মোহনদাস কৰমচান্দ গান্ধী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

শ্ৰেণী:ভাৰতীয় ৰাজনীতিৰ লগত জড়িত ব্যক্তি যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
152 নং শাৰী:
 
কংগ্ৰেছৰ নেতাসকল জেলত বন্দী হৈ থকাৰ সময়ত অন্যান্য দলসমূহে বিশ্বযুদ্ধৰ প্ৰতি সমৰ্থন আগবঢ়ায় আৰু অধিক সংগঠিত হয়। ক্ষুদ্ৰ ৰাজনৈতিক নেতাসকলে কংগ্ৰেছ নেতাসকলৰ অনুপস্থিতিত মুখ্য ভূমিকা লৈছিল যদিও সমগ্ৰ পৰিস্থিতৰ নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা তেওঁলোকৰ নাছিল।<ref name="BhattacharyaStudies2001">{{cite book|last1=Bhattacharya|first1=Sanjoy|title=Propaganda and information in Eastern India, 1939-45: a necessary weapon of war|url=http://books.google.com/books?id=M2GI26jditsC&pg=PA33|year=2001|publisher=Psychology Press|isbn=978-0-7007-1406-3|page=33}}</ref> বিশ্বযুদ্ধৰ পাছতেই ইংৰাজে চৰকাৰে ভাৰতৰ শাসনভাৰ ভাৰতীয়লৈ হস্তান্তৰিত কৰাৰ সপক্ষে মত দিয়ে। ইয়াৰ ভিত্তিত গান্ধীয়ে সংগ্ৰাম সমাপ্ত হোৱাৰ কথা ঘোষণা কৰে। কংগ্ৰেছৰ নেতা সমন্বিতে প্ৰায় ১০০,০০০ ৰাজনৈতিক বন্দীক মুকলি কৰি দিয়া হয়।<ref name=autogenerated2>{{cite book|author=S. S. Shashi|title=Encyclopaedia Indica: India, Pakistan, Bangladesh|url=http://books.google.com/books?id=Wv0vAQAAIAAJ|accessdate=28 February 2012|year=1996|publisher=Anmol Publications|isbn=978-81-7041-859-7|page=13}}</ref>
 
===দেশ বিভাজন আৰু স্বাধীনতা, ১৯৪৭===
{{See also|ভাৰতৰ বিভাজন}}
[[File:Gandhi and Mountbatten drink tea.jpg|thumb|[[লৰ্ড মাউণ্টবেটেন]]ৰ লগত চাহ-মেলত মহাত্মা গান্ধী, ১৯৪৭]]
[[দেশ বিভাজন|দেশ বিভাজনৰ নীতি]]ৰ প্ৰতি মহাত্মা গান্ধীয়ে বিৰোধিতা কৰিছিল কাৰণ ই তেখেতে বিচৰা ধৰ্মীয় অখণ্ডতাৰ দৰ্শনৰ বিপৰীত আছিল।<ref>Reprinted in ''The Essential Gandhi: An Anthology of His Writings on His Life, Work, and Ideas'', Louis Fischer, ed., 2002 (reprint edition) pp. 106–108.</ref> মহাত্মা গান্ধী আৰু ভাৰতীয় জাতীয় কংগ্ৰেছে ব্ৰিটিছৰ ভাৰত ত্যাগৰ বাবে দাবী তুলি আন্দোলন কৰা কালতে মুছলীম লীগে ১৯৪৩ চনত ভাৰতবৰ্ষক দ্বিখণ্ডিত কৰি ভাৰত ত্যাগ কৰাৰ বাবে দাবী তোলে।<ref>{{cite web
|last = Keen
|first = Shirin
|title = The Partition of India
|publisher=Emory University
|date = Spring, 1998
|url = http://www.english.emory.edu/Bahri/Part.html
}}</ref> মহাত্মা গান্ধীয়ে মধ্যৱৰ্তী পথ এটা সৃষ্টি কৰি কংগ্ৰেছ আৰু মুছলীম লীগ-ক সংঘবদ্ধ হৈ এখন সাময়িক চৰকাৰ গঠন কৰাৰ বাবে প্ৰস্তাৱ দিয়ে। চৰকাৰখনে পাছত মুছলীম সংখ্যাগৰিষ্ঠ জিলাসমূহত গণভোটৰ দ্বাৰা বিভাজন সম্পৰ্কে চূড়ান্ত সিদ্ধান্ত ল'ব।<ref name="(Mahatma)Jack1994">{{cite book|last=Gandhi|first=Mohandas Karamchand|editor=Jack, Homer A.|title=The Gandhi reader: a source book of his life and writings|accessdate=16 January 2012|date=5 January 1994|publisher=Grove Press|isbn=978-0-8021-3161-4|page=418}}</ref> জিন্নাই ১৬ আগষ্ট ১৯৪৬ চনত 'প্ৰত্যক্ষ সংগ্ৰাম দিৱস' (Direct Action Day) আহ্বান কৰি সৃষ্টি কৰা সাম্পৰ্দায়িক সংঘৰ্ষ দেখি গান্ধী বিমৰ্ষ হৈ পৰে আৰু সংঘৰ্ষ ৰোধ কৰিবলৈ ব্যক্তিগত ভাৱে সংঘৰ্ষপীড়িত অঞ্চলসমূ্হ ভ্ৰমণ কৰে। <ref>{{Cite book
|last = Wolpert
|first = Stanley
|title = Gandhi's Passion&nbsp;– The Life and Legacy of Mahatma Gandhi
|publisher=Oxford University Press
|url = http://www.nytimes.com/books/first/w/wolpert-gandhi.html
|isbn = 0-19-513060-X}}</ref> ভাৰতীয় হিন্দু, মুছলমান আৰু খ্ৰীষ্টিয়ান সকলৰ মাজত সম্প্ৰীতি অনাৰ বাবে লগতে 'অস্পৃশ্য'সকলক হিন্দু সমাজৰ অন্তৰ্গত কৰিবলৈ গান্ধীয়ে অহোপুৰুষাৰ্থ কৰিছিল।
<ref name="Tønnesson">{{cite web
|last = Tønnesson
|first = Øyvind
|title = Mahatma Gandhi, the Missing Laureate
|publisher=Nobelprize.org
|date = 1 December 1999
|url = http://nobelprize.org/nobel_prizes/peace/articles/gandhi/
|accessdate=16 January 2012}}</ref>
 
