ডিম্বেশ্বৰ নেওগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

বিস্তাৰ, উদ্ধৃতি আদি
1 নং শাৰী:
{{inadequate lead}}
 
{{ infobox writer
| name = ডিম্বেশ্বৰ নেওগ
Line 14 ⟶ 12:
| death_place =
| resting_place =
| occupation = সাহিত্যিক, সাহিত্য গৱেষক, সমালোচক আৰু শিক্ষক
| language = [[অসমীয়া]]
| nationality = ভাৰতীয়
| ethnicity =
| citizenship = {{flagicon|India}} [[ভাৰতীয়ভাৰত]]
| education =
| alma_mater =
Line 24 ⟶ 22:
| genre =
| subject =
| movement = [[অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলন]]
| movement =
| notableworks =
| spouse =
| partner = [[আজলীতৰা নেওগ]]
| children = ৭ (সাত)
| relatives = [[বেণুধৰ ৰাজখোৱা]] (শহুৰ)
| influences =
| influenced =
Line 35 ⟶ 33:
| signature =
| signature_alt =
| website = [http://dimbeswarneog.com/ www.dimbeswarneog.com]
}}
'''ডিম্বেশ্বৰ নেওগ''' ({{lang-en|Dimbeswar Neog}}) (১৮৯৯ -১৯৬৬) [[অসম|অসমৰ]] এগৰাকী প্ৰসিদ্ধ কবি, প্ৰবন্ধকাৰ, ঔপন্যাসিক, ভাষা সাহিত্যৰ গৱেষক, নাট্যকাৰ, সমালোচক আৰু শিক্ষক আছিল<ref name="ডিম্বেশ্বৰ নেওগ"/><ref name="bipuljyoti">{{cite web | url=http://www.bipuljyoti.in/authors/dimbeswar.html | title=Scholar Par Excellence: Dembeswear Neog | accessdate=December 19, 2012 | author=Pranavsvarup Neog}}</ref>। মূলতঃ [[অসমীয়া ভাষা|অসমীয়া]] ভাষাত সাহিত্য ৰচনা বাদেও তেখেতে [[ইংৰাজী ভাষা]]টো গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। ১৯৬৪ চনৰ [[অসম সাহিত্য সভা|অসম সাহিত্য সভাৰ]] ডিগবৈত অনুষ্ঠিত অধিবেশনৰ সভাপতিত্ব কৰাৰ লগতে [[অসম সাহিত্য সভা পত্ৰিকা]]ৰ সম্পাদক পদটো তেখেত নিয়োজিত হৈছিল। তেখেতক [[অসমীয়া সাহিত্য]]ত '''ইন্দ্ৰধেনুৰ কবি''' বুলিও জনা যায়<ref name="poemhunter">{{cite web | url=http://www.poemhunter.com/dimbeswar-neog/biography/ | title=Biography of Dimbeswar Neog | publisher=poemhunter.com website | accessdate=December 19, 2012}}</ref>।
 
 
== জন্ম==
ডিম্বেশ্বৰ নেওগৰ ({{lang-en|Dimbeswar Neog}}) জন্ম ১৮৯৯ চনৰ ৭ আগষ্টত [[শিৱসাগৰ জিলা]] জিলাৰ কমাৰদফীয়া নামেৰে এখন গাঁওত হৈছিল।<ref name="ডিম্বেশ্বৰ নেওগ">{{cite web | url=http://dimbeswarneog.com/index.php/7-home/1-dimbeswar-neog-his-life-and-works | title=His Life and Works | publisher=ডিম্বেশ্বৰ নেওগ স্মৃতি ন্যাস | accessdate=২০১২-১২-১৯ | author=[[ভৱানন্দ ডেকা]]}}</ref> তেখেতৰ পিতৃৰ নাম আছিল মানিক চন্দ্ৰ নেওগ আৰু মাতৃৰ নাম চন্দ্ৰপ্ৰভা নেওগ<ref name="poemhunter"/>।
 
==শিক্ষা আৰু কৰ্ম জীৱন==
নেওগদেৱনেওগ এজন মেধাৱী ছাত্ৰ আছিল |আছিল। সৰুকালৰেপৰাই পঢ়া শুনাত আগৰণুৱা নেওগদেৱকনেওগক পাঁচ বছৰ বয়সত বিদ্যালয়ত নামভৰ্তি কৰি দিয়া হয় | স্কুলীয়াশিক্ষাৰ্থী জীৱনৰ আৰম্ভনিৰ পৰাই তেখেতে নিয়মিত কাব্য চৰ্চা আৰম্ভ কৰে {{cn}}| ১৯২৪ চনত তেখেতে সুখ্যাতিৰে বি.এছ.চি পৰীক্ষাত উত্তীৰ্ণ হয় | ইয়াৰ দুবছৰৰ পাছতে তেওঁ বিস্নাতক পৰীক্ষাত পাছউত্তীৰ্ণ কৰেহয়। |১৯২৫ ইয়াৰচনৰ পাছত১৯ এপ্ৰিলত তেখেতে এখনশিৱসাগৰ বে-চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষক হিচাপে যোগদান কৰে<ref name="bipuljyoti"/>। |তাৰ পাছতপাছতো তেখেতে চৰকাৰী শিক্ষক হিচাবে অসমৰ বিভিন্ন ঠাইত কাম কৰে |কৰে। ১৯৩৬ চনত তেখেতে বি.টি. পাছ কৰে |কৰে। তাৰ পাছতেই তেখেতে নৰ্মাল স্কুলত শিক্ষকতা কৰে |কৰে। চাকৰিৰ মাজতেই তেখেতে [[কলিকতা বিশ্ববিদ্যালয়ৰবিশ্ববিদ্যালয়]]ৰ পৰা অসমীয়া বিভাগত এম. এ. পাছ কৰে |কৰে। অৱশেষত তেখেত নৰ্মাল স্কুলৰ অধক্ষ্যঅধ্যক্ষ হয় আৰু তাৰপৰাই অৱসৰ গ্ৰহণ কৰেকৰে। |
 
