শ্ৰী শ্ৰী বটদ্ৰৱা থান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠা বৰদোৱাৰ পৰা বট্ৰদৱা থানলৈ Bishnu Saikiaয়ে স্থানান্তৰ কৰিলে: Real name
ref improved
24 নং শাৰী:
|number_of_monuments =
|inscriptions =
|date_built = ১৪৯৪<ref name="বৰদোৱা সত্ৰ">
|creator =
|temple_board =
|website = http://www.bordowathan.com/
}}
'''বট্ৰদৱা থান''' বা '''বৰদোৱা থান ''', চমুকৈ '''বৰদোৱা''' [[অসম]]ৰ এখন পৱিত্ৰ তীৰ্থস্থান৷ [[নগাঁও]] চহৰৰ পৰা প্ৰায় ১৮ কিলোমিটাৰ নিলগৰ বৰদোৱা নামে ঠাইত এই তীৰ্থস্থান অৱস্থিত৷অৱস্থিত<ref name="বৰদোৱা সত্ৰ">{{cite web| url=http://www.assaminfo.com/tourist-places/12/bordowa-satra.htm |title=Bordowa Satra |publisher=Assam info.com |accessdate=2012-11-25}}</ref>।৷ মহাপুৰুষ [[শ্ৰীমন্ত শংকৰদেৱ]]ৰ শৈশৱ, কৈশোৰ আৰু কৰ্মজীৱনৰ স্থলী হিচাপে অসমৰ জনমানসত '''বৰদোৱা''' বিশেষ মৰ্যদা আছে৷ এই বৰদোৱাৰেই সমীপৱৰ্তী আলিপুখুৰীত [[শ্ৰীমন্ত শংকৰদেৱ]]ৰ জন্ম হৈছিল<ref>বিশ্ব ঐতিহ্য, শান্তনু কৌশিক বৰুৱা</ref>৷
 
==ইতিহাস==
অতীজতে ব্ৰহ্মপুত্ৰৰ ([[ব্ৰহ্মপুত্ৰ নদী]])পাৰৰ এই অঞ্চল বৰ দ, - বৰডোবা বা ডোভাৰে পৰিপূৰ্ণ জলময় ঠাই আছিল বুলি জনা যায়৷ [[শ্ৰীমন্ত শংকৰদেৱ]]ৰ উপৰিপুৰুষ ভূঞাসকলে তাত আলি বান্ধি পুখুৰী খান্দি গাঁও পাতি বাস কৰিছিল৷ বৰ দ বা বৰডোবাৰে পৰিপূৰ্ণ কাৰণে মানুহৰ মুখত পৰি এই অঞ্চলটোৰ নাম বৰদোৱা হ'ল বুলি জনশ্ৰুতি আছে৷ আন এক কিংবদন্তি অনুসৰি কুণ্ডিল কুঁৱৰী ৰুক্মিণীয়ে তেওঁক হৰণ কৰি নিবলৈ অনুৰোধ জনাই বেদনিধি নামৰ এজন ব্ৰাহ্মণক শ্ৰীকৃষ্ণৰ ওচৰলৈ পঠিয়াইছিল৷ বেদনিধিক লগত লৈ [[শ্ৰীকৃষ্ণ]] দ্বাৰকাৰ[[দ্বাৰকা]]ৰ পৰা কুণ্ডিল নগৰলৈ আহোতে তেওঁৰ ৰথ ইমান বেগেৰে চলিছিল যে ৰথৰ বেগত বেদনিধি মূৰ্চা গ'ল৷ শ্ৰীকৃষ্ণই তেতিয়া সেই ঠাইতে ৰথ ৰাখি বেদনিধিৰ গালে-মুখে পানী ছটিয়াই দিয়াত তেওঁৰ চেতনা ঘূৰি আহে৷ ইয়াৰ পাছত এজোপা বটবৃক্ষৰ ছাঁত খন্তেক জিৰণি লৈ শ্ৰীকৃষ্ণ ৰথত উঠোতে দিয়া তেওঁৰ ভৰৰ ফলত ঠাইডোখৰ 'বৰ দ' হৈ পৰে৷ তেতিয়াৰ পৰা এই অঞ্চল বৰদোৱা নামেৰে পৰিচিত হয় বুলি জনা যায়৷ আন এক কাহিনী অনুসৰি এসময়ত হেনো প্ৰচণ্ড খৰাং হৈছিল৷ খৰাঙত মানুহৰ বিলাই-বিপত্তিৰ সীমা নোহোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ এজোপা বটবৃক্ষৰ তলত ৰাতি নাম-কীৰ্তনৰ আয়োজন কৰিছিল৷ উল্লিখিত বটবৃক্ষজোপা আকৌ বিষ্ণুৰ গাৰ এডাল নোমৰ পৰা সৃষ্টি হোৱা বুলি কোৱা হয়৷ সময়ত নাম-কীৰ্তন শেষ হ'ল আৰু সকলো ঘৰাঘৰি গ'ল৷ ইয়াৰ পাছত মাজৰাতি শংকৰদেৱে তেওঁৰ দুজন শিষ্য সৰ্বজয় আৰু বলোৰামক লগত লৈ বটবৃক্ষজোপাৰ তললৈ আহি যোগবলেৰে [[গংগা]]ক আহ্বন কৰিবলৈ ধৰিলে৷ শংকৰৰ যোগবলত গংগা ধৰালৈ নামি আহে আৰু সেই জলধাৰাত বটবৃক্ষ দ্ৰৱিত হৈ সেই ঠাইতে এক মনোৰম সৰোবৰৰ সৃষ্টি হয়৷ আকাশৰ পৰা গংগা নমাই অনা বাবে এই সৰোবৰ আকাশীগংগা নামেৰে জনাজাত৷ 'বট দ্ৰৱ' হোৱা বাবে এই ঠাই '''বটদ্ৰৱা''' নামেৰেও সমধিক প্ৰসিদ্ধ৷ বৰ্তমান ''বৰদোৱা'' আৰু ''বটদ্ৰৱা'' দুয়োটা নাম সম অৰ্থত প্ৰয়োগ কৰা হয়৷
 
