মোহনদাস কৰমচান্দ গান্ধী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
220 নং শাৰী:
গান্ধী হিন্দু পৰিয়ালত জন্মগ্ৰহণ কৰিছিল আৰু তেওঁ গোটেই জীৱন হিন্দু ধৰ্ম পালন কৰে আৰু হিন্দু ধৰ্মৰ অধিকাংশ আদৰ্শই গ্ৰহণ কৰে। এজন সাধাৰণ হিন্দু হিচাপে তেওঁ সকলো ধৰ্মৰে প্ৰতি সমভাৱ ৰাখিছিল আৰু প্ৰায় সকলো ধৰ্মৰে ধৰ্মগ্ৰন্থসমূহ অধ্যয়ন কৰিছিল। তেওঁ ব্ৰহ্মত্ব সম্পৰ্কে আগ্ৰহী আছিল। হিন্দুত্ব সম্পৰ্কে তেওঁ কৈছিল:
{{quote|হিন্দুত্বই মোক পূৰ্ণৰূপে তৃপ্তিদান কৰে, মোৰ সত্তাক পৰিপূৰ্ণ কৰে...। যেতিয়া মনত সংশয় জন্মে, যেতিয়া হতাশাই মোক আগুৰি ধৰে, আৰু যেতিয়া মই দিগন্তত এক বিন্দু পোহৰো দেখা নাপাওঁ, তেতিয়াই মই [[শ্ৰীমদ্ভগৱত গীতা|ভাগৱত গীতা]]ৰ ফালে চাওঁ, আৰু নিজকে শান্ত কৰাৰ কাৰণে একোটা পংক্তি বিচাৰোঁ, আৰু মই অনতিপলমে অত্যধিক কষ্টৰ মাজতো সুখ অনুভৱ কৰোঁ। মই ভাগৱত গীতাৰ শিক্ষাৰ ওচৰত কৃতজ্ঞ।}}
[[চিত্রচিত্ৰ:Gandhi Smriti.jpg|thumb|right|250px|[[নতুন দিল্লী]]ত অৱস্থিত মহাত্মা গান্ধীৰ বাসভৱন '''গান্ধী স্মৃতি'''।)]]
<!--attribution required: see image description page at http://en.wikipedia.org/wiki/image:Gandhi Smriti.jpg-->
গান্ধীয়ে [[গুজৰাটী ভাষা]]ত ভাগৱত গীতাৰ সম্পৰ্কে এটি ধাৰাভাষ্য লিখিছিল। গুজৰাটী পাণ্ডুলিপিটো ইংৰাজী ভাষালৈ অনুবাদ কৰে মহাদেৱ দাসে। দাসে ইয়াতে এটা অতিৰিক্ত পাতনি আৰু ধাৰাভাষ্য যোগ কৰে, আৰু ই গান্ধীৰ এটি ভূমিকাসহ ১৯৪৬ চনত প্ৰকাশ পায়।<ref>Desai, Mahadev. The Gospel of Selfless Action, or, The Gita According To Gandhi. (Navajivan Publishing House: Ahmedabad: First Edition 1946). Other editions: 1948, 1951, 1956.</ref><ref>A shorter edition, omitting the bulk of Desai's additional commentary, has been published as: Anasaktiyoga: The Gospel of Selfless Action. Jim Rankin, editor. The author is listed as M.K. Gandhi; Mahadev Desai, translator. (Dry Bones Press, San Francisco, 1998) ISBN 1-883938-47-3.</ref>