গোবিন্দ বল্লভ পণ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
41 নং শাৰী:
 
 
=='''ৰাজনৈতিক জীৱন'''==
 
লক্ষ্ণৌ কংগ্ৰেছ অধিবেশনত গোবিন্দ বল্লভ পণ্টে কুমায়ুণৰ কংগ্ৰেছ প্ৰতিনিধি হিচাপে যোগদান কৰাৰ পিছৰে পৰা তেওঁৰ ৰাজনৈতিক জীৱন আৰম্ভ হয়। ১৯২৩ চনত মতিলাল নেহেৰুৱে তেওঁক উত্তৰ প্ৰদেশ বিধান পৰিষদৰ স্বৰাজ পাৰ্টিৰ নেতৃত্বৰ দায়িত্ব দিয়ে। ১৯২৭ চনত উত্তৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি নিৰ্বাচিত হয়। ১৯২৮ চনত তেওঁ নেহেৰুৰ সৈতে চাইমন কমিচনৰ বিৰুদ্ধে বিক্ষোভ কৰি, লাঠীৰ কোব খাই চিৰদিনলৈ এখন হাত ঘুণীয়া কৰিছিল।
 
==তথ্য সংগ্ৰহ==