No edit summary
No edit summary
115 নং শাৰী:
 
==লোকসভাৰ সমষ্টি==
লোকসভা সমষ্টিবোৰৰ বিষয়ে লিখাৰ বাবে আপোনালৈ বহু ধন্যবাদ। এই সংক্ৰান্তত মোৰ অলপ কবলগীয়া - ১) 'Assembly segments' ৰ অনুবাদ 'গোটসমূহ' বুলি কৰাতকৈ 'বিধানসভাৰ সমষ্টিসমূহ' বুলি কৰিলে বেছি ভাল হয় নেকি? ২। প্ৰবন্ধবোৰ পোখালি শ্ৰেণীৰ অন্তৰ্ভূক্ত কৰাৰ সলনি পোনেপোনে অসম আৰু ৰাজনীতি শ্ৰেণীভূক্ত কৰা ভাল হব নেকি? প্ৰবন্ধবোৰ চমু হব পাৰে, কিন্তু তথ্যৰ দিশৰ পৰা পৰ্যাপ্ত। ইংৰাজী প্ৰবন্ধকেইটাকো পোখালীপোখালি শ্ৰেণীভূক্ত কৰা হোৱা নাই।
 
[[সদস্য:Babulbaishya|বাবুল বৈশ্য]] 04:32, 24 ডিচেম্বৰ 2012 (UTC)