→‎ইংরেজি প্রবন্ধ: নতুন অনুচ্ছেদ
→‎প্ৰবন্ধকাৰ পদক: নতুন অনুচ্ছেদ
100 নং শাৰী:
 
অনুগ্রহপূর্বক [[:en:Dainik Janambhumi|ইংরেজি প্রবন্ধ টি]] বর্ধিত করুন। (please expand the English article)--[[সদস্য:Titodutta|Titodutta]] ([[সদস্য বাৰ্তা:Titodutta|talk]]) 02:21, 18 ডিচেম্বৰ 2012 (UTC)
 
== প্ৰবন্ধকাৰ পদক ==
 
{| style="border: 1px solid gray; background-color: #fdffe7;"
|rowspan="2" valign="middle" | {{#ifeq:{{{2}}}|alt|[[File:Writers Barnstar Hires.png|100px]]|[[File:Writer's barnstar.png|100px]]}}
|rowspan="2" |
|style="font-size: x-large; padding: 0; vertical-align: middle; height: 1.1em;" | '''ৱিকিপিডিয়াৰ প্ৰবন্ধকাৰ পদক'''
|-
|style="vertical-align: middle; border-top: 1px solid gray;" | [http://toolserver.org/~tparis/pages/index.php?name=Ani+ttbr&lang=as&wiki=wikipedia&namespace=0&redirects=noredirects&getall=1 ১০০ + প্ৰবন্ধ] অসমীয়া ৱিকিপিডিয়াত লিখি এইখন সমৄদ্ধিশালী কৰি তোলাৰ বাবে অভিনন্দন আৰু কৃতজ্ঞতা সহকাৰে তোমালৈ এই পদকটো আগবঢ়াবলৈ পাই ম‍ই অত্যন্ত সুখী আৰু গৌৰৱবোধ কৰিছো। আশাকৰোঁ তুমি এনেদৰেই তোমাৰ বলিষ্ঠ সম্পাদনাৰে ৱিকিপিডিয়াৰ লগত জড়িত হৈ ৰ’বা। <span style="white-space:nowrap;text-shadow:#00BFFF 0em 0em 0.8em,#EE82EE -0.8em -0.8em 0.9em,#1D6B00 0.7em 0.7em 0.8em;color:#FF0000">'''[[User:Bishnu_Saikia|বিষ্ণু শইকীয়া]]'''⇒<span style="font-size: 25px;">[[User talk:Bishnu_Saikia|✉]]</span></span> 15:16, 18 ডিচেম্বৰ 2012 (UTC)
|}
 
==এটা অনুৰোধ==
বি:দ্ৰ: বহুদিনৰ পাছত তোমালৈ এই পদকটো আগবঢ়ালো। কিন্তু দৰাচলতে আন কেইবাটাও পদক তোমাৰ প্ৰাপ্য আছিল। ৱিকিপিডিয়াৰ প্ৰায়বোৰ দিশ চকু ফুৰোৱাৰ পাছত এই কামটো বাকীয়েই থাকি যায়, গতিকে বেয়া নাপাবা। [[ৱিকিপিডিয়া:ৱিকিপ্ৰকল্প ৱিকিপিডিয়া বঁটাসমূহ|ৱিকিপ্ৰকল্প ৱিকিপিডিয়া বঁটাপ্ৰদান প্ৰকল্পৰ]] তুমিও এজন সক্ৰিয় অংশীদাৰ হ’বৰ বাবে আমন্ত্ৰন জনাইছো আৰু নবাগত আৰু আন সদস্যসকলক ৱিকিপিডিয়াৰ বিভিন্ন পদক প্ৰদানেৰে উত্‍সাহিত কৰিবা বুলি আশা কৰিছো। আমাৰ অৱসৰ লোৱাৰ সময় আহিল। গতিকে এতিয়া ৱিকিখন আগুৱাই নিয়াৰ দায়িত্ব তোমালোকৰ দৰে নিষ্ঠাবান ৱিকিপিডিয়ানসকলৰ ওপৰতেই নিৰ্ভৰশীল। পুণৰ ধন্যবাদেৰে। <span style="white-space:nowrap;text-shadow:#00BFFF 0em 0em 0.8em,#EE82EE -0.8em -0.8em 0.9em,#1D6B00 0.7em 0.7em 0.8em;color:#FF0000">'''[[User:Bishnu_Saikia|বিষ্ণু শইকীয়া]]'''⇒<span style="font-size: 25px;">[[User talk:Bishnu_Saikia|✉]]</span></span> 15:16, 18 ডিচেম্বৰ 2012 (UTC)