৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

সম্পাদনা সাৰংশ নাই
No edit summary
}}
 
'''৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ''' ({{lang-en|National Highway 37}}, চমুকৈ NH 37) এটা [[ভাৰত]]ৰ অন্তৰ্গত [[:en:National Highway (India)|ৰাষ্ট্ৰীয় ঘাইপথ]] যিটোৱে [[অসম|অসম ৰাজ্য]] ৰাজ্যৰ বহুকেইখন জিলাৰ মাজেৰে অতিক্ৰম কৰিছে। পথটোৰ মুঠ দৈৰ্ঘ্য হৈছে ৬৮০ কিলোমিটাৰ। <ref>{{cite web| url =http://www.nhai.org/nh.asp | title = National Highways and their lengths| accessdate = 2009-02-12 | work = | publisher =National Highways Authority of India }}</ref>
 
== পথ ==
 
 
[[৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ]]ৰপৰা [[৩১ বি নং ৰাষ্ট্ৰীয় ঘাইপথ]] নামেৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰম্ভ হৈছে। ই [[গোৱালপাৰা]]ত [[ব্ৰহ্মপুত্ৰ|ব্ৰহ্মপুত্ৰ নদী]] পাৰ হৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে গোটেই অসমজুৰি বৃস্তিত হৈ আছে। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো [[গুৱাহাটী]] (ইয়াৰপৰা ৪০ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা শাখা [[শ্বিলং]]লৈ গৈছে), [[নগাঁও]] (ইয়াৰপৰা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা শাখা [[ডিমাপুৰ]]লৈ গৈছে), [[যোৰহাট]], [[শিৱসাগৰ]], [[ডিব্ৰুগড়]] আৰু [[তিনিচুকীয়া]] মাজেদি পাৰ হৈ গৈছে। ইয়াৰ উপৰিও [[অসম]]ৰ [[কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান]]ৰ মাজেদি পাৰ হৈ গৈছে।
 
 
==তথ্য সংগ্ৰহ==
{{reflist}}
 
 
 
== বাহ্যিক সংযোগ==
6,277

টা সম্পাদনা