সমৰ কলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: ==সমৰ কলা== '''সমৰ কলা''' (ইংৰাজী:Martial Arts) শব্দটো বৰ্তমান বিশ্বৰ ক্ৰী...
 
1 নং শাৰী:
 
==সমৰ কলা==
[[File:কাৰাটে.JPG|thumb|এগৰাকী কাৰাটেকা]]
'''সমৰ কলা''' ([[ইংৰাজী]]:Martial Arts) শব্দটো বৰ্তমান বিশ্বৰ ক্ৰীড়া জগতত বিস্তৃতি লাভ কৰিছে।সমৰ কলা বা যুদ্ধ কলা বুলিলে প্ৰদৰ্শনীমূলক বা প্ৰতিযোগিতামূলক যুদ্ধ কলা বা সমৰ কৌশলক বুজায়। কলা সন্মত ভাবে বিভিন্ন ভঙ্গীমাৰে মনোৰঞ্জনৰ অৰ্থে কৌশল সমুহৰ প্ৰদৰ্শন হয় বাবেই ই প্ৰকৃত পক্ষে যুদ্ধ বা সমৰ কৌশল যদিও ইয়াক কলা বোলা হয়।আনহাতেদি আত্মৰক্ষাৰ বাবে উপযুগী এক বিজ্ঞানসন্মত পদ্ধতি বাবে ইয়াক আত্মৰক্ষা বিজ্ঞানো(Science of self-defense) বোলা হয়।[[File ইংৰাজীMartial Arts শব্দটো মূল লেটিন শব্দ মাৰ্চৰ পৰা আহিছে।লেটিন শব্দ মাৰ্চৰ অৰ্থ হ'ল ৰোমান সকলৰ যুদ্ধৰ দেৱতা<ref name="Martial Arts">{{cite web | url=http:কাৰাটে//en.JPGwikipedia.org/wiki/Martial_arts#cite_note-1 |thumb title=Martial Arts |এগৰাকী কাৰাটেকা]]accessdate=December 17, 2012}}</ref>
 
==সমৰ কলাৰ বিভিন্ন বিভাগ==
সমৰ কলা বা মাৰ্চিয়েল আৰ্ট বুলিলে মল্ল, মুস্তি, অসি, লাঠি ইত্যাদি সকলো ধৰণৰ যুদ্ধৰ কলাসন্মত প্ৰদৰ্শনীমূলক কৌশলক বুজাই যদিও বৰ্তমান প্ৰধানকৈ চীন, জাপান, কোৰিয়া আদি ঠাইৰ জুড কাৰাতে, কংফু, টাইকোৱান'ডো, কেনড' আদি সমৰকলা সমুহহে সাৰ্বজনীন ভাৱে জনপ্ৰিয়।বিজ্ঞানসন্মত আধুনিকৰণ আৰু উন্নতিকৰণ ইয়াৰ জনপ্ৰিয়তাৰ মূল কাৰণ।বৰ্তমান পৃথিবীত বহল ভাৱে জনপ্ৰিয় কেইবিধমান '''সমৰকলা'''ৰ বিষয়ে তলত উল্লেখ কৰা হল।
"https://as.wikipedia.org/wiki/সমৰ_কলা"ৰ পৰা অনা হৈছে