দুৰ্গা পূজা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
র -> ৰ
1 নং শাৰী:
{{Expand article}}{{অনুলিপি সম্পাদনা}}
{{Infobox Holiday
|holiday_name = দুর্গাপূজাদুৰ্গাপূজা
|type =
|longtype = [[হিন্দু]] উৎসৱ <br /> (প্রধানতপ্ৰধানত [[পশ্চিমবংগ]], [[অসম]] আৰু [[বিহাৰ]]ত উদযাপন কৰা হয়)
|image = Bagbazar Sarbojanin Arnab Dutta 2010.JPG
|caption = <sup>বগবজাৰ সার্বজনীনসাৰ্বজনীন দুর্গাপ্রতিমাদুৰ্গাপ্ৰতিমা, ২০১০</sup>
|official_name =
|nickname =শাৰদোৎসৱ, বিজয়াদশমী, [[দশেৰা]]
|observedby = [[হিন্দু]] সম্প্রদায়েসম্প্ৰদায়ে
|begins = সাধাৰণতে [[মহাষষ্ঠী]]ত (ক্ষেত্রবিশেষেক্ষেত্ৰবিশেষে কুলাচাৰ অনুসাৰি, ভাদ্রকৃষ্ণানবমীভাদ্ৰকৃষ্ণানবমী বা [[মহালয়া]])
|ends = [[বিজয়াদশমী]]
|date = আহিনৰ শুক্লপক্ষ অথবা চ'তৰ শুক্লপক্ষ
|date2009 =
|celebrations = প্রথাপ্ৰথা অনুসাৰে পালন কৰা হয়, দহ বা পাঁচ দিন
|relatedto = [[মহালয়া]], [[দশেৰা]], [[জগদ্ধাত্রীজগদ্ধাত্ৰী|জগদ্ধাত্রীজগদ্ধাত্ৰী পূজা]]
}}
[[হিন্দু]] দেৱী [[দুর্গাদুৰ্গা|দুর্গাৰদুৰ্গাৰ]] আৰধনাকে কেন্দ্রকেন্দ্ৰ কৰি অনুষ্ঠিত হয় [[বাঙালি]] হিন্দু সম্প্রদায়ৰসম্প্ৰদায়ৰ বৃহত্তম ধর্মীয়ধৰ্মীয় আৰু সামাজিক উৎসৱ '''দুর্গাদুৰ্গা পূজা''' বা '''দুর্গোৎসৱদুৰ্গোৎসৱ'''। শাস্ত্ৰীয় অনুসাৰে আহিন মাহৰ শুক্লপক্ষত বা চত মাহৰ শুক্লপক্ষত [[দুর্গাপূজাদুৰ্গাপূজা]] পালন কৰা হয়। চ’ত অর্থাৎঅৰ্থাৎ বসন্তকালৰ [[দুর্গাপূজাদুৰ্গাপূজা]]ক বাসন্তী [[দুর্গাদুৰ্গা পূজা]] আৰু আহিন অর্থাৎঅৰ্থাৎ শৰৎ কালৰ [[দুর্গাদুৰ্গা পূজা]]ক শাৰদীয় [[দুর্গাদুৰ্গা পূজা]] নামে জনাজাত। ভাৰতীয় উপমহাদেশৰ একাধিক ৰাষ্ট্ৰই [[দুর্গাদুৰ্গা পূজা]] পালন কৰে। ভাৰতৰ [[পশ্চিমবংগ]], [[অসম]] [[ত্ৰিপুৰা]] [[বিহাৰ]] [[ঝাৰখাণ্ড]] আৰু [[উৰিষ্যা]]ত [[দুর্গাপূজাদুৰ্গাপূজা]] সৰ্বাধিক জাকত জিলিকা হয় আৰু ৫ দিন যোৰা বাৰ্ষিক বন্ধৰ দিন হিচাপেও ঘোষনা কৰা হয়। বাংলাদেশৰ সংখ্যালঘু হিন্দু সলকেও [[দুর্গাদুৰ্গা পূজা]] পালন কৰে।
 
সাধাৰনতে আহিনৰ শুক্ল পক্ষৰ ষষ্ঠতম দিন তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী প্ৰযন্ত থাকে এই '''দুর্গোৎসবদুৰ্গোৎসব''' । এই পাঁচ দিন যথাক্ৰমে দুর্গাষষ্ঠীদুৰ্গাষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানবমী আৰু বিজয়া দশমী নামে জনাজাত । এই পক্ষটোক দেৱি পক্ষ নামেৰেও জনাযায় । পুৰ্ববৰ্তী অমাব্যাৰ দিনা এই দেৱিপক্ষৰ সুচনা হয় আৰু ইয়াক [[মহালয়া]] বুলিও জনা হয় । আৰু পুৰ্ণীমাৰ দিনাক লক্ষ্মীপূজাৰ দিন হিচাপে গণ্য কৰা হয় ।
 
