যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

19 নং শাৰী:
==প্ৰতিষ্ঠা==
১৮৬৭ চনত জৰ্জ ৱিলিয়ামছন, নামৰ এজন উচ্চ ব্ৰিটিছ প্ৰশাসনিক বিষয়াই [[যোৰহাট জিলা|যোৰহাট]] আৰু [[গোলাঘাট জিলা]]ত শিক্ষা প্ৰসাৰৰ বাবে এক লাখ টকা সাহাৰ্য আগবঢ়ায়। এই পুঁজিৰ সহায়তেই ১৮৭৬ চনত আঠজন ছাত্ৰৰ সৈতে ৱিলিয়মছন আৰ্টিজান স্কুল প্ৰতিষ্ঠা কৰা হয়। চৰকাৰী নিৰ্দেশমতে [[ক’হিমা]]ত এখন বিদ্যালয় প্ৰতিষ্ঠা কৰা হয়। কিন্তু ছাত্ৰৰ অভাৱত বিদ্যালয়খন বন্ধ ৰখা হয়। পাছত যোৰহাটত এখন বিদ্যালয়ৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হয়। ১৮৮৩ চনত ক’হিমাৰ বিদ্যালয়খন যোৰহাটলৈ স্থানান্তৰ কৰা হয় আৰু ইয়াক ৱিলিয়ামছন স্কুলৰ লগত একেলগ কৰা হ’ল। বৰ্তমান এই বিদ্যালয়খন '''যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়''' নামেৰে জনাজাত।
 
==কৃতিত্ব==
*১৯২৫ চনৰ কলিকতা বিশ্ববিদ্যালয়ৰ অধীনৰ মেট্ৰিকুলেশ্যন পৰীক্ষাৰ ফলাফলত নিখিল বন্ধু মিত্ৰই প্ৰথম স্থান দখল কৰিছিল।
 
==বিদ্যালয়ৰ লগত জড়িত উল্লেখযোগ্য ব্যক্তি==
===অসম সাহিত্য সভাৰ সভাপতি===
অসম সাহিত্য সভাৰ পদ অলংকৃত কৰা বাৰজন ব্যক্তি যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়ৰে। ইয়াৰে তিনিজন এই বিদ্যালয়ৰ শিক্ষক আছিল আৰু আন নজন এই বিদ্যালয়ৰ ছাত্ৰ আছিল।
*পদ্মনাথ গোহাঞি বৰুৱা (শিক্ষক)
*চন্দ্ৰধৰ বৰুৱা
*কৃষ্ণকান্ত সন্দিকৈ
*ত্ৰৈলোক্যনাথ গোস্বামী (শিক্ষক)
*মিত্ৰদেৱ মহন্ত
*ডিম্বেশ্বৰ নেওগ (শিক্ষক)
*বিনন্দ চন্দ্ৰ বৰুৱা
*আনন্দ চন্দ্ৰ বৰুৱা
*ড মহেশ্বৰ নেওগ
*যজ্ঞেশ্বৰ শৰ্মা
*চৈয়দ আব্দুল মালিক
*ড বীৰেন্দ্ৰ নাথ ভট্টাচাৰ্য
 
=====ৰাজনৈতিক নেতা===
 
==লগতে চাওক==