==সত্ৰ হিচাপে বৰদোৱা==
বৰদোৱাতে শংকৰদেৱে প্ৰথম কীৰ্তন ঘৰ ([[নামঘৰ]]) সজাইছিল বুলি জনা যায়৷ ইয়াতেই শংকৰদেৱে প্ৰথম [[চিহ্নযাত্ৰা]] [[ভাওনা]] কৰি দেখুৱাই৷ ১৪৭০ চনত ২১ বছৰ বয়সত শংকৰদেৱে বৰদোৱাত [[ফাকুৱা]] আৰু [[দৌল উত্সৱ]]ৰ সূচনা কৰে৷ ১৫১৬-১৭ চন মানত শংকৰদেৱে নিৰাপত্তাজনিত কাৰণত বৰদোৱা ত্যাগ কৰে৷ শংকৰদেৱৰ পিছত ১৬৫৬ চনত শংকৰদেৱৰ পুত্ৰ হৰিচৰণ ঠাকুৰ, নাতিবোৱাৰী কনকলতা আৰু ভাগিন দামোদৰ আতাৰ উদ্যোগত বৰদোৱাক পুনৰুদ্ধাৰ কৰা হয়৷ [[সত্ৰ]] পুনৰ উজ্জীৱিত হৈ উঠে৷ এনেদৰে শতাধিক বছৰ চলাৰ পিছত শংকৰদেৱৰ উত্তৰাধিকাৰীসকলৰ মাজত হোৱা বিবাদৰ পৰিণতিত [[বৰদোৱা সত্ৰ]] বৰহিছা (নৰোৱা) আৰু সৰুহিছা (শলগুৰি) নামে দুখন সত্ৰত বিভক্ত হয়৷ অৱশ্যে ১৯৫৮ চনত বৰহিছা আৰু সৰুহিছাৰ মধ্যস্থলত উমৈহতীয়া কীৰ্ত্তন ঘৰ সাজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়৷
{{মূল|বৰদোৱা সত্ৰ}}
 
১৯৬৪ চনত বটদ্ৰৱা থান পৰিচালনা সমিতি গঠন কৰা হয় আৰু সমিতিয়ে দুয়োখন সত্ৰৰ সমন্বয়ত বিভিন্ন কাম-কাজ পৰিচালনা কৰি আহিছে৷ [[বৰদোৱা সত্ৰ]]ৰ ভিতৰত থকা পৱিত্ৰ আকাশীগংগা, দৌল মন্দিৰ, পাদশিলা গৃহ (ইয়াতে শিলত গুৰুজনাৰ ভৰিৰ পতাৰ চিহ্ন আছে বুলি জনবিশ্বাস আছে), [[মণিকূট]]সহ কীৰ্তন ঘৰ ([[নামঘৰ]]), [[সাঁচি গছ]], টেম্বুৱানী জান, শংকৰদেৱ গৱেষণা কেন্দ্ৰ, শিলিখা গছ আদিয়ে সত্ৰখনৰ ঐতিহ্য বহন কৰিছে৷ ইয়াত শংকৰদেৱ-মাধৱদেৱ আৰু আন আন বৈষ্ণৱ গুৰুসকলৰ জন্ম-মৃত্যু তিথি, দৌল উত্সৱ, [[ভাওনা]], [[অংকীয়া নাট]] আদি উদ্‌যাপন কৰা হয়৷

==প্ৰধান উত্‍সৱ==

এই থানখনত শংকৰদেৱ-মাধৱদেৱ আৰু আন আন বৈষ্ণৱ গুৰুসকলৰ জন্ম-মৃত্যু তিথি, দৌল উত্সৱ, [[ভাওনা]], [[অংকীয়া নাট]] আদি উদ্‌যাপন কৰা হয়৷
 
==তথ্য সংগ্ৰহ==