কম্পিউটাৰ বিজ্ঞান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

36 নং শাৰী:
বৰ্তমান যুগত কম্পিউটাৰ বিজ্ঞান বুলিলে কেইবাটাও বিষয় সামৰি লোৱা হয়।
 
* সংগণনতত্ব: ইয়াক কম্পিউটাৰ বিজ্ঞানৰ গাণিতীক ভেটি বুলিব পৰা যায়। "চাৰ্চ-টিউৰিং থেচিচ"-অৰ মূল ভেটিৰ ওপৰত প্রতিষ্ঠিত এই শীতানত সংগণন বা কম্পিউটেশ্যন সম্পৰ্কীয় বিভিন্ন গাণিতীক তথ্য সামৰি লোৱা হয়।
* এলগৰিথম আৰু ডেইটা ষ্ট্রাকচাৰ: এই শীতানৰ অধীনত কম্পিউটাৰৰ সহায়ত সমস্যা সমাধানৰ বিভিন্ন পদ্ধতিৰ বিষয়ে অধ্যয়ন কৰা হয়। ইয়াক কম্পিউটাৰ প্রগ্রেমিঙৰ মূল ভেটিও বুলিব পৰা যায়।
 
[[Category:কম্পিউটাৰ বিজ্ঞান]]