অসম ষ্টাৰ থিয়েটাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
38 নং শাৰী:
==নাট্য পৰিক্ৰমা==
===প্ৰথম বৰ্ষ===
অসম ষ্টাৰ থিয়েটাৰে ইয়াৰ প্ৰথম বৰ্ষত মঞ্চস্থ কৰা নাটসমূহ হ'ল- 'ৰাজলক্ষ্মী সীতা', 'সম্ৰাট জাহাঙ্গীৰ', 'ভক্ত বীৰ', 'হিন্দুবীৰ', 'অপৰাধী কোন', মাতৃ পূজা' আৰু 'নগাকোঁৱৰ'। ইয়াৰে আটাইকেইখন নাটকেই পৰিচালনা কৰিছিল ভ্ৰাম্যমান নাট্যদলৰ চিৰসেউজ অভিনেতা-পৰিচালক [[চন্দ্ৰ চৌধুৰী]]য়ে। । এই নাটকসমূহ আছিল 'বিজয় বসন্ত', 'শেষ আফগান', 'শ্ৰী বৎসচিন্তা' আৰু 'কাৰবালা'। অৱশ্যে ইয়াৰে দুখনমান নাটক নাট্যদলটিয়ে পাছৰ পৰ্যায়ত বাদ দিছিল। অসম ষ্টাৰ থিয়েটাৰৰ প্ৰথম বৰ্ষৰ শিল্পীসকল আছিল- চন্দ্ৰ চৌধুৰী, সুৰেন পাটগিৰী, বলদেৱ শইকীয়া, ৰমা শীল, অনিল ৰয়, সুমিত্ৰা বৰুৱা, ফুলকুমাৰী ভূঞা আদিয়ে। এই বৰ্ষৰ সংগীত পৰিচালক আছিল প্ৰভাত শৰ্মা আৰু পৰিচালনা কৰিছিল যতীন গোস্বামীয়ে। <ref name=hist />
মঞ্চৰূপা থিয়েটাৰে ইয়াৰ প্ৰথম বৰ্ষত চাৰিখন নাট মঞ্চস্থ কৰে। এই নাটকসমূহ আছিল 'বিজয় বসন্ত', 'শেষ আফগান', 'শ্ৰী বৎসচিন্তা' আৰু 'কাৰবালা'। ইয়াৰে 'বিজয় বসন্ত' আৰু 'শেষ আফগান' নাটক দুখন পৰিচালনা কৰিছিল প্ৰয়াত [[ধৰণীধৰ গোস্বামী]]য়ে আৰু 'শ্ৰী বৎসচিন্তা' আৰু 'কাৰবালা' নাটক দুখন পৰিচালনা কৰিছিল মঞ্চসম্ৰাট প্ৰয়াত [[চন্দ্ৰ চৌধুৰী]]য়ে। প্ৰথম বৰ্ষৰ এই সকলোবোৰ নাটক বাংলা নাটকৰ অনুবাদহে আছিল। মঞ্চৰূপা থিয়েটাৰৰ প্ৰথম বৰ্ষৰ সংগীত পৰিচালনা কৰিছিল [[নন্দ বেনাৰ্জী]]য়ে।<ref name=hist /> দুখন নৃত্য-নাটিকা 'কংস বধ' (ৰচক: সত্ৰাধিকাৰ, পৰিচালক: শ্ৰী যতীন গোস্বামী) আৰু 'ভৰত মিলন' (পৰিচালক: ৰবীন দাস)।<ref name=kkk />
 
===দ্বিতীয় বৰ্ষ===