এণ্ড্ৰইড: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
24 নং শাৰী:
}}
 
লীনাক্স ভিত্তিক এন্ড্ৰয়ড হৈছে সৰ্বাধিক ব্যৱহৃত টাচ স্ক্ৰীন ম’বাইল আৰু টেবলেট কম্পিউটাৰৰ অপাৰেটিং চিষ্টেম। Android Inc.ক ২০০৫ চনত [[গুগল|গুগলে]] ক্ৰয় কৰে।<ref name="ডিজিট">{{cite journal | title=Encyclopedia Technica A to E | author=thinkdigit.com | journal=ডিজিট | year=২০১২ | month=ডিচেম্বৰ | volume=১২ | issue=১২ | pages=১৭}}</ref> তাৰ পাছৰে পৰা গুগলে অ’পেন হেণ্ডচেট এলায়েঞ্চৰ সৈতে লগ লাগি এই অপাৰেটিং চিষ্টেমটোৰ বিকাশ কৰি আহিছে। আপাচে লাইছেঞ্চৰ অধীনত গুগলে ইয়াক মুক্ত উৎস হিচাপে মুকলি কৰি দিছে। এন্ড্ৰয়ড জাভা লেংগুৱেক ভিত্তিক আৰু ইয়াৰ এপ্লিকেচনসমূহ এ ডি টি (এন্ড্ৰয়ড ডেভেলপমেন্ট টুল) নামৰ প্লাগ ইনটোৰ সহায়ত সাজিব পৰা যায়। ইয়াৰ উপৰিও এন্ড্ৰয়ড লেপটপ, নেটবুক, স্মাৰ্টবুক, কেমেৰা আৰু স্মাৰ্ট টি ভি (গুগল টিভি) সমূহতো ব্যৱহাৰ কৰিব পৰা যায়।<ref name="ডিজিট" />
 
এন্ড্ৰয়ডৰ এক বিশাল বিকাশ(ডেভেলপাৰ)ৰ সমাজ আছে, এইসকলে বিকাশ কৰা এন্ড্ৰয়ড এপ্লিকেচন সমূহ [[গুগল প্লে]] আৰু [[আমাজ’ন]] এপ ষ্ট’ৰত পোৱা যায়। এন্ড্ৰয়ডৰ বহুল ব্যৱহাৰে জাভা লেংগুৱেজক পৃথিৱীৰ সকলোতকৈ বেছি ব্যৱহৃত প্ৰ’গ্ৰামিং লেংগুৱেজত পৰিগণিত কৰে। ২০১১ চনত বিশ্বজুৰি ৫০০ নিযুততকৈ অধিক এন্ড্ৰয়ড ব্যৱহাৰকাৰী আছিল। যি আছিল টেবলেট আৰু ম’বাইল (স্মাৰ্ট ফোন) ব্যৱহাৰকাৰীৰ মুঠ সংখ্যাৰ ৭৫%।<ref name="ডিজিট" /> চেপ্টেম্বৰ ২০১২ত এন্ড্ৰয়ডত ব্যৱহাৰযোগ্য মুঠ এপ্লিকেচনৰ সংখ্যা আছিল প্ৰায় ৬,৭৫,০০০ আৰু তেতিয়া লৈকে এন্ড্ৰয়ড ব্যৱহাৰকাৰী সকলে গুগল প্লেৰ পৰা মুঠ ২৫ বিলিয়ন এপ্লিকেচন ডাউনল’ড কৰিছিল।<ref name="ডিজিট" />
 
 
 
"https://as.wikipedia.org/wiki/এণ্ড্ৰইড"ৰ পৰা অনা হৈছে