অসম ষ্টাৰ থিয়েটাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
40 নং শাৰী:
অসম ষ্টাৰ থিয়েটাৰে ইয়াৰ প্ৰথম বৰ্ষত মঞ্চস্থ কৰা নাটসমূহ হ'ল- 'ৰাজলক্ষ্মী সীতা', 'সম্ৰাট জাহাঙ্গীৰ', 'ভক্ত বীৰ', 'হিন্দুবীৰ', 'অপৰাধী কোন', মাতৃ পূজা' আৰু 'নগাকোঁৱৰ'। ইয়াৰে আটাইকেইখন নাটকেই পৰিচালনা কৰিছিল ভ্ৰাম্যমান নাট্যদলৰ চিৰসেউজ অভিনেতা-পৰিচালক [[চন্দ্ৰ চৌধুৰী]]য়ে। । এই নাটকসমূহ আছিল 'বিজয় বসন্ত', 'শেষ আফগান', 'শ্ৰী বৎসচিন্তা' আৰু 'কাৰবালা'। অৱশ্যে ইয়াৰে দুখনমান নাটক নাট্যদলটিয়ে পাছৰ পৰ্যায়ত বাদ দিছিল। অসম ষ্টাৰ থিয়েটাৰৰ প্ৰথম বৰ্ষৰ শিল্পীসকল আছিল- চন্দ্ৰ চৌধুৰী, সুৰেন পাটগিৰী, বলদেৱ শইকীয়া, ৰমা শীল, অনিল ৰয়, সুমিত্ৰা বৰুৱা, ফুলকুমাৰী ভূঞা আদিয়ে। এই বৰ্ষৰ সংগীত পৰিচালক আছিল প্ৰভাত শৰ্মা আৰু পৰিচালনা কৰিছিল যতীন গোস্বামীয়ে। <ref name=hist />
 
===পৰৱৰ্তী নাট্যবৰ্ষ===
===দ্বিতীয় বৰ্ষ===
অসম ষ্টাৰ থিয়েটাৰত মঞ্চস্থ হোৱা কেইখনমান উল্লেখযোগ্য নাটক হ'ল- 'দেবযানী', 'নৰ্ত্তকী', 'অপৰাধী কোন', 'আদিলশ্বাহ', 'কল্যাণী', 'হিটলাৰ', 'কলংকিনী', 'বোৱাৰীৰ চকুলো', 'ৰাধা অনুৰাধা' আদি। মঞ্চৰূপা থিয়েটাৰৰ দ্বিতীয় নাট্যবৰ্ষৰ নাটকসমূহো অনুবাদ নাটকেই আছিল। এই বৰ্ষৰ নাটসমূহ আছিল 'শ্ৰী ৰামচন্দ্ৰ', 'বিজয় বসন্ত', 'কৃষ্ক সন্তান' আৰু 'হৰিশ্চন্দ্ৰ'। নাটসমূহ পৰিচালনা কৰিছিল প্ৰয়াত জীতেন পাল আৰু ধৰণীধৰ গোস্বামীয়ে। চাৰিখন নাটকৰ উপৰিও এই নাট্যবৰ্ষত চাৰিখন নৃত্য-নাটিকাও মঞ্চস্থ কৰা হৈছিল। এইসমূহ আছিল-'সাৱিত্ৰী-সত্যবান', 'মীৰাবাই', 'কংসবধ' আৰু 'ভৰত-মিলন'। আটাইকেইখন নৃত্য-নাটিকা পৰিচালনা কৰিছিল নৰেন দাসে।<ref name=hist />
 
==লুপ্তি==