==পৌৰাণিক উপাথ্যান==
 
[[চিত্রচিত্ৰ:Para-Mahashasthi.JPG|thumb|right|250px|কলকাতাৰ একোটা পূজামণ্ডপত মহাষষ্টীৰ দেবীপ্রতিমাদেবীপ্ৰতিমা, ২০০৬]]
 
===ব্ৰহ্মবৈবৰ্ত পুৰাণ===
 
ব্ৰহ্মবৈবৰ্ত পুৰাণত উল্লেখ থকা অনুসাৰে এই দুৰ্গা পূজাৰ প্ৰবৰ্তক স্বয়ং শ্ৰী[[কৃষ্ণ]] । দুৰ্গা পূজাৰ প্ৰবৰ্তনৰ একোটা কথিত আখ্যানো এই পুৰাণত পোৱা যায় । কোৱা উচিত হব যে, এই ইতিহাসৰ কোনো প্ৰামাণিক ইতিহাস নাই । <ref>প্রবন্ধপ্ৰবন্ধ ''শব্দাঞ্জলিত দুর্গাদুৰ্গা পূজা'', হৰিপদ ভৌমিক, ''নতুন বাংলাৰ মুখ'' পত্রিকাপত্ৰিকা, আহিন ১৪১৪, অক্টোবৰ ২০০৭, পৃ. ১৬৩ দ্রঃদ্ৰঃ</ref>
 
===দেৱী ভাগৱত পুৰাণ===
 
দেৱী ভীগৱত অনুসাৰি ব্ৰহ্মাৰ মানস পুত্ৰ মনুৱে পৃথিৱীৰ শাসনভাৰ পাই ক্ষীৰুদসাগৰৰ পাৰত দেৱী দুৰ্গাৰ মৃণ্ময় মূৰ্তী নিৰ্মান কৰি আৰধনা কৰে । আৰু এই সময় খিনিত তেওঁ তিনি বাগ্ভব বীজ জপ কৰে লগতে আহাৰ আৰু শ্বাস গ্ৰহন পৰিত্যাগ কৰি বছৰ বছৰ ধৰি তেওঁ ঘোৰ তপষ্যা কৰে । আৰু তাতে দেৱী দুৰ্গা প্ৰসন্ন হৈ মনুৰ আগত উপস্থিত হৈ মনু বৰ দিলে “হে মহাবাহু, তোমাৰ প্ৰাৰ্থনা সিদ্ধ হওঁক । মই তোমাৰ সকলো প্ৰাৰ্থনীয় বিষয় দান কৰিছো । বৎস! তোমাৰ ৰাজ্য নিষ্কণ্টক হওক আৰু তুমি পুত্রলাভপুত্ৰলাভ কৰা ।” <ref>প্রবন্ধপ্ৰবন্ধ ''শব্দাঞ্জলিতে দুর্গাপূজাদুৰ্গাপূজা'', হৰিপদ ভৌমিক, ''নতুন বাংলাৰ মুখ'' পত্রিকাপত্ৰিকা, আহিন ১৪১৪, অক্টোবৰ ২০০৭, পৃ. ১৬৩-৬৪ দ্রঃদ্ৰঃ</ref>
 
[[File:Durga 1.jpg|thumb|250px|২০০৯ এটা দুর্গাদুৰ্গা প্রতিমাপ্ৰতিমা]]
 
==মূৰ্তিসমূহ==
==মূর্তিসমূহ==
 
দুৰ্গা দেৱীৰ মূৰ্টিটো সাধাৰণতে দুৰ্গাৰ পৰিয়ালৰ লগতে থকা দেখা যায় । এই মূৰ্তি সমূহৰ মধ্য স্থানত দেৱী দুৰ্গা থাকে আৰু তেওঁৰ সোফালে থাকে দেৱী লক্ষ্মী আৰু গণেশ আনহাতে বাওঁফালে থাকে দেৱী সৰস্বতী আৰু কাৰ্তিক ।কলিকতাত পোন প্ৰথমবাৰৰ বাবে ১৬১০ চনত সাবৰ্ণ ৰায়চৌধুৰী পৰিয়ালে এই প্ৰথাৰ প্ৰচলন কৰিছিল ।
40 নং শাৰী:
===দুৰ্গা===
 
