→আৰম্ভণি
Content deleted Content added
নতুন পৃষ্ঠা: {{underconstruction}} {{Infobox earthquake |title = ১৯৪৭ অসম ভূমিকম্প |image = |image alt = |imagecaption = |map = |map alt = |image... |
|||
36 নং শাৰী:
}}
'''১৯৪৭ অসম ভূমিকম্প''' হৈছিল ১৯৪৭ চনৰ ২৯ জুলাই তাৰিখে ভাৰতীয় সময়মতে সন্ধিয়া ৭ বাজি ১৩ মিনিট বজাত। ভূমিকম্পৰ মাত্ৰা আছিল ৭.৩ ৰিখটাৰ স্কেল।<ref>"Global Seismicity: 1900 - 1999" by E. R. Engdahl and A. Villaseñor</ref> [[ভাৰত]]ৰ সীমান্তৱৰ্তী এলেকা (সেই সময়ত [[ব্ৰিটিছ ইণ্ডিয়া]]ৰ অধীনত আছিল) আৰু [[চীন]]ত ইয়াক অনুভৱ কৰা হৈছিল। কিছুমান সূত্ৰই ভূমিকম্পৰ অভিকেন্দ্ৰটো ভাৰতত আৰু কিছুমানে চীনত বুলি কৈছে।<ref>http://www.ngdc.noaa.gov/nndc/struts/form?t=101650&s=1&d=1</ref><ref name="nic">http://aasc.nic.in/course%20material/Disaster/documentation%20on%20past%20disasters.pdf</ref> চীনৰ মতে, [[তিব্বত]]ৰ [[:en:Nang County|নাং কাণ্টি]]তহে এই ভূমিকম্পৰ অনুভৱ কৰা হৈছিল।<ref>"青藏块体8级左右地震前中强地震活动图像的相似性演化" by 朱红彬</ref>
[[ডিব্ৰুগড়]], [[যোৰহাট]] আৰু [[তেজপুৰ]] অঞ্চলৰ কিছুমান দেৱালত ফাঁট মেলা দেখা গৈছিল। [[গুৱাহাটী]]ত বিদ্যুৎ বিচ্ছিন্ন হৈ পৰাৰ কথাও শুনা যায়।<ref name="nic"></ref>
==তথ্য সংগ্ৰহ==
|