ৰত্নকান্ত বৰকাকতী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

সজ্জা, জাননী
38 নং শাৰী:
১৯৬৩ চনত ৰত্নকান্ত বৰকাকতীৰ মৃত্যু হয়।
 
==সাহিত্যকৃতি==
==গ্ৰন্থৰাজী==
অতি কম বয়সতে সাহিত্য চৰ্চাত ব্ৰতীহোৱা বৰকাকতীয়ে সাহিত্যিক জীৱন আৰম্ভ কৰে "উষা" আলোচনীৰ জৰিয়তে। ইয়াৰ উপৰিও [[বাঁহী]] আৰু চেতনা আলোচনীতো তেখৈতৰ গীতিকবিতা প্ৰকাশ হয়। সাহিত্যচাৰ্য্য যজ্ঞেশ্বৰ শৰ্মাই বৰকাকতীৰ কবিতাক পাঁচটা ভাগত ভগাইছে
(১) প্ৰেম আৰু ভালপোৱা
(২)কবি আৰু কাব্য সমন্ধীয়
(৩)শোকৰ কবিতা
(৪) পৌৰানিক আৰু ঐতিহাসিক
(৫)জীৱন সমন্ধীয় কবিতা
সাহিত্য সমালোচক হিচাপেও বৰকাকতীয়ে এক উল্লেখনীয় স্থান লাভ কৰিছিল। বেকবৰুৱাৰ ডালিমী তেখেতৰ উল্লেখযোগ্য সমালোচনা।
 
===প্ৰকাশিত গ্ৰন্থৰাজী== =
*কবিতা- শেৱালি(১৯৩২), তৰ্পণ(১৯৫৩), চন্দ্ৰহাৰ(১৯৬৩)
*অন্যান্য- আলাপ(১৯১৯), হিন্দু স্বৰাজ, Our Script Question(১৯৫৬)