সৰ্বানন্দ সিংহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
10 নং শাৰী:
}}
 
সৰ্বানন্দ সিংহই [[মোৱামৰীয়া বিদ্ৰোহ]]ৰ অচিলাত স্বাধীন [[মটক]] ৰাজ্য ঘোষণা কৰিছিল। জন্মৰ নাম মাটিবৰ। ১৭৯১ চনত বেংমৰা (বৰ্তমানৰ তিনিচুকীয়া)ত ৰাজধানী পাতি নিজকে স্বাধীন ৰজা ঘোষণা কৰি সৰ্বানন্দ সিংহ নাম লয়। তেওঁ [[শিৱসাগৰ|ৰংপুৰ]]ৰ সাময়িক বিদ্ৰোহী ৰজা [[ভৰত সিংহ]]ৰ ফলীয়া আছিল। ভৰতক সহায় কৰিবলৈ নিজৰ বিষয়া গোধা বৰবৰুৱাক ৰংপুৰলৈ পঠিয়াইছিল। বুধিয়ক আহোম ৰাজমন্ত্ৰী [[পূৰ্ণানন্দ বুঢ়াগোঁহাই]]য়ে বিদ্ৰোহ শামকটাবৰ বাবে সৰ্বানন্দক 'বৰ সেনাপতি' উপাধি দি আহোম ৰাজ্যৰ বহতীয়া ৰজা পাতে। তেওঁৰ ৰাজ্য বুঢ়ীদিহিং আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ অঞ্চল। ১৮২৬ চনত [[ইয়াণ্ডাবুৰ সন্ধি]] মতে অসম [[ইষ্ট ইণ্ডিয়া কোম্পানী|কোম্পানী]]ৰ হাতলৈ যায় যদিও সৰ্বানন্দই চুক্তি কৰি নিজৰ স্বতন্ত্ৰতা বাহাল ৰাখিছিল। অৱশ্যে নিজৰ পাইকৰ দুই তৃতীয়াংশ কোম্পানীৰ হাতলৈ যায়। <ref name=shiv>বৰ্মন, শিৱনাথ (২০০০). ''অসমীয়া জীৱনী অভিধান''. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী, পৃ: ২৮৮</ref>
==তথ্য সমল==
{{reflist}}