শ্ৰী শ্ৰী বটদ্ৰৱা থান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

removed Category:অসম using HotCat
+infobox etc
1 নং শাৰী:
{{refimprove}}
[[File:bordowa1.jpg|thumb|বৰদোৱা তোৰণ]]
{{Infobox Mandir
'''বৰদোৱা''' [[অসম]]ৰ এখন পৱিত্ৰ তীৰ্থস্থান৷ [[নগাঁও]] চহৰৰ পৰা প্ৰায় ১৮ কিলোমিটাৰ নিলগত এই তীৰ্থ অৱস্থিত৷ মহাপুৰুষ [[শ্ৰীমন্ত শংকৰদেৱ]]ৰ শৈশৱ, কৈশোৰ আৰু কৰ্মজীৱনৰ স্থলী হিচাপে অসমৰ জনমানসত '''বৰদোৱা''' বিশেষ মৰ্যদা আছে৷ এই বৰদোৱাৰেই সমীপৱৰ্তী আলিপুখুৰীত [[শ্ৰীমন্ত শংকৰদেৱ]]ৰ জন্ম হৈছিল৷
|name = বট্ৰদৱা থান
|image = Bordowa.jpg
|image_size = 250
|image_alt = বট্ৰদৱা থানৰ তোৰণ
|caption = বৰদোৱা, নগাওঁ, অসম
|pushpin_map = India Assam
| latd = 26.3503828
| longd = 92.6795912
|map_caption = অসম মানচিত্ৰত বৰদোৱাৰ অৱস্থান
|map_size = 250
|other_names =
|assamese = বৰদোৱা
|sanskrit_translit =
|country = ভাৰত
|state/province = [[অসম]]
|district = [[নগাওঁ জিলা|নগাঁও]]
|locale =
|primary_deity = [[কৃষ্ণ]]
|important_festivals =
|architecture =
|number_of_temples =
|number_of_monuments =
|inscriptions =
|date_built =
|creator =
|temple_board =
|website = http://www.bordowathan.com/
}}
'''বট্ৰদৱা থান''' বা '''বৰদোৱা থান ''', চমুকৈ '''বৰদোৱা''' [[অসম]]ৰ এখন পৱিত্ৰ তীৰ্থস্থান৷ [[নগাঁও]] চহৰৰ পৰা প্ৰায় ১৮ কিলোমিটাৰ নিলগতনিলগৰ বৰদোৱা নামে ঠাইত এই তীৰ্থতীৰ্থস্থান অৱস্থিত৷ মহাপুৰুষ [[শ্ৰীমন্ত শংকৰদেৱ]]ৰ শৈশৱ, কৈশোৰ আৰু কৰ্মজীৱনৰ স্থলী হিচাপে অসমৰ জনমানসত '''বৰদোৱা''' বিশেষ মৰ্যদা আছে৷ এই বৰদোৱাৰেই সমীপৱৰ্তী আলিপুখুৰীত [[শ্ৰীমন্ত শংকৰদেৱ]]ৰ জন্ম হৈছিল৷হৈছিল<ref>বিশ্ব ঐতিহ্য, শান্তনু কৌশিক বৰুৱা</ref>৷
 
==ইতিহাস==
Line 6 ⟶ 35:
 
==সত্ৰ হিচাপে বৰদোৱা==
{{মূল প্ৰবন্ধ [[|বৰদোৱা সত্ৰ]] চাওক৷}}
 
বৰদোৱাতে শংকৰদেৱে প্ৰথম কীৰ্তন ঘৰ ([[নামঘৰ]]) সজাইছিল বুলি জনা যায়৷ ইয়াতেই শংকৰদেৱে প্ৰথম [[চিহ্নযাত্ৰা]] [[ভাওনা]] কৰি দেখুৱাই৷ ১৪৭০ চনত ২১ বছৰ বয়সত শংকৰদেৱে বৰদোৱাত [[ফাকুৱা]] আৰু [[দৌল উত্সৱ]]ৰ সূচনা কৰে৷ ১৫১৬-১৭ চন মানত শংকৰদেৱে নিৰাপত্তাজনিত কাৰণত বৰদোৱা ত্যাগ কৰে৷ শংকৰদেৱৰ পিছত ১৬৫৬ চনত শংকৰদেৱৰ পুত্ৰ হৰিচৰণ ঠাকুৰ, নাতিবোৱাৰী কনকলতা আৰু ভাগিন দামোদৰ আতাৰ উদ্যোগত বৰদোৱাক পুনৰুদ্ধাৰ কৰা হয়৷ [[সত্ৰ]] পুনৰ উজ্জীৱিত হৈ উঠে৷ এনেদৰে শতাধিক বছৰ চলাৰ পিছত শংকৰদেৱৰ উত্তৰাধিকাৰীসকলৰ মাজত হোৱা বিবাদৰ পৰিণতিত [[বৰদোৱা সত্ৰ]] বৰহিছা (নৰোৱা) আৰু সৰুহিছা (শলগুৰি) নামে দুখন সত্ৰত বিভক্ত হয়৷ অৱশ্যে ১৯৫৮ চনত বৰহিছা আৰু সৰুহিছাৰ মধ্যস্থলত উমৈহতীয়া কীৰ্ত্তন ঘৰ সাজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়৷
 
১৯৬৪ চনত বটদ্ৰৱা থান পৰিচালনা সমিতি গঠন কৰা হয় আৰু সমিতিয়ে দুয়োখন সত্ৰৰ সমন্বয়ত বিভিন্ন কাম-কাজ পৰিচালনা কৰি আহিছে৷ [[বৰদোৱা সত্ৰ]]ৰ ভিতৰত থকা পৱিত্ৰ আকাশীগংগা, দৌল মন্দিৰ, পাদশিলা গৃহ (ইয়াতে শিলত গুৰুজনাৰ ভৰিৰ পতাৰ চিহ্ন আছে বুলি জনবিশ্বাস আছে), [[মণিকূট]]সহ কীৰ্তন ঘৰ ([[নামঘৰ]]), [[সাঁচি গছ]], টেম্বুৱানী জান, শংকৰদেৱ গৱেষণা কেন্দ্ৰ, শিলিখা গছ আদিয়ে সত্ৰখনৰ ঐতিহ্য বহন কৰিছে৷ ইয়াত শংকৰদেৱ-মাধৱদেৱ আৰু আন আন বৈষ্ণৱ গুৰুসকলৰ জন্ম-মৃত্যু তিথি, দৌল উত্সৱ, [[ভাওনা]], [[অংকীয়া নাট]] আদি উদ্‌যাপন কৰা হয়৷
 
==তথ্য সংগ্ৰহ==
==প্ৰসঙ্গ পুথি==
{{Reflist}}
* বিশ্ব ঐতিহ্য, শান্তনু কৌশিক বৰুৱা
 
 
==বৰ্হিবাহ্যিক সংযোগ==
* http://iiic.info/bordowa/ আহৰণ কৰা তাৰিখ: ৩০ ছেপ্টেম্বৰ, ২০১১
* http://nagaon.nic.in/tour.html আহৰণ কৰা তাৰিখ: ৩০ ছেপ্টেম্বৰ, ২০১১
 
{{অসমৰ হিন্দুধৰ্মৰ মঠ-মন্দিৰ}}
 
[[শ্ৰেণী:অসমৰ ধৰ্মীয় স্থান]]