চ্যু-হ্যুণ-মু'ঙ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
+infobox & Tag
1 নং শাৰী:
{{Assam bio+ stub}}
{{Infobox royalty|Monarch
| name = চুহুংমুং
| full name =
| image =
| caption =
| succession = [[Kingdom of Assam|অসমৰ ৰজা]]
| reign = ১৪৯৩-১৪৯৭
| coronation =
| successor =
| issue =
| house =
| father =
| mother =
| birth_date =
| birth_place =
| death_date =
| death_place =
| date of burial =
| place of burial =
| religion =
|}}
{{আহোম ৰাজবংশ}}
ৰজা [[চুপিম্ফা]]ৰ (১৪৯৩-১৪৯৭ খ্ৰীঃ) মৃত্যুৰ পাছতে ১৪৯৭ খ্ৰীঃত তেওঁৰ পুতেক [[চুহুংমুং]] আহোম ৰাজপাটত উঠে। [[দিহিঙ্গীয়া ফৈদ]]ৰ কোঁৱৰসকলৰ ভিতৰত এওঁকে সৰ্বশ্ৰেষ্ঠ বুলি কোৱা হয়। তেওঁক দিহিঙ্গীয়া ৰজা বা ওপৰজনা দিহিঙ্গীয়া ৰজাও বোলে। [[হিন্দুধৰ্ম]]ৰ লোকসকলৰ মতে তেওঁৰ নাম আছিল স্বৰ্গনাৰায়ণ। তেওঁৰ দিনৰপৰাই ৰাজকীয় কাম-কাজত ৰজাসকলে কাগজে-পত্ৰে স্বৰ্গদেৱ উপাধি ব্যৱহাৰ কৰিবলৈ লয়। এওঁ [[বকতা]]ত ৰাজধানী পাতিছিল। <ref>সাতসৰী অসম বুৰঞ্জী (পৃষ্ঠা: ৬৭ প্ৰৱন্ধ পেৰাগ্ৰাফ ২; ৭০, ৭১ প্ৰ: পে: ৬) - ড. সূৰ্য্যকুমাৰ ভূঞা সম্পাদিত (১৯৬৪ চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰকাশন বিভাগৰদ্বাৰা প্ৰকাশিত)</ref> <ref>অসম দেশৰ বুৰঞ্জী (পৃষ্ঠা: ১৯৫, ২০৭ প্ৰ:পে: ১; ১৯৮, ২০৪, ২০৫ প্ৰ:পে: ৩) - ড° লক্ষ্মী দেৱী (১৯৭৫ চনত গুৱাহাটীৰ আমবাৰীৰ এল বি এছ পাব্লিকেশ্যনৰদ্বাৰা প্ৰকাশিত। পঞ্চম প্ৰকাশ ১৯৮৭)</ref><ref>টাই সংস্কৃতিৰ ৰূপৰেখা (২২৩, ২২৭ >প্ৰ:পে: ৪) - ড° লীলা গগৈ (১৯৮৫ চনত ডিব্ৰুগড়ৰ বনলতা প্ৰকাশনৰদ্বাৰা প্ৰকাশিত। চতুৰ্থ সংস্কৰণ ১৯৯৪)</ref><ref>ভাৰতৰ বুৰঞ্জী (পৃষ্ঠা ১৩২, প্ৰ:পে: ২,৫) - এম. এল. কাথবৰুৱা, নীলমণি ফুকন (আৰ্য বিদ্যাপীঠ কলেজ), হৰি প্ৰসাদ দাস (উত্তৰ গুৱাহাটী কলেজ), দেৱকান্ত দত্তবৰুৱা (বৰতলা হাইস্কুল)- (বৰুৱা এজেঞ্চি, গুৱাহাটীৰদ্বাৰা প্ৰকাশিত, মে' ১৯৮৬)</ref>
Line 17 ⟶ 39:
<references />
 
 
{{Assam stub}}