‘দ’-আখৰে দৈত্যনাশ, ‘ঊ’-কাৰে বঘ্নিনাশক, ‘ৰেফ’ ৰোগনাশক, ‘গ’-আখৰে পাপনাশক, আৰু ‘অ’-কাৰে ভয় তথা শত্ৰুনাশক । অর্থাৎঅৰ্থাৎ, দৈত্য, বিঘ্ন, ৰোগ, পাপ আৰু ভয়-শত্ৰুৰ পৰা যিয়ে ৰক্ষা কৰে সেয়ে দুৰ্গা । <ref> ''শব্দকল্পদ্রুমশব্দকল্পদ্ৰুম'' ৩।১৬৬৬; ''পূজা-বিজ্ঞান'', স্বামী প্রমেয়ানন্দপ্ৰমেয়ানন্দ, উদ্বোধন কার্যালয়কাৰ্যালয়, কলকাতা, ১৯৯৯, পৃষ্ঠা ৪৪ পৰা উদ্ধৃত</ref>
দেৱীদুৰ্গা হ’ল সৃষ্টিৰ আদি ।পিতামহ ব্রহ্মাব্ৰহ্মা,ভগৱান বিষ্ণু আৰু ভগৱান শংকৰে তেখেতৰে শক্তিৰে এই সৃষ্টিৰ স্রজনস্ৰজন,পালন-পোষণ আৰু সংহাৰ কৰে ।আই দুৰ্গা দেৱীৰ ৰূপ ন –বিধ । সেই বোৰৰ নাম হ’ল-
 
১-শৈলপুত্রীশৈলপুত্ৰী, ২-ব্রহ্মচাৰিণীব্ৰহ্মচাৰিণী, ৩-চন্দ্রঘণ্টাচন্দ্ৰঘণ্টা,৪-কূষ্মাণ্ডা, ৫-স্কন্দমাতা,৬-কাত্যায়নী,৭-কালৰাত্রিকালৰাত্ৰি,৮-মহাগৌৰী,৯-সিদ্ধিদাত্রীসিদ্ধিদাত্ৰী
 
১–“শৈলপুত্ৰী” :
১–“শৈলপুত্রী” :
 
মা দুৰ্গা নিজৰ প্রথমপ্ৰথম স্বৰূপত “শৈলপুত্রী”“শৈলপুত্ৰী” নামেৰে জনাজাত । পৰ্ব্বতৰাজ হিমালয়ৰ তাত পুত্রীপুত্ৰী ৰূপে জন্ম লোৱা বাবে এই “শৈলপুত্রী”“শৈলপুত্ৰী” নাম হৈছিল । বৃষভৰ ওপৰত স্থিতা শৈলপুত্রীশৈলপুত্ৰী মাতৃৰ সোঁ হাতত শূল আৰু বাওঁহাতত কমল পুষ্প সুশোভিত ।ন গৰাকি দুৰ্গাৰ মাজত এখেত হ’ল প্রথমপ্ৰথম দুৰ্গা । ইয়াৰ পূৰ্বজন্মত এখেতে প্রজাপতিপ্ৰজাপতি দক্ষৰ কন্যা ৰূপে জন্ম গ্রহণগ্ৰহণ কৰিছিল ।তেতিয়া এখেতৰ নাম আছিল “সতী” ।ভগৱান শংকৰৰ সৈতে এখেতৰ বিবাহ হৈছিল । কিন্তু প্রজাপতিপ্ৰজাপতি এই বিবাহৰ সম্পূৰ্ণ বিৰো্ধী আছিল ।এবাৰ প্রজাপতিপ্ৰজাপতি দক্ষই বৰ ডাঙৰকৈ এটা যজ্ঞ অনুষ্ঠিত কৰিছিল ।কিন্তু ভগৱান শংকৰক তেওঁ নিমন্ত্রিতনিমন্ত্ৰিত নকৰিলে ।পিছে সতীৰ প্রৱলপ্ৰৱল আগ্রহআগ্ৰহ দেখি ভগৱান শংকৰে তেওঁক পিতৃ-গৃহলৈ যোৱাৰ বাবে অনুমতি প্রদানপ্ৰদান কৰিলে ।পিতৃ-গৃহলৈ গৈ দেখিলে যে তাত প্রতিটোপ্ৰতিটো ক্ষেত্রতক্ষেত্ৰত,চাৰিওপিনে ভগৱান শংকৰৰ প্রতিপ্ৰতি তিৰস্কাৰৰ ভাৱহে পৰিপূৰ্ণ ।নিজৰ স্বামী ভগৱান শংকৰৰ প্রতিপ্ৰতি এনে ঘোৰ অপমান তেওঁৰ অসহ্য হৈ উঠিল ।তেওঁ তৎক্ষনাৎ তাত যোগাগ্নি প্রজ্বলিতপ্ৰজ্বলিত কৰি নিজৰ সেই ৰূপটোকে ভস্মীভূত কৰি পেলালে । যোগাগ্নিৰে নিজ শৰীৰক ভস্মীভূত কৰাৰ পিছত সতী শৈলৰাজ হিমালয়ৰ পুত্রীপুত্ৰী ৰূপে পৰবৰ্তী জন্ম গ্রহণগ্ৰহণ কৰিলে । তেওঁ তেতিয়া “শৈলপুত্রী”নামেৰে“শৈলপুত্ৰী”নামেৰে জনাজাত হ’ল ।‘পাৰ্বতী’, ‘হৈমৱতী’ ও তেখেতৰে নাম ।উপনিষদৰ এটি আখ্যান অনুসৰি ‘হৈমৱতী’স্বৰূপ ধাৰণ কৰি দেৱতা সকলৰ দৰ্প চূৰ্ণ কৰিছিল ।‘শৈলপুত্রী’ৰ।‘শৈলপুত্ৰী’ৰ বিবাহও ভগৱান শংকৰৰ সৈতেহে হৈছিল ।ন গৰাকীদুৰ্গাৰ মাজত প্রথমপ্ৰথম ‘শৈলপুত্রী’‘শৈলপুত্ৰী’ দুৰ্গাৰ মহিমা আৰু শক্তি অনন্ত ।নৱৰাত্রী।নৱৰাত্ৰী পূজনৰ প্রথমপ্ৰথম দিৱসতএই শৈলপুত্রীৰশৈলপুত্ৰীৰ পূজা আৰু উপাসনা কৰা হয় ।
 
