চৈয়দ আব্দুল মালিক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
+ উদ্ধৃতি
14 নং শাৰী:
| signature =
}}
'''চৈয়দ আব্দুল মালিক''' ({{lang-en| Syed Abdul Malik}}, (১৯১৯-২০০০) [[অসমীয়া সাহিত্য]]ৰ এজন বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ আৰু কবি৷ তেওঁ ২৫ খনৰো অধিক [[গল্প]] সংকলন, ৫০ খনতকৈ অধিক [[উপন্যাস]], পাঁচখন [[কবিতা]] সংকলন, তিনিখন [[শিশু সাহিত্য]] আৰু ২০ খন মঞ্চ [[অনাতাঁৰ নাট]] আৰু অলেখ প্ৰৱন্ধ ৰচনা কৰিছিল৷ তেওঁ ১৯৭৭ চনত [[অসম সাহিত্য সভা]]ৰ সভাপতি হয়৷হয়<ref>[http://www.asamsahityasabha.com/index.php?option=com_content&view=article&id=46&Itemid=56 ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা] [[অসম সাহিত্য সভা]]ৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।</ref>৷ তেওঁ "অঘৰী আত্মাৰ কাহিনী" উপন্যাসৰ বাবে ১৯৭২ চনত [[সাহিত্য একাডেমী বঁটা]]<ref>{{cite web | url=http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE| title=সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য |publisher=সাহিত্য অকাডেমি | accessdate=নৱেম্বৰ ১৬, ২০১২}}</ref> লাভ কৰাৰ উপৰিও ১৯৯২ চনত [[অসম উপত্যকা বঁটা]], ১৯৯৫ চনত [[শংকৰদেৱ বঁটা]] আৰু [[পদ্মশ্ৰী]], [[পদ্মভূষণ]]<ref>http://india.gov.in/myindia/advsearch_awards.php</ref> সন্মান লাভ কৰে<ref>http://www.assaminfo.com/famous-people/35/syed-abdul-malik.htm</ref>৷
 
==শিক্ষা==