এণ্ড্ৰইড: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
নতুন পৃষ্ঠা: {{Infobox OS | name = এন্ড্ৰয়ড | title = এন্ড্ৰয়ড | logo = File:Andro... |
No edit summary |
||
20 নং শাৰী:
| kernel type = ম’ন’লিথিক (পুনৰসজ্জিত লীনাক্স কাৰ্ণেল)
| ui = গ্ৰাফিকেল বহু-স্পৰ্শকীয় (মাল্টি টাচ)
| license = আপাচে
| website = {{URL|http://www.android.com/}}
}}
লীনাক্স ভিত্তিক এন্ড্ৰয়ড হৈছে সৰ্বাধিক ব্যৱহৃত টাচ স্ক্ৰীন ম’বাইল আৰু টেবলেট কম্পিউটাৰৰ অপাৰেটিং চিষ্টেম। Android Inc.ক ২০০৫ চনত [[গুগল|গুগলে]] ক্ৰয় কৰে। তাৰ পাছৰে পৰা গুগলে অ’পেন হেণ্ডচেট এলায়েঞ্চৰ সৈতে লগ লাগি এই অপাৰেটিং চিষ্টেমটোৰ বিকাশ কৰি আহিছে। আপাচে লাইছেঞ্চৰ অধীনত গুগলে ইয়াক মুক্ত উৎস হিচাপে মুকলি কৰি দিছে। এন্ড্ৰয়ড জাভা লেংগুৱেক ভিত্তিক আৰু ইয়াৰ এপ্লিকেচনসমূহ এ ডি টি (এন্ড্ৰয়ড ডেভেলপমেন্ট টুল) নামৰ প্লাগ ইনটোৰ সহায়ত সাজিব পৰা যায়। ইয়াৰ উপৰিও এন্ড্ৰয়ড লেপটপ, নেটবুক, স্মাৰ্টবুক, কেমেৰা আৰু স্মাৰ্ট টি ভি (গুগল টিভি) সমূহতো ব্যৱহাৰ কৰিব পৰা যায়।
==তথ্যসূত্ৰ==
|