- ২–“ব্ৰহ্মচাৰিণী” :
- ২–“ব্রহ্মচাৰিণী” :
 
-
 
মাতৃ দুৰ্গাৰ ন শক্তিৰ দ্বিতীয় স্বৰূপটো হ’ল ‘ব্রহ্মচাৰিণী’ৰ‘ব্ৰহ্মচাৰিণী’ৰ । ইয়াত ‘ব্রহ্ম’‘ব্ৰহ্ম’ শব্দৰ অৰ্থ হ’ল তপস্যা ।ব্রহ্মচাৰিণী।ব্ৰহ্মচাৰিণী অৰ্থাৎ তপচাৰিণী,তপস্যা কৰা তপস্বিনী ।“বেদস্তত্ত্ব তপো ব্রহ্মব্ৰহ্ম ।’’এই ব্রহ্মচাৰণীব্ৰহ্মচাৰণী দেৱীৰ স্বৰূপ পূৰ্ণ জ্যোতিৰ্ময় আৰু অত্যন্ত ভৱ্য ।এখেতৰ সোঁহাতত জপমালা আৰু বাওঁহাতত কমণ্ডলু বিদ্যমান । হিমালয়ৰ তাত পুত্রীৰূপেপুত্ৰীৰূপে উৎপন্ন হোৱাত নিজৰ এই পৰৱৰ্ত্তী জন্মটো নাৰদৰ উপদেশ মতে ভগৱান শংকৰক পতিৰূপে পাবলৈ তেখেতে অতি প্রচণ্ডপ্ৰচণ্ড তপস্যা কৰিছিল । তেনে দুষ্কৰ তপস্যা কৰা বাবেহে তেখেতক “তপশ্চাৰিণী” বা “ব্রহ্মচাৰিণী”নামেৰে“ব্ৰহ্মচাৰিণী”নামেৰে অভিহিত কৰা হৈছিল ।মা দুৰ্গাৰ এই দ্বিতীয় স্বৰূপটো ভক্ত আৰু সিদ্ধসকলৰ অনন্ত ফলপ্রদফলপ্ৰদ ।ব্রহ্মচাৰিণীৰ।ব্ৰহ্মচাৰিণীৰ উপাসনা কৰিলে মানুহৰ তপস্যা,যোগ,বৈৰাগ্য,সদাচাৰ আৰু সংযম বৃ্দ্ধি পায় । জীৱনৰ কঠিন সংঘাতবোৰতো তেওঁৰ মন কৰ্তব্য পথৰ পৰা বিচ্যুত নহয় ।দুৰ্গাপূজাৰ দ্বিতীয় দিৱসত এখেতৰে স্বৰূপৰ উপাসনা কৰা হয় ।
 
৩-“চন্দ্ৰঘন্টা”:
৩-“চন্দ্রঘন্টা”:
 
