গোবিন্দ বল্লভ পণ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
38 নং শাৰী:
 
=='''জন্ম আৰু শিক্ষা'''==
গোবিন্দ বল্লভ পণ্টৰ জন্ম হয় ১৮৮৭ চনৰ ১০ ছেপ্তেম্বৰ তাৰিখে, উত্তৰ প্ৰদেশৰ আলমোড়া জিলাৰ খুঁট নামৰ গাঁৱত। তেওঁৰ পিতৃ আছিল মনোৰথ পণ্ট। সৰুকালৰ শিক্ষা তেওঁ মোমায়েকৰ ঘৰতে থাকি লাভ কৰিছিল। ইণ্টাৰমিডিয়েট পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ এলাহাবাদ ম্যোৰ চেণ্ট্ৰেল কলেজৰ পৰা স্নাতক উপাধি লাভ কৰে। সৰুতে তেওঁক গোখলেৰ মৰ্মস্পৰ্শী ভাষণে মুগ্ধ কৰে আৰু তেতিয়াৰে পৰাই ভাৰতীয় জাতীয় কংগ্ৰেছলৈ মন ঢাল খায়। তেতিয়াই তেওঁ সিদ্ধান্ত লৈছিল যে তেওঁ কেতিয়াও বৃটিছৰ তলত চাকৰি নকৰে। ইয়াৰ পিছত তেওঁ আইনৰ পৰীক্ষা দি ১৯০৯ চনত উত্তীৰ্ণ হয়। আইন পৰীক্ষা পাছ কৰি পোনতে তেওঁ আলমোড়াত আইন ব্যৱসায় কৰিছিল আৰু তাৰ পিছত ৰাণীখত, পিছলৈ কাশীপুৰলৈ যায়। নাইনিতালত ওকালতি কৰাৰ পিছত তেওঁৰ যশস্যা কেউফালে বিয়পি পৰে।<ref name="গোবিন্দ বল্লভ পণ্ট">{{cite book | title=ভাৰত-ৰত্ন | publisher=অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্| author=সমীন কলিতা | pages=৩০,৩১}}</ref>
 
 
 
 
==তথ্য সংগ্ৰহ==
{{Reflist}}