দেউল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
+blank infobox
1 নং শাৰী:
{{Infobox recurring event
| image =
| imagesize = frameless
| caption =
| begins =
| ends =
| date =
| frequency =
| location =
| first =
| last =
| participants =
| attendance =
| footnotes =
| organised =
}}
[[Image:barpeta holi.jpg|thumb|right|300px|<center>বৰপেটাত ফল্গু উৎসৱৰ আনন্দ<center>]]
[[ফাকুৱা]]ৰ লগত জড়িত [[অসম]]ৰ অন্যতম উৎসৱ হ'ল দৌল উৎসৱ বা দেউল৷ বৈকুণ্ঠপুৰী [[বৰপেটা]] ধামত ১৫১৮ শকত [[বৰপেটা সত্ৰ]]ৰ [[মথুৰা দাস বুঢ়া আতা]]ই প্ৰথম বাৰৰ বাবে ইয়াক প্ৰচলন কৰিছিল৷ সেই দিনাৰ পৰা পৰম্পৰাগভাৱে ইয়াক পালন কৰি অহা হৈছে৷ স্থানীয় ভাষাত এই উৎসৱক '''দেউল''' বোলা হয়৷ দেউল উৎসৱৰ এমাহমানৰ আগৰে পৰা ইয়াৰ প্ৰস্তুতি আৰম্ভ হয়৷ ধৰ্মীয় আচাৰ, ভক্তিৰস আৰু সমন্বয়ৰ উৎসৱ হিচাপে বৰপেটাৰ দেউল উৎসৱ চিহ্নিত হৈ আহিছে৷<ref name=axom>বৰপেটাৰ বৰধামৰ দেউল, প্ৰিয়ৰঞ্জন দাস, গণ অধিকাৰ সংবাদ-পত্ৰ, গুৱাহাটী, ৮ মাৰ্চ ২০১২</ref>
Line 12 ⟶ 28:
ভৰদৌলৰ পিছদিনা [[ফাকুৱা]] বা হোলী৷ আবিৰৰ ৰঙে চৌ দিশে ৰঞ্জিত কৰা ফাকুৱাক ইয়াত সুঁবেৰী বা সৌৰী বোলে৷ সেইদিনা ফাকু গুৰি ছটিয়াই সকলোৱে আনন্দ কৰে৷ ভৰদৌলৰ নিশা দৌলগোবিন্দ মহাপ্ৰভু আৰু কলীয়া ঠাকুৰ গোসাঁইক দৌলৰ পৰা নমাই কীৰ্ত্তন ঘৰৰ ভিতৰত ৰখা হয়৷ সুঁৱৰীৰ দিনা আৱেলি পুনৰাই গোসাঁইল মঠৰ চোতাললৈ আনি পুজা কৰা হয়৷ ইয়াৰ পিছত গোসাঁইক বৰপেটা সত্ৰৰ দক্ষিণ দিশে থকা কলবাৰী সত্ৰলৈ নিয়ে৷ তাতে গোসাঁইৰ দোলা পৱিত্ৰ ভূমিত ৰখা হয়৷ ভক্তগণে গোসাঁইৰ সন্মুখত এবিধ বনৰীয়া মাহ আগবঢ়াই৷ ইয়াৰ পিছত পুনৰ বৰপেটা সত্ৰলৈ অনা হয়৷ ইয়াৰ পিছতে সত্ৰৰ মূল প্ৰৱেশ পথত টুপৰ চোতালত 'বাঁহ ভঙা' কাৰ্য্য অনুষ্ঠিত কৰা হয়৷ ইয়াৰ পিছত পুনৰ গোসাঁই মণিকূটত প্ৰৱেশ কৰে আৰু দেউল উৎসৰ সামৰণি পৰে৷<ref name=axom></ref>
 
==তথ্য সংগ্ৰহ==
==তথ্যসূত্ৰ==
<references />
 
{{অসমৰ উৎসৱ আৰু মেলাসমূহ}}
 
[[Category:অসমৰ উৎসৱসমূহ]]
"https://as.wikipedia.org/wiki/দেউল"ৰ পৰা অনা হৈছে