=" চাকি" /> বৰ্তমান মূল দলঙ আৰু তাৰ লগত সংযোগমূলক অন্য কামসমূহ পূৰ্ণগতিত চলি আছে।<ref name="স্বৰ্ণ জয়ন্তী" /><ref name="কিছু কথা" /><ref name=" চাকি" />
 
==তথ্য সংগ্ৰহ==
==তথ্যসূত্ৰ==
{{Reflist}}
<references />
 
 
==বৰ্হিবাহ্যিক সংযোগ==
{{কমন্স শ্ৰেণী|Saraighat|শৰাইঘাট দলং}}
{{Bridges over the Brahmaputra river}}
 
[[Categoryশ্ৰেণী:অসমৰ দলং]]
 
[[en:Saraighat]]