মণিকূট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{Assam stub}}
[[চিত্ৰ:মণিকূট.jpg|thumb|right|200px]]
[[অসম]]ৰ [[বৈষ্ণৱ]] [[সংস্কৃতি]]ৰ এটি উল্লেখযোগ্য সম্পদ হ’ল [[মণিকূট]]মণিকূট৷ ৷ [[অসম]]ৰঅসমৰ প্ৰায় প্ৰতিখন গাঁৱতে [[নামঘৰ]]ৰ সংলগ্নকৈ [[মণিকূট]]টোমণিকূটটো সজা দেখা যায় ৷যায়৷ [[নামঘৰ]] অথবা [[কীৰ্তনঘৰ]]টো থাকেকীৰ্তনঘৰটো পূবা-পশ্চিমাকৈ থাকে৷ [[নামঘৰ]]টোনামঘৰটো পূৰ্ব প্ৰকোষ্ঠত লগ লগাই [[মণিকূট]]টোমণিকূটটো উত্তৰা-দক্ষিণাকৈ সজা হয় ৷হয়৷ এই [[মণিকূট]]ৰমণিকূটৰ সোঁ-মাজত [[সিংহাসন বা [[গুৰু আসন]] স্থাপন কৰি তাত [[মহাপুৰুষ]] [[শ্ৰীমন্ত শংকৰদেৱ]] আৰু [[শ্ৰীমন্ত মাধৱদেৱ]]ৰ [[কীৰ্তন-দশম]],[[ ঘোষা]] আৰু [[ৰত্নাৱলী]]ৰৰত্নাৱলীৰ যিকোনো এখন পুথি সযত্নেৰে স্থাপন কৰা হয়হয়৷ ৷ [[মণিকূট]] শব্দৰ মূলগত অৰ্থ হ’ল [[ৰত্ন]] থোৱা ঘৰ ৷ঘৰ৷ [[মণিকূট]]বোৰ সাধাৰণতে দুচলীয়া ৷দুচলীয়া৷ [[বৰপেটা]] [[সত্ৰ]]ৰ [[মণিকূট]]টো চাৰিচলীয়ামণিকূটটো চাৰিচলীয়া৷ চালবোৰ ভাঁজখোৱা আৰু দেখিবলৈ বৰ্তুলকাৰ ৷বৰ্তুলকাৰ৷ সেইবাবে ইয়াক কোৱা হয় ভাঁজঘৰভাঁজঘৰ৷ ৷ [[প্ৰত্নতাত্ত্বিক]] [[ৰাজমোহন নাথ]] ডাঙৰীয়াই [নাথে[বৌদ্ধ]] গ্ৰন্থত উল্লিখিত [[বংগ]] গৃহৰ পৰা ভাঁজঘৰ শব্দটি অহা বুলি সাব্যস্ত কৰিছে৷ [[মণিকূট]]টো দেখাত দেৱগৃহৰ শিখৰৰ দৰে ৰমক-জমক নহ’লেও ইয়াৰ এটা নিজস্ব বৈশিষ্ট আছে ৷আছে৷ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ থকা অগণন [[নামঘৰ]] আৰু [[মণিকূট]]ৰ গইনা লৈ শংকৰী সংস্কৃতিৰ আজিও জীৱন্ত আৰু গতিশীল হৈ আছে<ref>অসমীয়া সংস্কৃতিৰ কণিকা – সম্পাদনা- ড০ পৰমানন্দ ৰাজবংশী, ড০ নাৰায়ন দাস (পৃষ্ঠা- ২৭২)</ref>৷
 
<!--কীৰ্তন ঘৰটোৰ পূৱৰ কোঠাৰ পৰা ইয়ালৈ সোমাব পৰাকৈ নামঘৰৰ পূৱতে উত্তৰা-দক্ষিণাকৈ মণিকূটটো নিৰ্মান কৰা হয। এই মণিকূটতে গুৰুজনাই শাস্ত্ৰ প্ৰণয়ন আৰু ধৰ্ম চৰ্চা কৰিছিল। মণিকূটৰ সোঁমাজতে কাঠৰ আসন বা থাপনা পাতি তাত মহাপুৰুষ দুজনা (শঙ্কৰ-মাধৱ)ৰ ৰচিত সৰ্ব্বজন