আবুল কালাম আজাদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
13 নং শাৰী:
| signature = Autograph_of_Maulana_Abul_Kalam_Azad.jpg
}}
'''মৌলানা আবুল কালাম আজান''' ({{lang-en|Maulana Abul Kalam Azad}}; জন্ম:১৮৮৮ - মৃত্যু:১৯৫৮) জন্ম হয় ১৮৮৮ চনৰ ১১ নৱেম্বৰ তাৰিখে মক্কাত। ১৯৯২ চনত মৌলানা আবুল কালাম আজাদক ভাৰত চৰকাৰে দেশৰ সৰ্ব্বোচ্চ সন্মন ভাৰত-ৰত্ন সন্মানেৰে সন্মানিত কৰিছিল। আজাদ আছিল বহুমুখী প্ৰতিভাশালী ব্যক্তি। তেওঁ আছিল এজন অক্লান্ত ভাৰতৰ স্বাধীনতা সংগ্ৰামী, ৰাজনীতিজ্ঞ আৰু ধৰ্মপ্ৰাণ ব্যক্তি। তেওঁ ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।<ref name="মৌলানা আবুল কালাম আজান">{{cite book | title=ভাৰত-ৰত্ন | publisher=অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্| author=সমীন কলিতা | pages=১০৪,১০৫,১০৬}}</ref>
 
=='''জন্ম আৰু বংশ পৰিচয়'''==
21 নং শাৰী:
=='''শিক্ষা'''==
 
মৌলানা আবুল কালাম আজাদৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা মক্কাতে আৰম্ভ হয়। কিন্তু পিতাক খইৰুদ্দিনে মক্কাত স্থায়ীভাবে জীৱন নিৰ্বাহ কৰাৰ কথা নেভাবিলে। তেওঁ আকৌ ভাৰতলৈ[[ভাৰত]]লৈ আহি কলকাতাত[[কলকাতা]]ত স্থায়ীভাবে বস-বাস কৰিবলৈ লয়। আজাদৰ পিতাকে তেওঁক কোনো স্কুললৈ নপঠিয়াই ঘৰতে নিজে উৰ্দু ভাষাৰ উপৰিও ন্যায়, দৰ্শন, ভূগোল, অংক শাস্ত্ৰ, ইতিহাস আদি আৰবী আৰু পাৰ্ছী ভাষাত শিকাইছিল।
১৯০৫ চনত তেওঁ মিছৰৰ[[মিছৰ]]ৰ '''আল-আজ-হাৰ বিশ্ববিদ্যালয়তবিশ্ববিদ্যালয়'''ত ভৰ্তি হয়। তাতে তেওঁ দুবছৰকাল অধ্যয়ন কৰাৰ পিছত ১৯০৭ চনত ভাৰতলৈ উভতি আহে। পিতাকে তেওঁক ইংৰাজী শিকিবলৈ মানা কৰিছিল যদিও ভাষাটোৰ গুৰুত্ব উপলদ্ধি কৰি এজন বন্ধুৰ ওচৰত তেওঁ ইংৰাজী ভাষা শিকি, কমদিনতে ইংৰাজী ভাষাত তেওঁ ব্যুত্পত্তি লাভ কৰিছিল।<ref name="মৌলানা আবুল কালাম আজান">{{cite book | title=ভাৰত-ৰত্ন | publisher=অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্| author=সমীন কলিতা | pages=১০৪,১০৫,১০৬}}</ref>
 
 
=='''কৰ্মজীৱন'''==
কুৰি বছৰ বয়সৰ পৰা মৌলনা আবুল কালাম আজাদে সাংবাদিকতাকে জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰিলে। আলহিলাল নামৰ এখন নতুন চিন্তাধাৰাৰ উৰ্দু কাকত প্ৰকাশ কৰি সমাজত এক আলোড়ন আনিবলৈ সক্ষম হয়। [[মৌলানা মহম্মদ আলী]], [[জাকিৰ হুছেইন]] প্ৰমুখ্যে বিজ্ঞসকলে আল-হিলালৰ ভূমিকাত উচ্চ প্ৰশংসা কৰিছিল। কাকতখনে মুছলমানসকলক জাতীয়তাবাদী ভাৱধাৰাৰে উদ্বুদ্ধ কৰিছিল, কিন্তু মুছলিম লীগৰ সাম্প্ৰদায়িক নীতিৰ সদায় বিৰোধিতা কৰিছিল। এই কাকত খনৰ প্ৰতি চৰকাৰৰ ভাল ভাব নাছিল আৰু সেয়ে প্ৰথম মহাযুদ্ধৰ সময়ত চৰকালে কাকতখন বন্ধ কৰি দিয়ে। কিন্তু ১৯২৭ চনত কাকত খনৰ পুনৰ প্ৰকাশ আৰম্ভ হয়।
 