১৯৪৭ চনৰ ১৪ আৰু ১৫ আগষ্টত 'ভাৰতীয় স্বাধীনতা আইন' প্ৰনয়ন কৰা হয়। ইয়াৰ লগে লগে সীমান্ত অঞ্চলৰ ১০-১২ নিযুত জনসাধাৰণ এফালৰপৰা আনফাললৈ প্ৰব্ৰজন কৰে। ইয়াৰ লগতে সংঘটিত হোৱা হিন্দু, মুছলমান আৰু শিখ ধৰ্মাৱলম্বী মানুহৰ মাজত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষত প্ৰায় আধা নিযুত লোকৰ প্ৰাণহানি হয়।<ref name="MetcalfMetcalf2006">{{cite book|last1=Metcalf|first1=Barbara Daly|last2=Metcalf|first2=Thomas R.|title=A concise history of modern India|url=http://books.google.com/books?id=iuESgYNYPl0C|2006|publisher=Cambridge University Press|isbn=978-0-521-86362-9|pages=221–222}}</ref> নৰৱেৰ খ্যাতনামা বুৰঞ্জীবিদ [[জেন্স এৰূপ ছিপ]]-ৰ ([[:en:Jens Arup Seip|Jens Arup Seip]]) মতে মহাত্মা গান্ধীৰ বুজনি, তেখেতৰ অনুগামী সকলৰ অহোপুৰুষাৰ্থ আৰু তেখেতৰ উপস্থিতি অবিহনে দেশ বিভাজনৰ পাছত হোৱা সংঘৰ্ষত মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছিল।<ref>{{Cite news
|last = Saikia
|first = Bijoy Sankar
|title = Why Mahatma Gandhi didn't get a Nobel Prize
|newspaper=CNN IBN-Live
|date = 2 October 2006
|url = http://ibnlive.in.com/news/why-mahatma-gandhi-didnt-get-a-nobel-prize/22985-3-single.html
}}</ref>
 
[[ষ্টেন্‌লী ৱলপৰ্ট]]-ৰ ([[:en:Stanley Wolport|Stanley Wolport]]) মতে:<blockquote> "মহাত্মা গান্ধীয়ে কেতিয়াও ব্ৰিটিছ শাসিত ভাৰতবৰ্ষৰ বিভাজন সমৰ্থন বা গ্ৰহন কৰা নাছিল ... কিন্তু তেওঁ বেছ পলমকৈহে ধৰিব পাৰিছিল যে তেওঁৰ নিকটতম সহকৰ্মী আৰু অনুগামীসকল আদৰ্শতকৈ ক্ষমতাৰ প্ৰতিহে বেছি লালায়িত আছিল, আৰু তেখেতৰ নিজস্ব দৰ্শনো এই ধাৰণাৰ দ্বাৰা ভ্ৰমিত আছিল যে তেখেতে নেতৃত্ব দিয়া ভাৰতৰ স্বাধীনতা সংগ্ৰাম অহিংস আছিল।" <br />"..plan to carve up British India was never approved of or accepted by Gandhi...who realised too late that his closest comrades and disciples were more interested in power than principle, and that his own vision had long been clouded by the illusion that the struggle he led for India's freedom was a nonviolent one."<ref>Stanley Wolpert, ''Gandhi's Passion'' p. 7</ref></blockquote>
 
== হত্যাকাণ্ড ==