শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

+ চিত্ৰ
1 নং শাৰী:
{{Infobox Mandir
|name = শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ
|image =আঠখেলীয়াEntrance নামঘৰৰof বাটচ'ৰাAthkheliya Namghar.jpg
|image_size = 250
|image_alt =
39 নং শাৰী:
বৰ্তমানৰ নামঘৰটো য’ত অৱস্থিত, সেই ঠাইত পূৰ্বতে এখন তপোবন আছিল। এই ঠাইখন বনৰীয়া জীৱ-জন্তুৰে ভৰা আছিল। কেইঘৰমান মানুহে সকলো সমস্যাৰ মাজেৰে এই অঞ্চলত বাস কৰিছিল।
অবৈধভাৱে [[ল’ৰা ৰজা]]ই আহোম ৰাজপাট দখল কৰে। তেওঁৰ উপদ্ৰৱত আহোম ৰাজকুমাৰ [[গদাপানি]] (আহোম নাম: গদাধৰ সিংহ) [[নগা পাহাৰ]]লৈ পলাই যাবলগীয়া হ’ল। হাবি-জংঘলত ঘূৰি ফুৰোঁতে গদাপানি সেই তপোবনত উপস্থিত হ’ল আৰু তাত বহুত দিন কটালে।
[[চিত্ৰ:Entrance of Athkheliya Namghar 2.jpg.jpg|thumb|right|270px|]]
 
১৬৮১ চনত গদাপানি আহোম ৰাজপাটত উঠে। তেওঁৰ দুঃখৰ দিনৰ সময়ত তাত দিন কটোৱাৰ কথা তেওঁ পাহৰা নাছিল। তাৰ পিছতে তেওঁ সেই তপোবন খনৰ সন্ধান কৰিলে। কিন্তু বিচাৰি নাপালে। সেই অঞ্চলটোত মানুহৰ বসতি বৃদ্ধি পালে। সেয়ে [[গদাধৰ সিংহ]]ই তপোবন খনৰ স্মৃতি ৰাখিবৰ বাবে ঠিৰাং কৰে। সেই অঞ্চলত আঠটা খেল বাস কৰিছিল। প্ৰত্যেকটো খেলক কুড়ি বুলিও কোৱা হৈছিল। তাৰপৰাই ইয়াৰ নাম আঠকুড়িয়া হয়। পাছত, সেই নামটোৱেই আঠখেলীয়া লৈ পৰিৱৰ্তিন হয়।<ref name="ইতিহাস" />
Line 62 ⟶ 63:
;পথসেৱা
অসমৰ প্ৰায় সকলো ঠাইৰ পৰা [[গোলাঘাট জিলা]]লৈ অহা-যোৱা কৰাৰ সু-ব্যৱস্থা আছে। [[গোলাঘাট|গোলাঘাট নগৰ]]ৰ পৰা শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰলৈ দূৰত্ব প্ৰায় ২০ কিঃমিঃ। নামঘৰলৈ যাবলৈ বাছৰ ব্যৱস্থা আছে আৰু সময় প্ৰায় ৪০ মিনিটমান লাগে।<ref name="অৱস্থান">{{cite web | url=http://www.assaminfo.com/tourist-places/23/athkhelia-naamghar.htm | title=শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ অৱস্থান | publisher=www.assaminfo.com | work=www.assaminfo.com | accessdate=November 03, 2012}}</ref>
 
 
==নামঘৰৰ কাৰ্যসূচী==
Line 81 ⟶ 83:
|}
 
==চিত্ৰ ভঁৰাল==
==গেলেৰী==
{{wide image|ATHKHELIYA NAMGHAR3.jpg|600px|আঠখেলীয়া নামঘৰৰ প্রাঙ্গণ}}
 
Line 92 ⟶ 94:
 
==বাহ্যিক সংযোগ==
{{কমন্স শ্ৰেণী|Namghars in Assam|নামঘৰ}}
*{{URL|http://athkhelianamghar.org|শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ আনুষ্ঠানিক ৱেবছাইট}}