মা দুৰ্গাৰ তৃতীয় শক্তিৰ নাম হ’ল ‘চন্দ্রঘণ্টা’‘চন্দ্ৰঘণ্টা’ ।নৱৰাত্রি।নৱৰাত্ৰি উপাসনাত তৃতীয় দিনা এখেতৰে বিগ্রহৰবিগ্ৰহৰ পূজা-আৰাধনা কৰা হয় ।এখেতৰ এই স্বৰূপ পৰম শান্তিদায়ক আৰু কল্যাণকাৰী ।এখেতৰ মস্তকত ঘণ্টাৰ আকৃতিৰ অৰ্ধচন্দ্রঅৰ্ধচন্দ্ৰ থাকে ।সেইকাৰণে তেখেতক ‘চন্দ্রঘণ্টাদেেৱী’‘চন্দ্ৰঘণ্টাদেেৱী’ বোলা হয় ।এখেতৰ শৰীৰৰ বৰণ স্বৰ্ণৰ দৰে উজ্জ্বল ।এখেত দশভুজা ।এই দহোখন হাত খড্গ আদি শস্ত্রেৰেশস্ত্ৰেৰে আৰু বাণ আদি অস্ত্রেৰেঅস্ত্ৰেৰে বিভূষিত ।এখেতৰ বাহন হ’ল,সিংহ । যুদ্ধৰ বাবে সদায় সাজু হৈ থকা-এখেতৰ ভাৱ-মুদ্রামুদ্ৰা ! ঘণ্টাৰ নিচিনা এখেতৰ প্রচণ্ডপ্ৰচণ্ড ধ্বনিৰে অত্যাচাৰী দানৱ-দৈত্য-ৰাক্ষস সদায় প্রকম্পিতপ্ৰকম্পিত হৈ থাকে ।নৱৰাত্রীৰ।নৱৰাত্ৰীৰ দুৰ্গা-উপাসনাত তৃতীয় দিনাৰ পূজাৰ মহত্ব অত্যধিক । নিজৰ মন,বচন,কৰ্ম আৰু কায়াক বিহিত বিধি-বিধান অনুসৰি পূৰ্ণৰূপ পৰিশুদ্ধ আৰু পবিত্রপবিত্ৰ কৰি আই চন্দ্রঘণ্টাৰচন্দ্ৰঘণ্টাৰ শৰণাগত হৈ তেখেতৰ উপাসনা-আৰাধনাত আমি তৎপৰ হোৱা উচিত ।
 
৪-“কূষ্মাণ্ডা”:
 
মা দু্ৰ্গাৰ চতুৰ্থ স্বৰূপৰ নাম হ’ল-কূষ্মাণ্ডা ।নিজৰ মৃদু –মন্দ হাঁহিৰে অণ্ড অৰ্থাৎ ব্রহ্মাণ্ডব্ৰহ্মাণ্ড উৎপন্ন কৰা হেতুকে তেখেতক দেৱী কূষ্মাণ্ডা নামেৰে অভিহিত কৰা হৈছে । সৃষ্টিৰ অস্তিত্বই যেতিয়া নাছিল ,চাৰিওপিনে অন্ধকাৰ ,কেৱল অন্ধকাৰ হে পৰিব্যাপ্ত হৈ আছিল –তেতিয়া এই দেৱীয়েই নিজৰ ‘ঈষৎ’ হাঁহিৰে ব্রহ্মাণ্ডব্ৰহ্মাণ্ড ৰচনা কৰিছিল । গতিকে এখেত হে হ’ল সৃষ্টিৰ আদি স্বৰূপা,আদি শক্তি ।এখেতৰ আঠখন হাত থকা বাবে এখেত অষ্টভুজা দেৱী নামেৰেও বিখ্যাত ।এখেতৰ সাতোখন হাতত আছে ক্রমেক্ৰমে কমণ্ডলু,ধেনু,কাঁড়,কমল পুষ্প,অমৃতপূৰ্ণ কলহ,চক্রচক্ৰ আৰু গদা ।সকলো সিদ্ধি আৰু নিধি প্রদানপ্ৰদান কৰোঁতা জপমালা থাকে এখেতৰ বাওঁহাতত ।এখেতৰ বাহন হ’ল সিংহ । সংস্কৃত ভাষাত কূষ্মাণ্ডৰ অৰ্থ হ’ল কোমোৰা ।বলি সমূহৰ ভিতৰত কোমোৰা-বলি এখেতৰ আটাইতকৈ প্রিয়।প্ৰিয়। নৱৰাত্রীৰনৱৰাত্ৰীৰ চতুৰ্থ দিনত এই কূষ্মাণ্ডা দেৱীৰ স্বৰূপৰ উপাসনা কৰা হয় ।
 