==বিবাহ, পৰিয়াল==
ডিম্বেশ্বৰ নেওগৰ [[বিবাহ]] সেইসময়ৰ ডিব্ৰুগৰ জিলা ন্যায়াধীশ, তথা অসমৰ এজন প্ৰসিদ্ধ লেখক [[বেণুধৰ ৰাজখোৱা]]ৰ জীয়েক [[আজলীতৰা ৰাজখোৱা]]ৰ লগত সম্পন্ন হয়<ref name="poemhunter"/>। ডিম্বেশ্বৰ আৰু আজলীতৰা নেওগৰ সাতোটি সন্তান আছিল<ref name="poemhunter"/>।
 
== মৃত্যু ==
দীৰ্ঘসময় শাৰিৰীক অসুস্থতাত ভূগাৰ পাছত [[অসম চিকিৎসা মহাবিদ্যালয়]]ত চিকিৎসাধীন অৱস্থাত ১৯৬৬ চনৰ ১১ নৱেম্বৰত তেখেতৰ মৃত্যু হয়<ref name="ডিম্বেশ্বৰ নেওগ"/><ref name="poemhunter"/>।
 
== সাহিত্য জগতত তেখেতৰ অৱদান ==
নেওগ এজন সাহিত্যিককবি, গৱেষকপ্ৰবন্ধকাৰ, সমালোচক আৰু শিক্ষক আছিল। বিচক্ষণ সাহিত্যিকগৰাকীয়ে [[অসম সাহিত্য সভা|অসম সাহিত্য সভাৰ]] সভাপতি<ref>[http://www.asamsahityasabha.com/index.php?option=com_content&view=article&id=46&Itemid=56 ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা] [[অসম সাহিত্য সভা]]ৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।</ref>, প্ৰধান সম্পাদক আৰু [[অসম সাহিত্য সভা পত্ৰিকা]]ৰ সম্পাদক হিচাপেও নিজৰ অৱদান আগবঢ়াই থৈ গৈছিল। সমালোচক হিচাপে গঠনমূলক, বলিষ্ঠ, স্পষ্ট মন্তব্য আৰু পুংখানুপুংখ বিশ্লেষণৰে তেওঁ [[অসমীয়া সাহিত্য|অসমীয়া সাহিত্যক]] নতুন মাত্ৰা প্ৰদান কৰিছিল। [[অসমীয়া]] আৰু [[ইংৰাজী]] দুয়োটা ভাষাতে ভালেমান পুথি ৰচনা কৰি জাতিটোক চহকী কৰি যোৱা প্ৰয়াত ডিম্বেশ্বৰ নেওগ দেৱৰনেওগৰ ৰচিত ভালে সংখ্যক কিতাপ আছে, সেইবোৰৰ লেখত ল’বলগীয়া পুথিসমূহ হ’ল<ref name="ডিম্বেশ্বৰ নেওগ"/>:-
(১) আধুনিক অসমীয়া সাহিত্যৰ [[বুৰঞ্জী]] (১৯৩৭)
Line 54 ⟶ 58:
(৩) অসমীয়া সাহিত্যৰ জেউতি (১৯৩৮)
(৪) [[বৈষ্ণৱ ধৰ্ম]]ৰধৰ্মৰ আঁতিগুৰি (১৯৪১)
 
(৫) [[বৈষ্ণৱ ধৰ্ম]]ৰধৰ্মৰ ভক্তিতত্ব (১৯৪২)
(৬) ইণ্ট্ৰডাকচন টু আসাম (১৯৪৭)
Line 66 ⟶ 70:
(৯) হিষ্টৰী অব্ অছমীয়া লিটাৰেচাৰ (১৯৫৫) আদি ।
 