সমাদৃত এখন বিশেষ পুথি থয়। এনে পুথিৰ ভিতৰত দশম(ভাগৱতৰ দশম স্কন্ধ), কীৰ্তন, নামঘোষা, ভক্তি ৰত্নাৱলী, গুণমালা আদিয়েই উল্লেখযোগ্য। মণিৰ অৰ্থ হৈছে ৰত্ন আৰু কূটৰ অৰ্থ হৈছে ঘৰ; অৰ্থাৎ ৰত্ন থোৱা ঘৰ। ইয়াত মণি বা ৰত্ন হৈছে শঙ্কৰ-মাধৱ পুৰুষৰ ৰচিত গ্ৰন্থ যাক সিংহাসনত বা থাপনাত উপাসনাৰ বস্ত্ত হিচাপে ৰখা হয়। মণিকূটত আসন বা থাপনাৰ উপৰিও নামঘৰৰ অত্যাৱশ্যকীয় সম্পত্তি যেনে –দবা,শংখ,ঘণ্টা,কাঁহ,শৰাই,টৌ,বান,লোটা,কলহ,বৰবাটি,ঠগা,ডলা-ছালনী,পাচি খৰাহি ভোৰতাল আদি ৰখা হয়। মণিকূটৰ এদাঁতিত এখন চাং পাতি তাত কীৰ্তন,দশম,নামঘোষা,ৰত্নাৱলী,সাঁচিপাতৰ পুথি,বৰগীত আদি পুথিবোৰ সযতনে ৰখা হয়। নামনি অসমৰ বৰপেটা নামঘৰৰ পূৱফালে থকা মণিকূটটোক ভাঁজঘৰ বোলে। এই ভাঁজঘৰটো চাৰিচুকীয়া,চালবোৰ ভাঁজখোৱা বা দোঁখোৱা আৰু চাৰিওফালে পানী পাচটো গোলাকাৰ হয়। অসমৰ অন্যান্য ঠাইত মণিকূটটো এনে ভাঁজঘৰ নহয়,দুচলীয়া ঘৰহে। যিবিলাক ঠাইত মণিকূট নাথাকে বা সাজিবৰ সামৰ্থ নাথাকে তেনে ঠাইৰ নামঘৰৰ পূৱৰ প্ৰথম খোটালিকে মণিকূট হিচাপে ব্যৱহাৰ কৰি আসন প্ৰতিষ্ঠা কৰে।-->
[[অসম]]ৰ [[বৈষ্ণৱ]] [[সংস্কৃতি]]ৰ এটি উল্লেখযোগ্য সম্পদ হ’ল [[মণিকূট]] ৷ [[অসম]]ৰ প্ৰায় প্ৰতিখন গাঁৱতে [[নামঘৰ]]ৰ সংলগ্নকৈ [[মণিকূট]]টো সজা দেখা যায় ৷ [[নামঘৰ]] অথবা [[কীৰ্তনঘৰ]]টো থাকে পূবা-পশ্চিমাকৈ ৷ [[নামঘৰ]]টো পূৰ্ব প্ৰকোষ্ঠত লগ লগাই [[মণিকূট]]টো উত্তৰা-দক্ষিণাকৈ সজা হয় ৷ এই [[মণিকূট]]ৰ সোঁ-মাজত [[সিংহাসন বা গুৰু আসন]] স্থাপন কৰি তাত [[মহাপুৰুষ]] [[শ্ৰীমন্ত শংকৰদেৱ]] আৰু [[শ্ৰীমন্ত মাধৱদেৱ]]ৰ [[কীৰ্তন-দশম]],[[ঘোষা]] আৰু [[ৰত্নাৱলী]]ৰ যিকোনো এখন পুথি সযত্নেৰে স্থাপন কৰা হয় ৷ [[মণিকূট]] শব্দৰ মূলগত অৰ্থ হ’ল [[ৰত্ন]] থোৱা ঘৰ ৷ [[মণিকূট]]বোৰ সাধাৰণতে দুচলীয়া ৷ [[বৰপেটা]] [[সত্ৰ]]ৰ [[মণিকূট]]টো চাৰিচলীয়া ৷ চালবোৰ ভাঁজখোৱা আৰু দেখিবলৈ বৰ্তুলকাৰ ৷ সেইবাবে ইয়াক কোৱা হয় ভাঁজঘৰ ৷ [[প্ৰত্নতাত্ত্বিক]] [[ৰাজমোহন নাথ]] ডাঙৰীয়াই [[বৌদ্ধ]] গ্ৰন্থত উল্লিখিত [[বংগ]] গৃহৰ পৰা ভাঁজঘৰ শব্দটি অহা বুলি সাব্যস্ত কৰিছে৷ [[মণিকূট]]টো দেখাত দেৱগৃহৰ শিখৰৰ দৰে ৰমক-জমক নহ’লেও ইয়াৰ এটা নিজস্ব বৈশিষ্ট আছে ৷ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ থকা অগণন [[নামঘৰ]] আৰু [[মণিকূট]]ৰ গইনা লৈ শংকৰী সংস্কৃতিৰ আজিও জীৱন্ত আৰু গতিশীল হৈ আছে<ref>অসমীয়া সংস্কৃতিৰ কণিকা – সম্পাদনা- ড০ পৰমানন্দ ৰাজবংশী, ড০ নাৰায়ন দাস (পৃষ্ঠা- ২৭২)</ref>৷
 
কীৰ্তন ঘৰটোৰ পূৱৰ কোঠাৰ পৰা ইয়ালৈ সোমাব পৰাকৈ নামঘৰৰ পূৱতে উত্তৰা-দক্ষিণাকৈ মণিকূটটো নিৰ্মান কৰা হয। এই মণিকূটতে গুৰুজনাই শাস্ত্ৰ প্ৰণয়ন আৰু ধৰ্ম চৰ্চা কৰিছিল। মণিকূটৰ সোঁমাজতে কাঠৰ আসন বা থাপনা পাতি তাত মহাপুৰুষ দুজনা (শঙ্কৰ-মাধৱ)ৰ ৰচিত সৰ্ব্বজন সমাদৃত এখন বিশেষ পুথি থয়। এনে পুথিৰ ভিতৰত দশম(ভাগৱতৰ দশম স্কন্ধ), কীৰ্তন, নামঘোষা, ভক্তি ৰত্নাৱলী, গুণমালা আদিয়েই উল্লেখযোগ্য। মণিৰ অৰ্থ হৈছে ৰত্ন আৰু কূটৰ অৰ্থ হৈছে ঘৰ; অৰ্থাৎ ৰত্ন থোৱা ঘৰ। ইয়াত মণি বা ৰত্ন হৈছে শঙ্কৰ-মাধৱ পুৰুষৰ ৰচিত গ্ৰন্থ যাক সিংহাসনত বা থাপনাত উপাসনাৰ বস্ত্ত হিচাপে ৰখা হয়। মণিকূটত আসন বা থাপনাৰ উপৰিও নামঘৰৰ অত্যাৱশ্যকীয় সম্পত্তি যেনে –দবা,শংখ,ঘণ্টা,কাঁহ,শৰাই,টৌ,বান,লোটা,কলহ,বৰবাটি,ঠগা,ডলা-ছালনী,পাচি খৰাহি ভোৰতাল আদি ৰখা হয়। মণিকূটৰ এদাঁতিত এখন চাং পাতি তাত কীৰ্তন,দশম,নামঘোষা,ৰত্নাৱলী,সাঁচিপাতৰ পুথি,বৰগীত আদি পুথিবোৰ সযতনে ৰখা হয়। নামনি অসমৰ বৰপেটা নামঘৰৰ পূৱফালে থকা মণিকূটটোক ভাঁজঘৰ বোলে। এই ভাঁজঘৰটো চাৰিচুকীয়া,চালবোৰ ভাঁজখোৱা বা দোঁখোৱা আৰু চাৰিওফালে পানী পাচটো গোলাকাৰ হয়। অসমৰ অন্যান্য ঠাইত মণিকূটটো এনে ভাঁজঘৰ নহয়,দুচলীয়া ঘৰহে। যিবিলাক ঠাইত মণিকূট নাথাকে বা সাজিবৰ সামৰ্থ নাথাকে তেনে ঠাইৰ নামঘৰৰ পূৱৰ প্ৰথম খোটালিকে মণিকূট হিচাপে ব্যৱহাৰ কৰি আসন প্ৰতিষ্ঠা কৰে।
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/মণিকূট"ৰ পৰা অনা হৈছে