বীৰেন্দ্ৰনাথ দত্ত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

(edited with ProveIt)
No edit summary
34 নং শাৰী:
| portaldisp =
}}
'''বীৰেন্দ্ৰনাথ দত্ত''' ({{lang-en|BirendraBirendranath Nath DuttaDatta}}) (১৯৩৫-) [[অসম]]ৰ এজন শিক্ষাবিদ, লিখক, গৱেষক আৰু সংঙ্গীত শিল্পী। ১৯৩৫ চনৰ এক মাৰ্চ তাৰিখে [[নগাঁও|নগাঁৱ]]ত তেখেতৰ জন্ম হয়।তেখেতৰ দেউতাকৰ নাম আছিল কল্পনাথ দত্ত আৰু মাকৰ নাম আছিল মন্দাকিনী দত্ত। তেখেত এজন বিদ্যালয়ৰ শিক্ষক আছিল। কল্পনাথ দত্ত চাকৰিসূত্ৰে নগাঁৱত বাস কৰিছিল। তেখেত সকলৰ প্ৰকৃত ঘৰ আছিল বাইহাটা চাৰিআলিৰ ওচৰৰ পানাৰা গাঁৱত।<ref name="কথা বৰেণ্য ১০০ নামৰ কিতাপৰ "ড৹ বীৰেন্দ্ৰনাথ দত্ত" নামৰ লিখনী">{{cite book | title=কথা বৰেণ্য ১০০ | author=ড৹ কিশোৰ ভট্টাচাৰ্য্য। | authorlink=ড৹ কিশোৰ ভট্টাচাৰ্য্য। | pages=২০৬}}</ref> বীৰেন্দ্ৰনাথ দত্তই [[অসম সাহিত্য সভা]]ৰ ২০০৩ চনৰ [[উত্তৰ লক্ষীমপুৰ]] আৰু ২০০৪ চনৰ হোজাই অধিৱেশনৰ সভাপতিৰ পদ অলংকৃত কৰিছিল।<ref name="অসম সাহিত্য সভাৰ ৱেব">{{cite web | url=http://www.asamsahityasabha.com/index.php?option=com_content&view=article&id=46&Itemid=56 | title=অসম সাহিত্য সভাৰ সভাপতি সকলৰ তালিকা | accessdate=December 07, 2012}}</ref>
 
==শিক্ষা==