৫-“স্কন্দমাতা”:
 
মাতৃ দুৰ্গাদেৱীৰ পঞ্চম স্বৰূপটো ‘স্কন্দমাতা’ নামেৰে জনাজাত ।ভগৱান স্কন্দ ‘কুমাৰ কাৰ্তিকেয়’ নামেৰেও জনাজাত । প্রসিদ্ধপ্ৰসিদ্ধ দেৱাসুৰ সংগ্রামতসংগ্ৰামত এখেত দেৱ –সেনাপতি হৈছিল ।পুৰাণবোৰত ‘কুমাৰ’ আৰু ‘শক্তিধৰ’ আখ্যা দি এখেতৰ মহিমা বৰ্ণোৱা হৈছে ।এখেতৰ বাহন হ’ল, ‘ময়ূৰ’ বা ম’ৰা চৰাই ।সেইকাৰণে ‘ময়ূৰ-বাহন’ নামেৰেও অভিহিত ।এই ভগৱান স্কন্দৰ মাতৃ হোৱা বাবে মা দুৰ্গাদেৱীৰ উক্ত পঞ্চম স্বৰূপটো ‘স্কন্দমাতা’ নামেৰে জনাজাত ।এখেতৰ উপাসনা নৱৰাত্রীনৱৰাত্ৰী পূজাৰ পঞ্চম দিনা অনুষ্ঠিত হয় ।ভগৱান স্কন্দ শিশুৰূপে কোলাত বহি থকাটো এখেতৰ বিগ্রহতবিগ্ৰহত দৰ্শিত হয় ।স্কন্দমাতৃস্বৰূপিণী দেৱী চতুৰ্ভূজা ।
 
৬—“কাত্যায়নী”:
 
মা দুৰ্গাদেৱীৰ ষষ্ঠ স্বৰূপৰ নাম হ’ল, “কাত্যয়নী” ।এখেতৰ নাম ‘কাত্যায়নী’হোৱাৰ আখ্যানটো হ’ল এনে ধৰণৰ—‘কত’ নামৰ এজন প্রসিদ্ধপ্ৰসিদ্ধ মহৰ্ষি আছিল ।তেওঁৰ পুত্রপুত্ৰ হ’ল,ঋষি কাত্য ।এই কাত্য গোত্রতগোত্ৰত বিশ্বপ্রসিদ্ধবিশ্বপ্ৰসিদ্ধ মহৰ্ষি কাত্যায়ন উৎপন্ন হৈছিল ।ভগৱতৰ উপাসনাত বহু বছৰ ব্যাপী তেওঁ বৰ কঠিন তপস্যা কৰিছিল ।“আই ভগৱতী তেওঁৰ কোলাত পুত্রীৰূপেপুত্ৰীৰূপে জন্ম লওক”-তেওঁৰ মনোকামনা এয়ে আছিল ।আই ভগৱতীয়ে তেওঁৰ প্রাৰ্থনাপ্ৰাৰ্থনা স্বীকাৰ কৰিছিল ।কিছু কালৰ পিছত পৃথিৱীত দানৱ মহিষাসুৰৰ অ্ত্যাচাৰ বৰকৈ বাঢ়ি যোৱাত ,ভগৱান বিষ্ণু,ব্রহ্মাব্ৰহ্মা আৰু মহেশ্বৰ এই তিনিও গৰাকীয়ে নিজ-নিজ তেজৰ অংশ প্রদানপ্ৰদান কৰি মহিষাসুৰ বিনাশ হেতু এগৰাকী দেৱীক উৎপন্ন কৰিলে । মহৰ্ষি কাত্যায়নে সৰ্বপ্রথমেসৰ্বপ্ৰথমে এই দেৱীৰ পূজা-অৰ্চনা কৰিছিল ।তাৰ বাবে এখেতে ‘কাত্যায়নী’ আখ্যা পালে ।মহৰ্ষি কাত্যায়নৰ তাত পুত্রীপুত্ৰী ৰূপেও এখেত উপজিল ,বুলি আখ্যানো আছে ।আহিন মাহৰ কৃষ্ণপক্ষ চতুৰ্দ্দশী তিথিত জন্ম গ্রহণগ্ৰহণ কৰি,শুক্লপক্ষৰ সপ্তমী ,অষ্টমী আৰু নৱমী লৈ তিনিদিন তেখেতে কাত্যায়ন ঋষিৰ পূজা গ্রহণগ্ৰহণ কৰি দশমী তিথিৰ দিনা মহিষাসুৰক বধ কৰিছিল ।দুৰ্গাপূজাৰ ষষ্ঠ দিনা খন এখেতৰ স্বৰূপৰ উপাসনা কৰা হয় ।
 
