No edit summary
No edit summary
6 নং শাৰী:
style="color:Green;background:yellow;"> '''বিষ্ণু শ‍ইকীয়া''']][[User talk:Bishnu Saikia#top|বাৰ্তা]]19:17, 17 এপ্ৰিল 2012(UTC)

মোৰ বিষয়ে

নমস্কাৰ| মই নিতুল বৰা। বসতি স্থান [[নগাঁও]]। কৰ্মসুত্ৰে ম‍ই [[অসম চৰকাৰ|অসম চৰকাৰৰ]] অধীনস্থ [[জনস্বাস্থ্য কাৰিকৰী বিভাগ]], [[হোজাই]] চক্ৰ, হোজাই কাৰ্য্যালয়ত কৰ্মৰত। চিৰ চেনেহী মোৰ [[অসমীয়া ভাষা]]টোৰ প্ৰসাৰতাৰ ক্ষেত্ৰত [[বেটুপাত|অসমীয়া ৱিকিপিডিয়াত]] যদি অলপ হ’লেও বৰঙনি আগবঢ়াব পাৰো সেয়াই হ’ব মোৰ বাবে মাতৃভূমিৰজন্মভূমিৰ ঋণপ্ৰতি কৰ্তব্য পৰিশোধ কৰাপালন|

== প্ৰবন্ধ ==

আপুনি প্ৰতিযোগিতাৰ বাবে লিখা "[[পৰশুৰাম কুণ্ড]]" প্ৰবন্ধটো বহু উন্নত কৰাৰ থল আছে। অনুগ্ৰহ কৰি প্ৰতিযোগিতাৰ নিয়মাৱলীৰ লগত সংলগ্ন আৰ্হি প্ৰবন্ধ চাওক। [[সদস্য:Gitartha.bordoloi|— গীতাৰ্থ বৰদলৈ]] ([[সদস্য বাৰ্তা:Gitartha.bordoloi|talk]]) 12:56, 7 মে' 2012 (UTC)

== প্ৰতিযোগিতা ==

বৰা ডাঙৰীয়া, আপুনি প্ৰতিযোগিতাৰ বাবে দুটা প্ৰবন্ধ লিখা চকুত পৰিছিল। সেইকেইটা অলপ উন্নত কৰক! প্ৰতিযোগিতাৰ নিয়মাৱলীৰ লগত দিয়া আৰ্হি প্ৰবন্ধ চাওক। [[সদস্য:Gitartha.bordoloi|— গীতাৰ্থ বৰদলৈ]] ([[সদস্য বাৰ্তা:Gitartha.bordoloi|talk]])

==অসমীয় নাৰীৰ ব্যস্ততা==
আপুনি প্ৰতিযোগিতাৰ বাবে আৰম্ভ কৰা উপৰোক্ত প্ৰবন্ধটো বিশ্বকোষীয় হোৱা নাই। এই বিষয়ে ৰেফাৰেন্স আছেনে? নাই যদি এনে মৌলিক প্ৰবন্ধ ৱিকিপিডিয়াত লিখিব নোৱাৰি। [[সদস্য:Gitartha.bordoloi|— গীতাৰ্থ বৰদলৈ]] ([[সদস্য বাৰ্তা:Gitartha.bordoloi|talk]]) 06:55, 19 মে' 2012 (UTC)

==প্ৰৱেশ==
"https://as.wikipedia.org/wiki/সদস্য:Boranitul"ৰ পৰা অনা হৈছে