অসমত হোৱা ভূমিকম্প (১৯৪৭): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

শ্ৰেণী:অসম বুৰঞ্জী যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
Stub tag
1 নং শাৰী:
{{Assam stub}}
{{Infobox earthquake
|title = ১৯৪৭ অসম ভূমিকম্প
Line 34 ⟶ 35:
|casualties =
}}
 
'''১৯৪৭ অসম ভূমিকম্প''' হৈছিল ১৯৪৭ চনৰ ২৯ জুলাই তাৰিখে ভাৰতীয় সময়মতে সন্ধিয়া ৭ বাজি ১৩ মিনিট বজাত। ভূমিকম্পৰ মাত্ৰা আছিল ৭.৩ ৰিখটাৰ স্কেল।<ref>"Global Seismicity: 1900 - 1999" by E. R. Engdahl and A. Villaseñor</ref> [[ভাৰত]]ৰ সীমান্তৱৰ্তী এলেকা (সেই সময়ত [[ব্ৰিটিছ ইণ্ডিয়া]]ৰ অধীনত আছিল) আৰু [[চীন]]ত ইয়াক অনুভৱ কৰা হৈছিল। কিছুমান সূত্ৰই ভূমিকম্পৰ অভিকেন্দ্ৰটো ভাৰতত আৰু কিছুমানে চীনত বুলি কৈছে।<ref>http://www.ngdc.noaa.gov/nndc/struts/form?t=101650&s=1&d=1</ref><ref name="nic">http://aasc.nic.in/course%20material/Disaster/documentation%20on%20past%20disasters.pdf</ref> চীনৰ মতে, [[তিব্বত]]ৰ [[:en:Nang County|নাং কাণ্টি]]তহে এই ভূমিকম্পৰ অনুভৱ কৰা হৈছিল।<ref>"青藏块体8级左右地震前中强地震活动图像的相似性演化" by 朱红彬</ref>