৭—“কালৰাত্ৰি”:
৭—“কালৰাত্রি”:
 
মা দুৰ্গাৰ সপ্তম শক্তি ‘কালৰাত্রি’‘কালৰাত্ৰি’ ৰূপে জনাজাত । এখেতৰ শৰীৰৰ বৰণ ঘন অন্ধকাৰৰ নিচিনা সম্পূৰ্ণৰূপে ক’লা ।মূৰৰ চুলিবোৰ অৱিন্যস্ত ।গলত বিদ্যুতৰ দৰে জিলিকি থাকে মালাধাৰি ।এখেত ত্রিনেত্রাত্ৰিনেত্ৰা,তিনিওটা চকু ব্রহ্মাণ্ডৰব্ৰহ্মাণ্ডৰ নিচিনা ঘূৰণীয়া ।সেইবোৰৰ পৰা বিদ্যুতৰ নিচিনা উজ্জ্বল ৰশ্মি বিকীৰিত হৈ থাকে ।এখেতৰ নাসিকাৰ উশাহ-নিশাহৰ পৰা ভয়ংকৰ প্রচণ্ডপ্ৰচণ্ড অগ্নি শিখাবোৰ ওলাই থাকে ।এখেতৰ বাহন হ’ল-গৰ্দভ অৰ্থাৎ গাধ ।আই কালৰাত্রি’ৰকালৰাত্ৰি’ৰ স্বৰূপ দেখাত অতি ভয়ংকৰ কিন্তু তেখেতে সদায় শুভফল হে প্রদানপ্ৰদান কৰে ।তাৰ কাৰণে এখেতৰ এটা নাম হ’ল ‘শুভংকৰী’ । গতিকে ভক্ত সকলে মাতৃ কালৰাত্রিৰকালৰাত্ৰিৰ স্বৰূপ দেখি ভয়ভীত বা আতংকিত হব নালাগে ।দুৰ্গাপূজাৰ সপ্তম দিনা আই কালৰাত্রিৰকালৰাত্ৰিৰ উপাসনাৰ বিধান আছে ।
 
৮-“মহাগৌৰী”:
 
মা দুৰ্গাদেৱীৰ অষ্টম শক্তিৰ নাম হ’ল ‘মহাগৌৰী’ ।এখেত সম্পূৰ্ণৰূপে গৌৰ বৰ্ণা ।এই গৌৰ বৰণৰ গৌৰতাৰ উপমা শংখ,চন্দ্রচন্দ্ৰ আৰু কুন্দ ফুলৰ সৈতে দিয়া হয় ।মান্যতা অনুসৰি,এখেত হ’ল আঠ বছৰীয়া ।এখেতৰ সকলো বস্ত্রবস্ত্ৰ আৰু আ-অলংকাৰো শ্বেত বৰ্ণৰ । নিজৰ পাৰ্ৱতী ৰূপত এখেতে ভগৱান শিৱক পতি ৰূপে পাবলৈ বৰ কঠোৰ তপস্যা কৰিছিল ।এনে কঠোৰ তপস্যা কৰা হেতু এখেতৰ বৰণ সম্পূৰ্ণৰূপে ক’লা পৰি গ’ল ।এখেতৰ তপস্যাৰে প্রসন্নপ্ৰসন্ন আৰু সন্তুষ্ট হৈ যেতিয়া ভগৱান শিৱই এখেতৰ শৰীৰক ঘঁহি-ঘঁহি গংগাৰ পবিত্রপবিত্ৰ পানীৰে গা ধুৱালে,তেতিয়া তেখেতৰ শৰীৰ বিদ্যুত প্রভাৰপ্ৰভাৰ নিচিনা অতি কান্তিমান গৌৰ হৈ উঠিল ।তেতিয়ৰ পৰা এখেতৰ নাম ‘মহাগৌৰী’ হ’ল ।দুৰ্গাপূজাৰ অষ্টম দিনা ‘মহাগৌৰী’ৰ উপাসনাৰ বিধান আছে ।
 
৯-“সিদ্ধিদাত্ৰী”:
৯-“সিদ্ধিদাত্রী”:
 
