এণ্ড্ৰইড: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
28 নং শাৰী:
এন্ড্ৰয়ডৰ এক বিশাল বিকাশ(ডেভেলপাৰ)ৰ সমাজ আছে, এইসকলে বিকাশ কৰা এন্ড্ৰয়ড এপ্লিকেচন সমূহ [[গুগল প্লে]] আৰু [[আমাজ’ন]] এপ ষ্ট’ৰত পোৱা যায়। এন্ড্ৰয়ডৰ বহুল ব্যৱহাৰে জাভা লেংগুৱেজক পৃথিৱীৰ সকলোতকৈ বেছি ব্যৱহৃত প্ৰ’গ্ৰামিং লেংগুৱেজত পৰিগণিত কৰে। ২০১১ চনত বিশ্বজুৰি ৫০০ নিযুততকৈ অধিক এন্ড্ৰয়ড ব্যৱহাৰকাৰী আছিল। যি আছিল টেবলেট আৰু ম’বাইল (স্মাৰ্ট ফোন) ব্যৱহাৰকাৰীৰ মুঠ সংখ্যাৰ ৭৫%।<ref name="ডিজিট" /> চেপ্টেম্বৰ ২০১২ত এন্ড্ৰয়ডত ব্যৱহাৰযোগ্য মুঠ এপ্লিকেচনৰ সংখ্যা আছিল প্ৰায় ৬,৭৫,০০০ আৰু তেতিয়া লৈকে এন্ড্ৰয়ড ব্যৱহাৰকাৰী সকলে গুগল প্লেৰ পৰা মুঠ ২৫ বিলিয়ন এপ্লিকেচন ডাউনল’ড কৰিছিল।<ref name="ডিজিট" />
 
===এন্ড্ৰয়ডৰ বিভিন্ন সংষ্কৰণ আৰু ব্যৱহাৰকৰ্তা===
[[File:Android chart.png|thumb|250px|এন্ড্ৰয়ডৰ বিভিন্ন সংষ্কৰণ আৰু ব্যৱহাৰকৰ্তাৰ পৰিসংখ্যা নবেম্বৰ ১, ২০১২]]
 
এন্ড্ৰয়ডৰ বিভিন্ন সংষ্কৰণ আৰু ব্যৱহাৰকৰ্তাৰ পৰিসংখ্যা নবেম্বৰ ১, ২০১২<ref>{{cite web |url=http://developer.android.com/about/dashboards/index.html |title=Android Platform Versions |work=Android Developers |quote=Based on the number of Android devices that have accessed the Play Store within a 14-day period ending on the data collection date noted below. |date=December 3, 2012 |accessdate= December 4, 2012}}</ref> অধিকাংশ এন্ড্ৰয়ড যুক্ত সঁজুলিতেই সমূহত বৰ্তমান এন্ড্ৰয়ডৰ ৬ ডিচেম্বৰ ২০১০ত মুক্তি পোৱা এক পুৰণি সংষ্কৰণ ২.৩ জিনজাৰব্ৰেড ব্যৱহাৰ হৈ আছে,
 
{| class="wikitable sortable" style="text-align:right"
;
! সংষ্কৰণ
! ক’ড নাম
! মুক্তিৰ তাৰিখ
! এ পি আই লেভেল
! বিতৰণ (ডিচেম্বৰ ৩, ২০১২)
|-
| style="text-align:center;" | '''৪.২'''
| ''জেলি বিন''
| নবেম্বৰ ১৩, ২০১২
| ১৭
| ০.৮%
|-
| style="text-align:center;" | '''৪.১.x'''
| ''জেলি বিন''
| জুলাই ৯, ২০১২
| ১৬
| ৫.৯%
|-
| style="text-align:center;" | '''৪.০.x'''
| ''আইচ ক্ৰীম ছেণ্ডৱিচ''
| ডিচেম্বৰ ১৬, ২০১১
| ১৫
| ২৭.৫%
|-
| style="text-align:center;" | '''৩.২'''
 
| ''হ’নিকম্ব''
| জুলাই ১৫, ২০১১
| ১৩
| ১.২%
|-
| style="text-align:center;" | '''৩.১'''
| ''হ’নিকম্ব''
| মে’ ১০, ২০১১
| ১২
| ০.৪%
|-
| style="text-align:center;" | '''২.৩.৩–২.৩.৭'''
| ''জিনজাৰব্ৰেড''
| ফেব্ৰুৱাৰী ৯, ২০১১
| ১০
| ৫০.৬%
|-
| style="text-align:center;" | '''২.৩–২.৩.২]]'''
| ''জিনজাৰব্ৰেড''
| ডেচেম্বৰ ৬, ২০১০
| ৯
| ০.২%
|-
| style="text-align:center;" | '''২.২'''
 
| ''ফ্ৰ’য়’''
| মে’ ২০, ২০১০
| ৮
| ১০.৩%
|-
| style="text-align:center;" | '''২.০–২.১]]'''
| ইকলেয়াৰ
 
| অক্টোবৰ ২৬, ২০০৯
| ৭
| ২.৭%
|-
| style="text-align:center;" | '''১.৬'''
 
| ''ড’নাত''
| ছেপ্টেম্বৰ ১৫, ২০০৯
| ৪
| ০.৩%
|-
| style="text-align:center;" | '''১.৫'''
 
| ''কাপকেক''
| এপ্ৰিল ৩০, ২০০৯
| ৩
| ০.১%
|}
 
 
"https://as.wikipedia.org/wiki/এণ্ড্ৰইড"ৰ পৰা অনা হৈছে