পৰ্যাবৃত্ত তালিকা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
46.32.51.38 (আলোচনা) সম্পাদিত 105684 সংশোধনটি বাতিল কৰক
1 নং শাৰী:
{{science stub}}
'''পৰ্য্যাবৃত্ত তালিকা''' হৈছে [[পৰমাণু সংখ্যা]] অনুসৰি [[ৰাসায়নিক মৌল]]সমূহ(এতিয়ালৈকে আৱিষ্কৃত ১১৮ টা) সজোৱা তালিকা । তালিকাখনত ১৮ টা থিয় শাৰী আৰু ৭ টা পথালি শাৰী আছে । একোটা থিয় শাৰীক গ্ৰুপ বা [[বৰ্গ]] আৰু পথালি শাৰীক পিৰিয়ড বা [[পৰ্য্যায়]] বোলে । একোটা বৰ্গত থকা আটাইবোৰ মৌলৰ [[যোজ্যতা]] একে আৰু [[ৰাসায়নিক ধৰ্ম]]ও প্ৰায় সদৃশ । পৰ্য্যায় একোটাৰ বাওঁহাতৰ পৰা সোঁহাতলৈ মৌলবোৰৰ [[ধনাত্মকতা]] ক্ৰমান্বয়ে কমি যায়, [[ঋণাত্মকতা]] বাঢ়ি যায় । [[বহল পৰ্য্যাবৃত্ত তালিকা]]ত লেন্থেন‍ইড আৰু এক্টিন‍ইডক ধৰি ৯ টা পৰ্য্যায় আছে ।
ৰাছিয়াৰ বিজ্ঞাæåååååååååååååååååååååååååååååååনীবিজ্ঞানী [[ডিমিট্ৰি মেণ্ডেলীভ]]এ ১৮৬৯ চনত এই তালিকা পদ্ধতি উদ্ভাৱন কৰে ।
[[চিত্ৰ:Periodic table.svg|center|800px]]
 
 
 
 
{{science stub}}
 
 
 
 
[[শ্ৰেণী:ৰসায়ন বিজ্ঞান]]