ইন্দিৰা গান্ধী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
52 নং শাৰী:
ইন্দিৰা গন্ধীৰ প্ৰধানমন্ত্ৰীত্বৰ কালছোৱাত অনেক সাফল্যতা পৰিলক্ষিত হয়। বিশেষকৈ ১৯৬৯ চনৰ ১৯ জুলাইত ভাৰতীয় মালিকৰ পৰিচালনাত থকা ১৪ টা বাণিজ্যিক বেঙ্ক ৰাষ্ট্ৰীয়কৰণ হয়। ১৯৬৯ চনৰ জুলৈকে বেঙ্কৰ জমাৰ পৰিমান ৫০ কোটি টকা বা ততোধিক হোৱা বাণিজ্যিক বেংককহে ৰাষ্ট্ৰীয়কৰণ কৰা হয়। ১৯৭১ চনৰ ৯ আগষ্ট তাৰিখে [[নতুন দিল্লী]]ত ভাৰত-[[ছোভিয়েট]] শান্তি-মৈত্ৰী আৰু সহযোগিতাৰ চুক্তি ইন্দিৰাৰ আন এটা মহান স্বাক্ষৰ। ২০ বছৰীয়া ম্যাদৰ চুক্তিখনত অৰ্থনৈতিক, বৈজ্ঞানিক, কাৰিকৰী, শিল্পকলা, ক্ৰীড়া, ভ্ৰমণ, [[চিনেমা]], জনস্বাস্থ্য, [[বাতৰি-কাকত]], শিক্ষা আদিত গুৰুত্ব আৰোপ কৰা হয়। এইখন চুক্তিৰ উপৰিও ১৯৭২ চনৰ ২০ নবেম্বৰত স্বাক্ষৰিত হয় ভাৰত-ছোভিয়েটৰ আন এখন অৰ্থনৈতিক চুক্তি। এই চুক্তিত [[বোকাৰো]] আৰু [[ভিলাই তীখা কাৰখনা]]ৰ উত্পাদন ক্ষমতা বৃদ্ধিত অগ্ৰাধিকাৰ দিয়া হয়।<ref name="ইন্দিৰা গান্ধী"/>
 
=='''পুৰস্কাৰ প্ৰাপ্ত বঁটা'''==
 
#ভাৰত ৰত্ন বঁটা (১৯৭১),
#কৃষি দেৱী ছেৰেছ (১৯৭২),
#মাতৃ (১৯৫৩),
#ৰাষ্ট্ৰনেত্ৰী (১৯৭৩)