কম্পিউটাৰ বিজ্ঞান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

36 নং শাৰী:
বৰ্তমান যুগত কম্পিউটাৰ বিজ্ঞান বুলিলে কেইবাটাও বিষয় সামৰি লোৱা হয়।
 
* সংগণনতত্ব[[কম্পিউটেবিলিটি থিয়ৰী বা সংগণনশীলতা তত্ব]]: ইয়াক কম্পিউটাৰ বিজ্ঞানৰ গাণিতীক ভেটি বুলিব পৰা যায়। "চাৰ্চ-টিউৰিং থেচিচ"-অৰ মূল ভেটিৰ ওপৰত প্রতিষ্ঠিত এই শীতানতবিভাগৰ সংগণনঅধীনত সংগণনৰ বা কম্পিউটেশ্যন সম্পৰ্কীয়কম্পিউটেশ্যনৰ বিভিন্ন গাণিতীক তথ্যআৰ্হি আৰু ইহঁতক ব্যৱহাৰ কৰি সমাধান কৰিব পৰা সমস্যাবোৰৰ সম্পৰ্কে সামৰিঅধ্যয়ন লোৱাকৰা হয়।
* [[এলগৰিথম আৰু ডেইটা ষ্ট্রাকচাৰ]]: এই শীতানৰ অধীনত কম্পিউটাৰৰ সহায়ত সমস্যা সমাধানৰ বিভিন্ন পদ্ধতিৰ বিষয়ে অধ্যয়ন কৰা হয়। ইয়াক কম্পিউটাৰ প্রগ্রেমিঙৰ মূল ভেটিও বুলিব পৰা যায়।