গোবিন্দ বল্লভ পণ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
35 নং শাৰী:
| website =
}}
''''গোবিন্দ বল্লভ পণ্ট'''(''{{lang-en|Gubinda Ballav Pont}'') (১৮৮৭-১৯৬১) ভাৰতৰ অৰ্থ শাস্ত্ৰ, ৰাজনীতি আৰু সমাজ সংস্কাৰৰ ক্ষেত্ৰত অসাধাৰণ প্ৰতিভা দেখুওৱা বিশিষ্ট ব্যক্তি আছিল। তেওঁ দুবাৰকৈ উত্তৰ প্ৰদেশৰ মূখ্যমন্ত্ৰী হৈছিল। তেওঁ স্বাধীনতা যুঁজাৰু আছিল। তেওঁ [[ভাৰত]] চৰকাৰৰ গৃহমন্ত্ৰী হৈ কাৰ্য-নিৰ্বাহ কৰিছিল। তেওঁৰ বিৰল প্ৰতিভাৰ বাবে ভাৰত চৰকাৰে ১৯৫৭ চনত ভাৰত-ৰত্ন সন্মানেৰে সন্মানিত কৰিছিল।<ref name="গোবিন্দ বল্লভ পণ্ট">{{cite book | title=ভাৰত-ৰত্ন | publisher=অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্| author=সমীন কলিতা | pages=৩০,৩১}}</ref>