=='''আন্দোলনত ভুমিকা'''==
 
মৌলানা আবুল কালাম আজাদৰ কাম-কাজৰ প্ৰতি '''বেঙ্গল চৰকাৰচৰকা'''ৰ ৰুষ্ট হয় আৰু সেই মৰ্মে ১৯১৬ চনৰ ২২ মাৰ্চ তাৰিখে এক ঘোষণা জাৰি কৰি, আজাদক বংগ প্ৰদেশ এৰি যাবলৈ এক কঠোৰ নিৰ্দেশ দিয়ে। আজাদে সেই নিৰ্দেশ মানি ৩০ মাৰ্চত কলকাতা এৰি ৰাঁছীলৈ[[ৰাঁছী]]লৈ গুচি যায়। ৰাঁচীৰ মৰহাবাদী নামৰ এখন জনজাতী গাঁৱত তেওঁ বস-বাস কৰিবলৈ লয়। তেওঁ ৰাঁচীত থকা কালছোৱাত ওৰাং, কোল, মুণ্ডা আদি জনজাতিসকলৰ লগত মিলি পৰম সুখৰে দিন কটাইছিল। ১৯২০ চনৰ জানুৱাৰী মাহত আজাদৰ ওপৰত থকা অন্তৰীণ বন্দীৰ আদেশ চৰকাৰে উঠাই লয়। তেওঁ তেতিয়া ৰাঁচীৰ পৰা কলকাতালৈ উভতি আহে। আজাদ কলকাতালৈ আহি এইবাৰ সক্ৰিয় ৰাজনীতিত প্ৰবেশ কৰে। ১৯২০ চনৰ ১৮ জানুৱাৰীত তেওঁ [[মহাত্মা গান্ধীৰগান্ধী]]ৰ সান্নিধ্যলৈ আহে। কলকাতা আৰু নাগপুৰত[[নাগপুৰ]]ত বহা কংগ্ৰেছ অধিৱেশনত মহাত্মা গান্ধীয়ে আগবঢ়োৱা অসহযোগ আন্দোলনৰ প্ৰস্তাৱ গ্ৰহণ কৰে আৰু এই প্ৰস্তাৱলৈ মৌলনা আবুল কালাম আজাদ আৰু [[হাকিম আজমল খানে]] পূৰ্ণ সমৰ্থন আগবঢ়াইছিল। ১৯২১ চনত মৌলানা আজাদে কলকাতাৰ পৰা '''পয়গম''' নামেৰে এখন সাপ্তাহিক কাকত প্ৰকাশ কৰিছিল। ১৯২১ চনৰ ১০ ডিচেম্বৰত মৌলানা আজাদ গ্ৰেপ্তাৰ হয় আৰু এবছৰ কাৰাবৰণ খাটিব লগা হয়। ১৯২৩ চনত দিল্লীত[[দিল্লী]]ত অনুষ্ঠিত হোৱা কংগ্ৰেছ অধিবেশনত মৌলানা আজাদক সভাপতি নিৰ্বাচিত কৰা হয়। ১৯৪০ চনত ৰামগড়ত[[ৰামগড়]]ত বহা কংগ্ৰেছৰ সভাপতিৰ দায়িত্বত থাকি, তেওঁ দেশৰ গুৰুদায়িত্ব পালন কৰিছিল। ১৯৪২ চনৰ ২৯ মাৰ্চত ক্ৰীপচৰ লগত হোৱা আলোচনাত মৌলানা আবুল কালাম আজাদে যোগদান দিছিল। ১৯৪২ চনৰ ৮ আগষ্টত নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে ভাৰত-ত্যাগ প্ৰস্তাৱ গ্ৰহণ কৰে। এই প্ৰস্তাৱ গৃহীত হোৱাৰ পিছত, ৯ আগষ্টত বৃটিছ চৰকাৰে মহাত্মা গান্ধী, [[জৱাহৰলাল নেহেৰু]], [[সৰুজিনী নাইডু]], মৌলানা আবুল কালাম আজাদক আটক কৰে। ১৯৪৫ চনৰ মে মাহত বৃটিছ চৰকাৰে ক্ষমতা হস্তান্তৰ কৰিবলৈ চিমলাত[[চিমলা]]ত এখন সন্মিলন পাতে। এই সন্মিলনত অংশ গ্ৰহণ কৰিবলৈ কংগ্ৰেছ ৱৰ্কিং কমিটীয়ে সভাপতি মৌলানা আবুল কালাম আজাদক অধিকাৰ দিছিল। ১৯৪৭ চনৰ ১৫ জুলাইত মৌলানা আবুল কালাম আজাদে অন্তৰ্ৱতী চৰকাৰত '''শিক্ষা মন্ত্ৰী''' হিচাপে যোগদান কৰিছিল।