ডিম্বেশ্বৰ নেওগ দেৱেনেওগে কিছু পৰিমাণে কবিতাৰ জগততো অৰিহনা আগবঢ়াইছিল |আগবঢ়াইছিল। তেওঁৰ ৰচিত কেইখনমান উল্লেখযোগ্য কবিতা পুথিসমুহপুথি হৈছে ‘মালিকা’ , ‘থুপিতৰা’ , ‘মালতী’ , ‘ইন্দ্ৰধনু’ , ‘মুকুতা’ , ‘মেঘদূত’ , ‘অসমা’ , ‘বিচিত্ৰা’ ইত্যাদি |ইত্যাদি। তাৰে ভিতৰত উল্লেখযোগ্য দুটিমান [[কবিতা]] হ’ল ’শাপমুক্তা’ , ’মোৰ গাঁও’, ’শেষ গায়ক’ ইত্যাদি ।ইত্যাদি।
 
== অনান্য কৰ্মৰাজি ==
সমাজ সচেতন নেওগ দেৱৰ স্বদেশপ্ৰীতিও আছিল অতুলনীয় । [[অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলন]]ৰ সময়ত তেওঁৰ '''“মৰে অসম জীয়ে কোন, জীয়ে অসম মৰে কোন ?”''' বাক্যশাৰীয়ে জাতীয়তাবাদী ভাবধাৰা প্ৰসাৰত বিশেষ অৰিহনা আগবঢ়াইছিল ।আগবঢ়াইছিল। ডিম্বেশ্বৰ নেওগৰ মাতৃভাষাৰ প্ৰতি থকা অপাৰ প্ৰেমৰ বাবেই ১৯২৪ চনত “শেষ গায়ক” কবিতাত লিখিছিল “দাসত্ব মলিন নাছিল অসম, আজিও নহয়, দাসত্ব অন্ধ লুইতৰ দৰে । স্বাধীনতা সোঁত বয় সিৰে সিৰে অপ্ৰতিবন্ধ।”<ref name="ডিম্বেশ্বৰ নেওগ"/>
<blockquote>“দাসত্ব মলিন নাছিল অসম, আজিও নহয়, দাসত্ব অন্ধ লুইতৰ দৰে। স্বাধীনতা সোঁত বয় সিৰে সিৰে অপ্ৰতিবন্ধ।</blockquote>”
 
সমাজ সচেতন নেওগ দেৱৰ স্বদেশপ্ৰীতিও আছিল অতুলনীয় । [[অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলন]]ৰ সময়ত তেওঁৰ '''“মৰে অসম জীয়ে কোন, জীয়ে অসম মৰে কোন ?”''' বাক্যশাৰীয়ে জাতীয়তাবাদী ভাবধাৰা প্ৰসাৰত বিশেষ অৰিহনা আগবঢ়াইছিল । ডিম্বেশ্বৰ নেওগৰ মাতৃভাষাৰ প্ৰতি থকা অপাৰ প্ৰেমৰ বাবেই ১৯২৪ চনত “শেষ গায়ক” কবিতাত লিখিছিল “দাসত্ব মলিন নাছিল অসম, আজিও নহয়, দাসত্ব অন্ধ লুইতৰ দৰে । স্বাধীনতা সোঁত বয় সিৰে সিৰে অপ্ৰতিবন্ধ।”<ref name="ডিম্বেশ্বৰ নেওগ"/>
 
== মৃত্যু ==
১৯৬৬ চনৰ ১১ নৱেম্বৰত তেখেতে ইহলীলা সম্বৰণ কৰে।<ref name="ডিম্বেশ্বৰ নেওগ"/>
 
 
Line 82 ⟶ 84:
* [http://dimbeswarneog.com/ ডিম্বেশ্বৰ নেওগৰ ৱেবছাইট]
* [http://assameseonline.com/Content.php?recordID=%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A7%9F%E0%A6%BE%20%E0%A6%97%E0%A7%80%E0%A6%A4%E0%A6%BF%20%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF,%20%E0%A6%AC%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A6%A8%E0%A6%BE%E0%A6%AE অসমীয়া গীত সহিত্য, বিয়ানাম, লেখক-ডিম্বেশ্বৰ নেওগ], আমি অসমীয়া ৱেবছাইট।
* [http://www.xophura.org/tag/dimbeswar-neog ডিম্বেশ্বৰ নেওগৰ ৰচিত কবিতা], সফুঁৰা ৱেবছাইটত।
* পশ্চিমৰ পৰা পূৱলৈ, ড° নবীন চন্দ্ৰ শৰ্মা
* [http://openlibrary.org/authors/OL6018A/Dimbeswar_Neog গ্ৰন্থ আৰু চমু জীৱ্নী], অপেন লাইব্ৰেৰী ডট অৰ্গত।
 
{{অসমৰ সুপ্ৰসিদ্ধপ্ৰসিদ্ধ মানুহব্যক্তি}}
 
[[শ্ৰেণী:অসমীয়া কবি]]
[[শ্ৰেণী:অসমীয়া প্ৰবন্ধকাৰ]]
[[শ্ৰেণী:অসমৰ প্ৰসিদ্ধ ব্যক্তি]]
[[শ্ৰেণী:অসম সাহিত্য সভাৰ সভাপতি]]
[[en:Dimbeswar Neog]]