শৰাইঘাট দলং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

শ্ৰেণী:কামৰূপ যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
Correction about Chinese aggression
63 নং শাৰী:
১৯১০ চনতেই ব্ৰহ্মপুত্ৰৰ ওপৰত দলং এখন নিৰ্মাণ কৰাৰ কথা চিন্তা-চৰ্চা কৰা হৈছিল।<ref name="আশাৰে চাকি">{{cite journal | title=আশাৰে চাকিটি জ্বলে | author=ববেন্দ্ৰ কুমাৰ দাস | journal=বসুন্ধৰা | year=২০১২ | month=৯ ছেপ্তেম্বৰ | pages=১১, ১২}}</ref> ব্ৰহ্মপুত্ৰ নদীয়ে অসমখনক দুটা ভাগত ভাগ কৰিছে: উত্তৰপাৰ আৰু দক্ষিণপাৰ। পঞ্চাছ দশকলৈকে এই নদীৰ ওপৰত এখনো দলঙ নাছিল। নদীখনৰ ইপাৰ-সিপাৰ হ’বৰ বাবে একমাত্ৰ মাধ্যম আছিল নাও। সেয়ে ব্ৰহ্মপুত্ৰৰ ওপৰত দলঙৰ বাবে বিভিন্ন আৱেদন কৰা হৈছিল।<ref name="শৰাইঘাট">{{cite journal | title=শৰাইঘাট! শৰাইঘাট! | author=বাদল দাস | journal=বসুন্ধৰা | year=২০১২ | month=৯ ছেপ্তেম্বৰ | pages=১০}}</ref> ‌ইয়াৰ কোনো ফল নোপোৱাত অৱশেষত আন্দোলনৰ পথ বাছি লোৱা হয়। [[হেম বৰুৱা]], কমিউনিষ্ট গৌৰীশংকৰ ভট্টাচাৰ্য্য, ছ’ছিয়েলিষ্ট নেতা হৰেশ্বৰ গোস্বামীৰ দৰে ব্যক্তিয়ে এই আন্দোলনৰ গুৰি ধৰিছিল।<ref name="শৰাইঘাট" />
 
সেই সময়তে চীনে ভাৰত আক্ৰমণ কৰিলে। চীনা সৈন্য [[অৰুণাচল প্ৰদেশ]]ৰ [[টাৱাং]], [[ব’মডিলা]] পাৰ [[অসম]]ৰ বালিপাৰালৈকেলৈকে আগুৱাই আহিছিল।আহিছি<ref name="শৰাইঘাটtimesofindia">{{cite news | url=http://timesofindia.indiatimes.com/city/guwahati/Tezpur-Memories-of-Chinese-aggression-still-fresh-in-peoples-mind/articleshow/16673960.cms | title=Tezpur: Memories of Chinese aggression still fresh in people's mind | date=Oct 4, 2012 | agency=Times of India | accessdate=December 01, 2012 | author=Naresh Mitra}}</ref> অসমৰ লগতে [[উত্তৰ-পূৰ্বাঞ্চলৰপূৰ্বাঞ্চল]]ৰ অন্য ৰাজ্যসমূহ অসুৰক্ষিত আৰু নিৰাপত্তাহীনতাৰ কথা ওলাই পৰিল। ইয়াৰ পিছতে ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলঙ নিৰ্মাণ কৰিবলৈ অনুমতি দিয়া হয়।<ref name="শৰাইঘাট" /> ১৯৫১ চনৰ ১ জানুৱাৰীত ইয়াৰ নিৰ্মাণ কাম আৰম্ভ কৰা হয়।<ref name="আশাৰে চাকি" />
 
==নিৰ্মাণ আৰু পৰীক্ষা==