মা দুৰ্গাদেৱীৰ নৱম শক্তিৰ নাম হ’ল-‘সিদ্ধিদাত্রী’‘সিদ্ধিদাত্ৰী’ ।এখেতে সকলো প্রকাৰৰপ্ৰকাৰৰ সিদ্ধি প্রদানপ্ৰদান কৰে ।মাৰ্কণ্ডেয় পুৰাণৰ মতে অণিমা,মহিমা,গৰিমা,লঘিমা,প্রা্প্তিপ্ৰা্প্তি,প্রাকাম্যপ্ৰাকাম্য,ঈশিত্ব আৰু ৱশিত্ব-সিদ্ধি এই আঠবিধ ।ব্রহ্মৱৈৱৰ্ত্ত।ব্ৰহ্মৱৈৱৰ্ত্ত পুৰাণৰ শ্রীকৃষ্ণশ্ৰীকৃষ্ণ জন্ম খণ্ডত এনে সিদ্ধিৰ সংখ্যা ওঠৰ বুলি কোৱা হৈছে ।সেইবোৰৰ নাম—-
 
১ অণিমা ২ লঘিমা ৩ প্রাপ্তিপ্ৰাপ্তিপ্রাকা্ম্যপ্ৰাকা্ম্য ৫ মহিমা ৬ ঈশিত্ব ৭ সৰ্ৱকামাৱসায়িতা ৮ সৰ্বজ্ঞত্ব ৯ দূৰশ্রৱণদূৰশ্ৰৱণ ১০ পৰকায়প্রৱেশনপৰকায়প্ৰৱেশন ১১ বাক্ সিদ্ধি ১২ কল্পবৃক্ষত্ব ১৩ সৃষ্টি ১৪ সংহাৰকৰণসামৰ্থ্য ১৫ অমৰত্ব ১৬ সৰ্ব নায়কত্ব ১৭ ভাৱনা ১৮ সিদ্ধি ।
 
ভক্ত আৰু সাধকসকলক আই সিদ্ধিদাত্রীয়েসিদ্ধিদাত্ৰীয়ে উক্ত সকলো ধৰণৰ সিদ্ধি প্রদানপ্ৰদান কৰিবলৈ সমৰ্থ ।দেবীপুৰাণৰ মতে এখেতৰে কৃপাত ভগৱন শিৱই এইবোৰ সিদ্ধি লাভ কৰিছিল ।এখেতৰে অনুকম্পাত ভগৱান শিৱৰ অৰ্ধ শৰীৰ দেৱীৰ হৈছিল আৰু তাৰে বাবে তেওঁ অৰ্ধ নাৰীশ্বৰ নামেৰে বিশ্ব প্রসিদ্ধপ্ৰসিদ্ধ হৈছিল ।আই সিদ্ধিদাত্রীসিদ্ধিদাত্ৰী চতুৰ্ভুজা ।বাহন হ’ল,সিংহ ।নৱ দুৰ্গাৰ মাজত আই সিদ্ধিদাত্রীসিদ্ধিদাত্ৰী হ’ল অন্তিম ।অন্য অষ্ট দুৰ্গাৰ পূজা-উপাসনা শাস্ত্রীয়শাস্ত্ৰীয় বিধি-বিধানেৰে কৰাৰ পিছত ভক্তই দুৰ্গা পূজাৰ নৱম দিনা এখেতৰ উপাসনাত প্রবৃত্তপ্ৰবৃত্ত হয় ।এই সিদ্ধিদাত্রীসিদ্ধিদাত্ৰী আইৰ উপাসনা পূৰ্ণ হোৱাত ভক্ত আৰু সাধকৰ সকলোবিধ মনোকামনা পূৰণ হৈ যায় ।
 
===সিংহ===
 
[[চিত্রচিত্ৰ:332 durga-alone.png|thumb|3oopx|right|উত্তৰ কলিকতাৰ কাশীপুৰৰ এটা মণ্ডপত তাপসীবেশীৰে সিংহবাহিনী মহিষাশুৰ মর্দিনীমৰ্দিনী]]
 
দেৱী দুৰ্গাৰ বাহন সিংহ ।
 
===মহিষাশুৰ===
মহিষাশুৰ এটা অসুৰ । তেওঁ দেৱী প্ৰতিমাৰ ভৰিৰ তলত থাকে । মহিষাশুৰ অসুৰ হলেও দুর্গোৎসবৰদুৰ্গোৎসবৰ সময়ত তেওঁক পূজা কৰাৰ স্থল আছে । <ref>''মহিষাসুৰ'', সঞ্জয় ভুঁইয়া, বর্তমানবৰ্তমান পত্রিকাপত্ৰিকা (বর্তমানবৰ্তমান দেওবাৰ), ২৮ ছেপ্তেম্বৰ, ২০০৮ দ্রঃদ্ৰঃ</ref>
 
===গণেশ===
109 নং শাৰী:
কাৰ্তিক সৌন্দয্যৰ প্ৰতীক ।
 
==তথ্য সংগ্রহসংগ্ৰহ==
{{reflist|2}}