→‎প্ৰবন্ধকাৰ পদক: নতুন অনুচ্ছেদ
No edit summary
113 নং শাৰী:
==এটা অনুৰোধ==
বি:দ্ৰ: বহুদিনৰ পাছত তোমালৈ এই পদকটো আগবঢ়ালো। কিন্তু দৰাচলতে আন কেইবাটাও পদক তোমাৰ প্ৰাপ্য আছিল। ৱিকিপিডিয়াৰ প্ৰায়বোৰ দিশ চকু ফুৰোৱাৰ পাছত এই কামটো বাকীয়েই থাকি যায়, গতিকে বেয়া নাপাবা। [[ৱিকিপিডিয়া:ৱিকিপ্ৰকল্প ৱিকিপিডিয়া বঁটাসমূহ|ৱিকিপ্ৰকল্প ৱিকিপিডিয়া বঁটাপ্ৰদান প্ৰকল্পৰ]] তুমিও এজন সক্ৰিয় অংশীদাৰ হ’বৰ বাবে আমন্ত্ৰন জনাইছো আৰু নবাগত আৰু আন সদস্যসকলক ৱিকিপিডিয়াৰ বিভিন্ন পদক প্ৰদানেৰে উত্‍সাহিত কৰিবা বুলি আশা কৰিছো। আমাৰ অৱসৰ লোৱাৰ সময় আহিল। গতিকে এতিয়া ৱিকিখন আগুৱাই নিয়াৰ দায়িত্ব তোমালোকৰ দৰে নিষ্ঠাবান ৱিকিপিডিয়ানসকলৰ ওপৰতেই নিৰ্ভৰশীল। পুণৰ ধন্যবাদেৰে। <span style="white-space:nowrap;text-shadow:#00BFFF 0em 0em 0.8em,#EE82EE -0.8em -0.8em 0.9em,#1D6B00 0.7em 0.7em 0.8em;color:#FF0000">'''[[User:Bishnu_Saikia|বিষ্ণু শইকীয়া]]'''⇒<span style="font-size: 25px;">[[User talk:Bishnu_Saikia|✉]]</span></span> 15:16, 18 ডিচেম্বৰ 2012 (UTC)
 
==লোকসভাৰ সমষ্টি==
লোকসভা সমষ্টিবোৰৰ বিষয়ে লিখাৰ বাবে আপোনালৈ বহু ধন্যবাদ। এই সংক্ৰান্তত মোৰ অলপ কবলগীয়া - ১) 'Assembly segments' ৰ অনুবাদ 'গোটসমূহ' বুলি কৰাতকৈ 'বিধানসভাৰ সমষ্টিসমূহ' বুলি কৰিলে বেছি ভাল হয় নেকি? ২। প্ৰবন্ধবোৰ পোখালি শ্ৰেণীৰ অন্তৰ্ভূক্ত কৰাৰ সলনি পোনেপোনে অসম আৰু ৰাজনীতি শ্ৰেণীভূক্ত কৰা ভাল হব নেকি? প্ৰবন্ধবোৰ চমু হব পাৰে, কিন্তু তথ্যৰ দিশৰ পৰা পৰ্যাপ্ত। ইংৰাজী প্ৰবন্ধকেইটাকো পোখালী শ্ৰেণীভূক্ত কৰা হোৱা নাই।
বাবুল বৈশ্য 04:32, 24 ডিচেম্বৰ 2012 (UTC)