যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

(edited with ProveIt)
4 নং শাৰী:
|caption = বিদ্যালয়ৰ মূল ঘৰ
|motto =
|established = ১৮৮৩ চন
|type = [[:en:Public school (government funded)|ৰাজহুৱা]]
|principal in charge = Sri Nripen Acharyya
|city = [[যোৰহাট]]
|Post Office = যোৰহাট
|country = {{flagflagicon|India}} ভাৰত
|affiliations = [[:en:Board of Secondary Education, Assam|SEBA]] আৰু [[:en:AHSEC|AHSEC]]
|campus = [[:en:urban area|Urban]]
15 নং শাৰী:
}}
 
'''যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়''' ({{lang-en|Jorhat Govt. Boys’ Higher Secondary and Multi-Purpose School}}) যোৰহাটৰ এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়। ইয়াক ১৮৮৩ চনত বৃটিচ চৰকাৰে স্থাপনা কৰা।কৰিছিল।<ref name="infoline">{{cite web | url=http://www.educationinfoline.com/School/Details/484/jorhat-govt-boys-h-s-and-m-p-school | title=Jorhat Govt. Boys H.S and M.P. School | accessdate=December 24, 2012}}</ref> ই যোৰহাটৰ ''সোণাৰু পথ''ত মুখ্য ডাকঘৰৰ ওচৰতে অৱস্থিত। এই বিদ্যালয়ত প্ৰায় ৫৬ জন শিক্ষক-শিক্ষয়িত্ৰী আৰু প্ৰায় ১৬০০ জন ছাত্ৰ আছে। শিক্ষাৰ মাধ্যম হৈছে[[Assamese language|অসমীয়া]]। ইয়াৰ দশম শ্ৰেণীৰ ছাত্ৰসকল অসম মাধ্যমিক শিক্ষা পৰিষদ ([[:en:Board of Secondary Education, Assam|SEBA]])ৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হয়।<ref name="infoline" /> আনহাতে, দ্বাদশ শ্ৰেণীৰ ছাত্ৰসকল অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত Higher Secondary School Leaving Certificate পৰীক্ষাত অৱতীৰ্ণ হয়।<ref name="infoline" />
 
==প্ৰতিষ্ঠা==
21 নং শাৰী:
 
==কৃতিত্ব==
*১৯২৫ চনৰ কলিকতা বিশ্ববিদ্যালয়ৰ অধীনৰ মেট্ৰিকুলেশ্যন পৰীক্ষাৰ ফলাফলত নিখিল বন্ধু মিত্ৰই প্ৰথম স্থান দখল কৰিছিল।<ref name="জনমভূমি">{{cite news | title=সোঁৱৰণত যোৰহাট গভট | date=২৩ ডিচেম্বৰ | agency=দৈনিক জনমভূমি | accessdate=December 24, 2012 | author=হেমন্ত কলিতা | pages=৬ পৃষ্ঠা}}</ref>
 
==বিদ্যালয়ৰ লগত জড়িত উল্লেখযোগ্য ব্যক্তি==
===অসম সাহিত্য সভাৰ সভাপতি===
অসম সাহিত্য সভাৰ পদ অলংকৃত কৰা বাৰজন ব্যক্তি যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়ৰে। ইয়াৰে তিনিজন এই বিদ্যালয়ৰ শিক্ষক আছিল আৰু আন নজন এই বিদ্যালয়ৰ ছাত্ৰ আছিল।<ref name="জনমভূমি" />
*পদ্মনাথ গোহাঞি বৰুৱা (শিক্ষক)
*চন্দ্ৰধৰ বৰুৱা
45 নং শাৰী:
*অজিত কুমাৰ শৰ্মা, সাংসদ
*বিজয় কৃষ্ণ সন্দিকৈ, প্ৰাক্তন মন্ত্ৰী
*হিতেন্দ্ৰনাথ গোস্বামী, প্ৰাকতনপ্ৰাক্তন মন্ত্ৰী
*তৰুণ গগৈ, অসমৰ মুখ্যমন্ত্ৰী<ref name="জনমভূমি" />
 
===শিল্পী===
53 নং শাৰী:
*আব্দুল মজিদ
*পুলক গগৈ
*জিতু-তপন<ref name="জনমভূমি" />
 
===খেলুৱৈ===
ফণী দত্ত, খাকান আহমেদ, মৃগেন ভৰালী, মাচুদ ৰচিদ, নন্দন বেজবৰুৱা, দিলোৱাৰ জামান, মহিবুৰ ৰহমান, দিলীপ শৰ্মা, অমল বৰপূজাৰী, হেৰল্ড চাঙমা, বিচিত্ৰ গগৈ, গণেশ বৰা, পৰাগ ভট্টাচাৰ্য আদি কৰি বহুতো ক্ৰিকেট, ফুটবল, ভলীবল, এথেলেটিকছ খেলুৱৈ এই বিদ্যালয়ৰ ছাত্ৰ আছিল।<ref name="জনমভূমি" />
 
===অন্যান্য প্ৰসিদ্ধ ব্যক্তিসকল===
71 নং শাৰী:
*ড° জিতেন্দ্ৰ নাথ গোস্বামী, বিজ্ঞানী
*জিতেন্দ্ৰ গোপাল বৰপূজাৰী, অৰ্থনীতিবিদ
*ডাঃ ধ্ৰুৱজ্যোতি বৰা, [[যোৰহাট চিকিৎসা মহাবিদ্যালয়]]ৰ অধ্যক্ষ<ref name="জনমভূমি" />
 
==লগতে চাওক==
*[[জগন্নাথ বৰুৱা মহাবিদ্যালয়]]
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
 
==বাহ্যিক সংযোগ==
*[http://www.jorhatgovtboysschool.org আনুষ্ঠানিক ৱেবছাইট]