চন্দ্ৰপ্ৰসাদ শইকীয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

শ্ৰেণী:পদ্মভূষণ বঁটা বিজয়ী যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
No edit summary
1 নং শাৰী:
{{Assam stub}}
{{তথ্যছক লেখক
| bgcolour = lightgray
Line 14 ⟶ 15:
| signature =
}}
গল্পকাৰ আৰু ঔপন্যাসিক ৰূপে পৰিচিত '''চন্দ্ৰপ্ৰসাদ শ‍ইকীয়া''' (১৯২৭-২০০৬) [[অসমীয়া]] সাহিত্য জগতৰ এটি চিৰনমস্য নাম । ছাত্ৰাৱস্থাতে তেখেতে [[ভাৰতৰ স্বাধীনতা সংগ্ৰাম]]ত যোগ দি কাৰাৰূদ্ধ হৈছিল । কলিকতা বিশ্ববিদ্যালয়ৰ [[ইংৰাজী]] বিষয়ত এম.এ. শ‍ইকীয়াই সাংবাদিকতাক বৃত্তি হিছাপে গ্ৰহণ কৰি কৰ্মজীৱনৰ পাতনি মেলে । এখন অসমীয়া তিনিদিনীয়া আৰু এখন দৈনিক কাকতৰ প্ৰতিষ্ঠাপক-সম্পাদক চন্দ্ৰপ্ৰসাদ শ‍ইকীয়াই অসম প্ৰকাশন পৰিষদৰ সচিব হিছাপে সফলতাৰে কাৰ্যনিৰ্বাহ কৰে । "[[মহাৰথী]]" উপন্যাসৰ বাবে তেখেতে [[সাহিত্য অকাডেমি বঁটা]]<ref>{{cite web | url=http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE| title=সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য |publisher=সাহিত্য অকাডেমি | accessdate=নৱেম্বৰ ১৬, ২০১২}}</ref> লাভ কৰে আৰু ২০০২ চনত [[অসম উপত্যকা সাহিত্য বঁটা]]ও লাভ কৰে ।কৰে। অসমীয়া সাহিত্যৰ ধাৰাবাহিক প্ৰবাহ ৰক্ষা কৰি চন্দ্ৰপ্ৰসাদ শ‍ইকীয়াই "অসমীয়া", "প্ৰকাশ" আৰু "[[গৰীয়ষী]]" কাকতৰ সম্পাদনাৰে মৃত্যু পৰ্যন্ত বিশেষ ভূমিকা পালন কৰি যায় । তেখেতে ১৯৯৯ আৰু ২০০০ চনত [[অসম সাহিত্য সভা]]ৰ সভাপতিৰ পদো অলংকৃত কৰিছিল ।
 
 
==তথ্য সংগ্ৰহ==
{{reflist}}
 
 
 
{{Assam stub}}
{{Navbox assam biography}}